Timeline page
2021
2020
-
31 Decemberখোৱা পানী পাৰীক্ষা কৰাৰ বাবে প্ৰশিক্ষণ
-
30 Decemberমঙ্গলদৈ থানাৰ অন্তৰ্গত বৰসত্ৰত বোৱাৰী হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত আৰু দুজনক গ্ৰেপ্তাৰ !
-
29 Decemberৰাইজৰ দলৰ মৰিগাঁও বিধান সভা সমষ্টি গঠন ।
-
29 Decemberঅসম লোক সেৱা আয়োগত ২৬ নম্বৰ স্থান দখল কৰি নলবাৰী জিলা লৈ সুনাম কঢ়িয়াই আনিলে তুলসী ৰঞ্জন কলিতাই ।
-
29 Decemberবিলাসীপাৰা কদমতোলা শান্তি নগৰ প্ৰাথমিক বিদ্যালয়ত পৰিচালনা কমিটিৰ সভাপতি পদকলৈ ভোটদান আৰু লগতে ফলাফল !
-
28 Decemberসৃষ্টি মাল্টিডেভলপমেন্ট অৰ্গেনাইজেছন ( এন জি অ ) ৰ উদ্যোগত মহিলা সবলীকৰনৰ ওপৰত সজাগতা সভা আৰু সম্বন্ধনা অনুষ্ঠান ।
-
27 Decemberতামাৰহাট, ডিংডিঙা আৰু কুমাৰগঞ্জ আঞ্চলিক আমচুৰ উদ্দোগত তথা ধুবুৰী জিলা আমচুৰ সহযোগত দুখীয়া ৰাইজৰ মাজত কম্বল বিতৰণ !
-
25 Decemberকলিয়াবৰৰ ৰাজীৱ ভাগৱতীৰ সফলতা !
-
25 Decemberকোকৰাঝাৰত বনভোজৰ আনন্দ উলাহ, নতুন বছৰক আদৰাৰ বাবে প্ৰস্তুতিত !
-
24 Decemberঅসমাজিক কাৰ্য্যত লিপ্ত থকা গাওঁৰক্ষী বাহিনীৰ সম্পাদক জামাল আলীক সম্পাদকৰ পদৰ পৰা বহিষ্কাৰ দাৱী,ৰঙাপানী সৰ্বসাধাৰণ ৰাইজৰ।।
-
24 Decemberঅসম গণ পৰিষদ, নলৱাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা !
-
24 DecemberFire Incident Laharighat
-
24 DecemberKaliabor fire awarness program
-
23 Decemberঅসমত মাদ্ৰাছা বন্ধৰ সিদ্ধান্ত পুনৰ্বিবেচনা কৰা হওক
-
23 Decemberনগাঁও জিলাৰ কলিয়াবৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত জব্দ হয় তিনিখনকৈ গৰু-মহ ভৰ্তি ট্ৰাক।
-
18 Decemberবৃদ্ধি পাব শীতৰ প্ৰকোপ
-
17 Decemberবৰফে ঢকা হিমালয় আৰু দিল্লীৰ উজ্জ্বল পোহৰ।
-
17 DecemberBhergaon wild elephant destroy house
-
16 Decemberআজি বিজয় দিৱস
-
14 DecemberBREAKING NEWS:বিলাসীপাৰা বেলতলীত ট্ৰেক্টৰ দুৰ্ঘটনাত ট্ৰেক্টৰ চালক নিহত,আন এগৰাকী গুৰুত্ব ভাৱে আহত ।।
-
14 Decemberনলবাৰীত ডাম্পাৰ চুৰি ।
-
10 Decemberচিৰাঙৰ ভোট গ্ৰহণ কেন্দ্রত উত্তপ্ত পৰিস্থিতি।
-
10 Decemberনিৰ্মাণ হ’ব নতুন সংসদ ভৱন
-
7 December৮ ডিচেম্বৰৰ ভাৰত বন্ধৰ প্ৰতি ৰাজা ফাউণ্ডেশ্যন অসমৰ পূৰ্ণ সমৰ্থন
-
6 Decemberপৰ্বতঝোৰাত ভোটগণনা সম্পৰ্কীয় প্ৰশিক্ষণ।
-
5 Decemberশ্বচ্ছ ভাৰত অভিযানত নামিল বিটিচিৰ ২ নং গুমা পৰিষদী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নিলেশ্বৰ ৰায়।
-
5 December৮ নং দোতমা পৰিষদীয় সমষ্টিত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। সভাত ৰাজ্যিক সভাপতি ৰঞ্জিত দাস: প্ৰাৰ্থী বিভুতি বৰগয়াৰীৰ জয় নিশ্চিত।
-
3 Decemberসাপটগ্ৰামত ধুবুৰী পূৱ জিলা ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ কাৰ্য্যনিৰ্বাহ সভা অনুষ্ঠিত।।
