Breaking News

কংগ্ৰেছৰ ৪২ বছৰীয়া দুৰ্গ লাহৰীঘাট বিধান সভা সমষ্টিত এ আই ইউ ডি এফ দলৰ আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনৰ ৰণডংকা। কেইবা সহস্ৰাধিক কৰ্মীৰ উপস্থিতিত বিশাল কৰ্মী সভা।

আগন্তুক বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। কংগ্ৰেছ দলৰ দুৰ্গ হিচাপে খ্যাত লাহৰীঘাট বিধান সভা সমষ্টি আগন্তুক ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফ দলৰ দখললৈ নিয়াৰ বাবে দলটোৰ নেতা-সকলে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব …

Read More »

লাহৰীঘাটৰ কৃষকৰ মূখত হাঁহি বিৰিঙনি

আপুনি বহুতৰে হাহি দেখিছে কিন্তু আজি আমি আপোনালোকক দেখুৱাম সদায় বেজাৰ মনে থকা কৃষকৰ হাঁহি। লকডাউনত খতিগ্ৰস্হ বহু দুখীয়া মানুহৰ মখত দেখা গৈছে হাঁহিৰ বজাৰ । এইবাৰ বানপানত অতি খতিগ্ৰস্হ লাহৰীঘাটৰ জৰিবৰ গাঁৱৰ কৃষক সকলৰ মাজত উলহ মালহ পৰিবেশ। ধান খেতিৰ গৰাকীৰ মনত কেৱল ফুৰ্তি আৰু ফুৰ্তি । বানপানী নোহোৱাৰ …

Read More »

আবতৰীয়া দেৱালী, উল্লাস অসম সমবায় মৰাপাট কলৰ কৰ্মীৰ।

১২ দিনৰ অন্তত চৰকাৰী অনুদানৰ আনুষ্ঠানিক ঘোষণা উপ-সভাপতি পলাশ বৰাৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কল পৰিচালক মণ্ডলীৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত অসম চৰকাৰে ঘোষণা কৰা ১০ কোটি টকাৰ অনুদানে কলটোক গতিশীল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা প্ৰকাশ কৰে উপ-সভাপতি পলাশ বৰাই।এক বিশেষ চক্ৰৰ চক্ৰান্তত যোৱা ২ …

Read More »

সাংবাদিক পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত নলবাৰীত ২ ঘন্টীয়া প্ৰতিবাদী অবস্থান ৷

কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ সন্দেহ জনক মৃত্যুৰ উচিত তদন্তৰ দাবীত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে আজি দুঘন্টীয়া প্ৰতিবাদী অবস্থান কৰে অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ কাৰ্যলয়ৰ সম্মুখত৷উক্ত কাৰ্যসুচীত পৰিষদৰ নলবাৰী জিলাৰ চহৰ সমিতিৰ সম্পাদক হেমেন কলিতাই কয় যে সাংবাদিক পৰাগ ভূঞাৰ দুৰ্ঘটনাত হোৱা মৃত্যু …

Read More »

বিলাসীপাৰাত দীৰ্ঘ দিনৰ পৰাই দুৰ্নীতি সংঘটিত কৰি অহা শিক্ষা খণ্ড বিষয়া মনোজ কুমাৰ ফুকনক ডি গ্ৰেড।

উল্লেখ্য যে বিলাসীপাৰা মহকুমা শিক্ষক সন্মিলনৰ অভিযোগৰ তদন্তৰ প্ৰতিবেদন অনুসৰি শিক্ষা বিষয়া মনোজ কুমাৰ ফুকনক ধুবুৰী জিলা আৰু অসম ৰাজ্যিক শিক্ষা সঞ্চালকে শাস্তিমুলক ভাৱে ডি গ্ৰেড কৰিবলৈ বাধ্যহৈছে ।।মনকৰিবলগীয়া কথা যে ধুবুৰী জিলা আৰু অসম ৰাজ্যিক শিক্ষা সঞ্চালকৰ প্ৰতিবেদনল নিৰ্দ্দেশ অনুসৰি প্ৰায় তিনি দিন সময় উকলি যোৱাৰ পিছতো চকী এৰিবলৈ …