-
2 Decemberবিলাসীপাৰাত কৃষি আইন বাতিল আৰু EIA বাতিলৰ দাৱীত কৃষক মুক্তিৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘাট।
-
30 Novemberভাৰতীয় জনতা যুৱ মৰ্চাৰ, মধুপুৰ মণ্ডলৰ যোৱা ৩০/১১/২০২০ ইং তাৰিখে প্ৰথম খন কাৰ্যনিৰ্বাহক সভা
-
30 Novemberদিল্লীৰ এছিয়ান লিটাৰেৰি চছাইটিৰ উদোগত ,”ভাষা ,২০২০ শৃংখলাৰ” অসমীয়া ভাষা,ক’লা,সংস্কৃতিৰ বাৰেৰহনীয়া উৎসৱৰ উদযাপন।
-
30 Novemberডিংডিঙা আঞ্চলিক আক্ৰাছুৰ নতুন কমিটি গঠন।
-
29 Novemberইউ পি পি এল নেতা অনিল মোছাহাৰীয়ে আছাৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাক লৈ এতিয়া আদিবাসী অধ্যুষিত অঞ্চল সমূহত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷
-
28 Novemberকোকৰাঝাৰৰ শ্ৰীৰামপুৰত বিজেপিৰ নিৰ্বাচনী সভাত হিমন্ত বিশ্বৰ নিৰ্বাচনী হুংকাৰ, বিটিচিত বিজেপি চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি দাবী ড: হিমন্ত বিশ্ব শৰ্মাৰ।
-
27 Novemberধুবুৰীৰ গোলকগঞ্জৰ আলোকঝাৰী প্ৰস্তাবিত সংক্ষৰিত বনাঞ্চলত জৈৱবৈচিত্ৰ উদ্যানৰ শুভ উদ্বোধন ৰাজ্যিক বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ
-
27 NovemberLaharighat ত অখিল গগৈৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ
-
24 Novemberশ্ৰমিক কৃষক নিৱনুৱা যুৱক-যুৱতীৰ স্বাৰ্থবিৰোধী বিজেপি চৰকাৰৰ নীতি পৰিবৰ্তনৰ দাৱীত আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন শিল্পাভিত্ত্বিক কৰ্মচাৰী সংগঠনৰ যৌথ উদ্যোগত অহা ২৬ নভেম্বৰ ২০২০ বৃহস্পতিবাৰৰ দিনা দেশজোৰা ধৰ্মঘাট অব্যাহত থাকিব।।
-
24 Novemberনলবাৰীৰ ভুনুকুছিত হিন্দু ক্ৰান্তি দলৰ উদ্যোগত লাচিত দিৱস পালন ৷
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তি নলবাৰীত স্থাপনৰ ঘোষণা –অঞ্জন বৰ্মনৰ
-
24 Novemberকৈঠালকুছিত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন
-
22 Novemberনলবাৰীত দুদিনীয়াকৈ অনুস্থিত হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰভাগ অধিবেশন।
-
22 Novemberটিহু সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী সভা সম্পন্ন
-
22 Novemberবিলাসীপাৰাত ৰাইজৰ দলৰ ধুবুৰী জিলা আহ্বায়ক কমিটি গঠন কৰাক লৈ সভা অনুষ্ঠিত
-
22 Novemberবিলাসীপাৰাত OBC মহিলাৰ মাজত চিলাই মেচিন,Water filter, fertilizer বিতৰণঃ বিধায়ক অশোক কুমাৰ সিংহীৰ
-
21 Novemberজনপ্রিয় কৌতুক পতি-পত্নী হালৰ ঘৰত ড্রাগজ পোৱা গৈছে বুলি NCB ৰ কমিটিয়ে জানিব দিয়ে।দুয়ো পতি-পত্নীয়ে ড্রাগজ সেৱন কৰাৰ আৰোপ তুলিছে NCB য়ে।
-
20 Novemberআজি laharighat ত দেখা গৈছে অসম চৰকাৰৰ অপৰিসীম সহায় । কৃষক ৰাইজক সহায়ৰ চৰ্তে বিনামূলীয়াকৈ উন্নত মানৰ মাকৈ বীজ বিতৰণ ।
-
20 NovemberGAURIPUR RADHA GOVINDO MANDIR GEETA PATH.
-
20 Novemberহিন্দী বোলছবিৰ কায়দাৰে নলবাৰীত বেংক ডকাইতি
-
19 Novemberছাত্ৰ -ছাত্ৰী আৰু অভিভাৱকক আকৰ্ষ কৰা শিক্ষকৰ এক মহৎ গুণ ” : ড০ ৰাম প্ৰসাদ ভট্টাচাৰ্য পুৰ্ণিত “ক্ৰন্দসী” শীৰ্ষক গ্ৰন্থ উন্মোচন
-
19 Novemberভাৰতীয় জনতা পাৰ্টিৰ সৈতে প্ৰথমতে মিত্ৰতা ভংগ কৰিছে বি পি এফে – ৰঞ্জিত দাস । নলবাৰীত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক সভা ।
-
18 Novemberকোকৰাঝাৰ জিলাৰ কাজিগাওঁ থানাৰ অন্তৰ্গত কুৰশাকাটীত বি পি এফ দলৰ নিৰ্বাচনী সভা, একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দাবী হাগ্ৰামা মহিলাৰীৰ।
-
17 Novemberৰূপহীহাটত ভয়ংকৰ পথ দূৰ্ঘটনাত |
-
17 Novemberসাংবাদিক মিলন মহন্তক নিগ্ৰহৰ ঘটনাত জড়িত লোকক বিচাৰি উচিত শাস্তি প্ৰদানৰ দাবীত নলবাৰী উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান৷
-
17 NovemberBig Breking
-
16 Novemberবিলাসীপাৰা মহকুমা তথা আৰু জনসংযোগ বিষয়াৰ উদ্যোগত আৰু লগতে মহকুমা প্ৰশাসনৰ সহযোগত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনুষ্ঠান।।
-
16 Novemberনলবাৰী জিলা উপায়ুক্তৰ কাৰ্যলয়ত ৰাস্ট্ৰীয় প্ৰেছ দিবস উদযাপন
উপস্থিত থাকে স্হানীয় বিধায়ক,উপায়ুক্ত সহ বিশিষ্ট সাংবাদিক নৰেশ কলিতা
-
16 Novemberনগাঁও জিলাৰ লাওখোৱাত সাংবাদিকসকলৰ একক প্ৰচেষ্টাত হাতী মানুহৰ সংঘাত ৰোধৰ এক ব্যতিক্ৰমী প্ৰদক্ষেপ
-
15 Novemberবিলাসীপাৰা মুৰাবাড়ীত সমাজৰ কু সংস্কাৰ বিলাক নিৰ্মূল কৰাৰ বাবে নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাত্ত বিষয়াৰ সজাগতামুলক সভা।
-
15 Novemberজুৰীয়াৰ গুলিৰপাৰ চৰত
বনৰীয়া গাহৰিৰ ভয়ঙ্কৰ আক্ৰমন।
-
15 Novemberলাহৰীঘাটত এ আই ইউ ডি এফ দলৰ কৰ্মী সভাত বাইক চুৰি কাণ্ড।
-
15 Novemberকংগ্ৰেছৰ ৪২ বছৰীয়া দুৰ্গ লাহৰীঘাট বিধান সভা সমষ্টিত এ আই ইউ ডি এফ দলৰ আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনৰ ৰণডংকা। কেইবা সহস্ৰাধিক কৰ্মীৰ উপস্থিতিত বিশাল কৰ্মী সভা।
-
15 Novemberলাহৰীঘাটৰ কৃষকৰ মূখত হাঁহি বিৰিঙনি
-
14 Novemberআবতৰীয়া দেৱালী, উল্লাস অসম সমবায় মৰাপাট কলৰ কৰ্মীৰ।
-
13 Novemberসাংবাদিক পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত নলবাৰীত ২ ঘন্টীয়া প্ৰতিবাদী অবস্থান ৷
-