Read More »

লাহৰীঘাটত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা ।

লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ধূপগুৰি গাঁৱত পুৱাই মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। বোমতলা গাঁৱৰ ধীৰেন খাটনিয়াৰৰ পুত্ৰ জয়দেৱ খাটনিয়াৰ জলফাই গছত চিপ লৈ ওলমি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি লাহৰীঘাট আৰক্ষীক খবৰ দিয়ে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । জয়দেৱৰ আত্মহত্যাৰ ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও …

Read More »

ধুবুৰী জিলাৰ যুৱক-যুৱতী আৰু যোগ সাধক-সুধিকা সকলৰ বাবে সুখবৰ ।

( KKHSOU) অধীনত থকা ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ থেৰাপী চেণ্টাৰ গৌৰীপুৰ (IYC & YTC) (R.Y.M) ত এবছৰীয়া যোগ শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰম চলি আছে। এই প্ৰশিক্ষণ কেন্দ্ৰটো যোৱা ৯ নভেম্বৰ তাৰিখে উদ্বোধন কৰা হয় ।

Read More »

কলিয়াবৰত চোৰাং কাঠ ভৰ্তি বাহন জব্দ কৰে বনবিভাগে ।

কাজিৰঙাৰ বাগৰি বনাঞ্চলিক বিষয়াই এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে চোৰাং কাঠ ভৰ্তি বাহন খন ।কাৰ্বি আংলংৰ ৰংমংৱেৰ পৰা চোৰাং ভাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৰহাট অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে কাঠ ভৰ্তি বাহন খন ।বাহন খনৰ পঞ্জীয়ন নং As 03 BC 3531 উল্লেখ্য যে ৰংমংৱে আৰক্ষী …

Read More »

আজি চিৰাং জিলাৰ বিজনীত ৰাষ্ট্ৰীয় উলামা কাউন্সিল দলৰ এখনি গুৰুত্বপূৰ্ণ আলোচনা

আজি চিৰাং জিলাৰ বিজনীত ৰাষ্ট্ৰীয় উলামা কাউন্সিল চমুকৈ RUC দলৰ এখনি গুৰুত্বপূৰ্ণ আলোচনা হৈ যায় সভাত উপস্থিত থাকে কোকৰাঝাৰ জিলা আহ্বায়ক মো: ময়নুদ্দীন মণ্ডল লগতে চিৰাং জিলা সভাপতি সম্পাদক সহ দলৰ বহু কেইজন নেতা কৰ্মী উপস্থিত থাকি আগন্তুক2021ৰ বিধান সভা নিৰ্বাচন তথা btc ত mcla নিৰ্বাচন সম্পৰ্কে গুৰুত্ব পূৰ্ণ আলোচনা …

Read More »

গোসাঁইগাঁও মহকুমাৰ শিমুলটাপুত আৰক্ষীৰে গোপন খবৰৰে ভিত্তিত অভিযান চলাই গানজা কঢ়িওৱা এখন ট্ৰাক জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে। গানজাৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা হব।

গোসাঁইগাঁৱৰ 31 নম্বৰ (গ) ৰাষ্ট্ৰীয় ঘাই পথেৰে গানজা লৈ এখন ট্ৰাক পশ্চিম বংগত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰে আৰক্ষী। লাভ কৰা তথ্যৰে ভিত্তিত নিশা ৰাষ্ট্ৰীয় পথত আৰক্ষী অভিযান চলাই শিমুলটাপুৰে পৰা এখন ট্ৰাক আটক কৰে। ট্ৰাকখনত তালাচী চলাই চেম্বাৰৰ ভিতৰত থকা ৩০ পেকেট গানজা জব্দ উদ্বাৰ কৰে। ইয়াৰ বজাৰ মূল্য …

Read More »