13 Novemberবিলাসীপাৰাত দীৰ্ঘ দিনৰ পৰাই দুৰ্নীতি সংঘটিত কৰি অহা শিক্ষা খণ্ড বিষয়া মনোজ কুমাৰ ফুকনক ডি গ্ৰেড।
-
13 Novemberলাহৰীঘাটত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা ।
-
13 Novemberধুবুৰী জিলাৰ যুৱক-যুৱতী আৰু যোগ সাধক-সুধিকা সকলৰ বাবে সুখবৰ ।
-
13 Novemberকলিয়াবৰত চোৰাং কাঠ ভৰ্তি বাহন জব্দ কৰে বনবিভাগে ।
-
12 Novemberআজি চিৰাং জিলাৰ বিজনীত ৰাষ্ট্ৰীয় উলামা কাউন্সিল দলৰ এখনি গুৰুত্বপূৰ্ণ আলোচনা
-
12 Novemberগোসাঁইগাঁও মহকুমাৰ শিমুলটাপুত আৰক্ষীৰে গোপন খবৰৰে ভিত্তিত অভিযান চলাই গানজা কঢ়িওৱা এখন ট্ৰাক জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে। গানজাৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা হব।
-
12 Novemberবিলাসীপাৰা শালবাড়ীত SUN SHINE (NGO)ৰ উদ্যোগত আজি মাক্স আৰু গছপূলি বিতৰণ কাৰ্য্যসূচী।।
-
12 Novemberগোসাঁইগাঁৱত ৰঞ্জিত দাসৰ নিৰ্বাচনী প্ৰচাৰ ।
-
11 Novemberকুৰি বছৰ ধৰি জৰাজীৰ্ণ অৱস্থা কাছাৰী গাঁৱৰ এখন দলং, আজিলৈকে কোনো এজন জনপ্ৰতিনীধিৰ দৃষ্টি আকৰ্ষণ হোৱা নাই দলং খনৰ। যাতায়তত যমৰ যাতনা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ। অনতি পলমে দলংখন নিৰ্মাণৰ দাবী ভুক্তভোগী ৰাইজৰ।
-
11 Novemberবিলাসীপাৰাত ১০ লাখ টকাৰ ছি চি ব্লক ৰাস্তাৰ কামৰ আধাৰশিলা শুভ উদ্বোধন,বিধায়ক অশোক কুমাৰ সিংহীৰ।
-
11 Novemberলাহৰীঘাটৰ ধিঙৰ আটি গাঁৱত অগপ দলৰ যোগদান সভা। কংগ্ৰেছ দলক তীব্ৰ সমালোচনা অগপ নেতাৰ। কংগ্ৰেছ দল ত্যাগ কৰি অৰ্ধ শতাধিক পুৰুষ-মহিলাৰ অগপ দলত যোগদান।
-
11 Novemberৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ গোস্বামীৰ মন্তব্য – নুৰুল হুদাৰ বিৰুদ্ধে আছে দূৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ।
-
10 Novemberৰূপহী গড়াজানৰ পূৱ ফুটালঝাৰত আজি ৰাতিপুৱা ৮টা মান বজাত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল দুটা পকী আৱাসগৃহ।
-
10 Novemberপশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত আজি অসমৰ জেষ্ঠ নেতা তথা শিক্ষা আৰু বিত্ত দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটোৰ বিৰোধীতা কৰি কে এচ এ ‘ য়ে প্ৰতিবাদী সমদল উলিওৱাৰ লগতে পুত্বলিকা দাহ কৰে ।
-
10 Novemberমুখা শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে মুখা শিল্প নিৰ্মানৰ লগতে প্ৰশিক্ষণত ব্যস্ত নগঞা এগৰাকী শিল্পী।
-
10 Novemberমৰিগাঁওত ৰাইজৰ দলৰ আহবায়ক সমতি গঠন সভা ।
-
10 Novemberবিলাসীপাৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা ।
-
10 Novemberআজি পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৰ অগৰাতলী আৰু বুঢ়াপাহাৰ।
-
9 Novemberবাটসৰত পুষ্পকান্ত দেৱ শৰ্মাৰ জীৱনৰ আধাৰত ”পুষ্প- সুবাস ” শীৰ্ষক গ্ৰন্থ উন্মোচন
-
9 Novemberবৰ্ণিবাৰি বাৰোৱাৰি শ্ৰী শ্ৰী শ্যামা পুজা উদযাপনৰ আয়োজন।এইবাৰ নহয় ৰাজহুৱা বলি
-
8 Novemberনলবাৰীৰ 2 নম্বৰ খাটা গাঁও পঞ্চায়তত আজি বহুত কেইটা আঁচনিৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন বিধায়ক অশোক শৰ্মাৰ ।
-
8 Novemberবৰক্ষেত্ৰী প্ৰেছ ক্লাৱৰ দুমহলীয়া ভৱনৰ আধাৰশিলা স্থাপন ৷
-
8 Novemberআজি মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত ধোবাঙখাইতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থৰ উন্মোচন হয় ।
-
8 Novemberধুবুৰী বিলাসীপাৰাত ২ কোটি ৬০ লাখ টকাৰ পকী পথ নিৰ্মাণ কামৰ আধাৰশিলা শুভ উদ্বোধনী অনুষ্ঠান |
-
8 Novemberবিলাসীপাৰা কাজাইকাটা তৃতীয় খণ্ডত গাওঁৰক্ষী বাহিনীৰ সভাপতি আৰু নায়ক বাছনি সন্পূৰ্ণঃ
-
7 Novemberটিহুত বিজেপিৰ মুখপত্ৰ মনোজ বৰুৱাৰ সংবাদ মেল ,অসমত পুনৰ হব বিজেপি চৰকাৰ : মনোজ বৰুৱা
-
7 Novemberআদিবাসী সকলক বিজেপি চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে আদিবাসী ছাত্ৰ সন্থা ৷
-
7 Novemberপাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল নলবাৰী।
-
7 Novemberহাহঁচৰা বড়ী প্ৰেছিডেঞ্ছি ক্লাৱৰ বিষয়-ববীয়াৰ সংবাদ মেল।
-
6 Novemberভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ নলবাৰী জিলাৰ কাৰ্য্যনিৰ্বাহক সভা।
-
6 Novemberৰূপহীহাটত সূহৃদ আঁচনিৰ কেলেংকাৰীৰ প্ৰতিবাদত কংগ্ৰছী বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্তি দাহ কৰিলে বি জে পিয়ে।
-
6 Novemberজাগৰাত ভূপেন হাজৰিকা দিৱস উদযাপন
-
6 Novemberহিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিমূৰ্তি দাহন ।
-
6 Novemberবিলাসীপাৰাত ৫০ লাখ টকাৰ Sports, Mini Stadium কামৰ আধাৰশিলা শুভ উদ্বোধনী অনুষ্ঠানঃ
-
6 Novemberগুৰুজনাই জন্মস্থান বটদ্ৰৱাতে আৰম্ভ কৰিছিল অসমীয়া লিপি।
-
1 OctoberCovid-19 is being tested by all the people of every village.
-
1 OctoberTripal distributed to one hundred families on behalf of Gauripur Red Cross Society.