Breaking News

নলবাৰীৰ ভুনুকুছিত হিন্দু ক্ৰান্তি দলৰ উদ্যোগত লাচিত দিৱস পালন ৷
প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তি নলবাৰীত স্থাপনৰ ঘোষণা –অঞ্জন বৰ্মনৰ

নলবাৰী জিলাৰ ভুনুকুছি নামঘৰ প্ৰাংগণত আজি হিন্দু ক্ৰান্তি দল,নলবাৰী জিলা সমিতিৰ উদ‍্যোগত আজি লাচিত দিৱস অনুষ্টুপীয়াকৈ পালন কৰা হয়। উল্লেখ‍্য যে যোৱা কালি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ যোৱা কালি বিয়োগ হোৱা হেতুকে আজিৰ এই অনুষ্ঠানৰ সকলোবোৰ কাৰ্যসূচী বাতিল কৰি কেৱলমাত্ৰ ভাৰত মাতাৰ সম্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে সদ‍্য প্ৰয়াত …

Read More »

কৈঠালকুছিত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

২০২১ চনৰ নিৰ্বাচনে ঠিৰাং কৰিব অসমৰ ভবিষ্যত ৷ এই নিৰ্বাচন হব মোগলৰ বিৰুদ্ধে শেষ যুদ্ধ । নলবাৰী জিলাৰ কৈঠালকুছিৰ সমীপবৰ্তী জোৱাৰ্দ্দি শ্ৰী শ্ৰী ক’লিয়া গোসাইঘৰ প্ৰেক্ষাগৃহত কালি এই মন্তব্য প্ৰদান কৰে নলবাৰী জিলা অনুসূচিত জাতি পৰিষদৰ প্ৰ’ভাৰী বানেশ্বৰ দাসে ৷ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কলিয়া গোসাইঘৰ প্ৰেক্ষাগৃহত যোৱা কালি হোৱা অনুষ্ঠানৰ …

Read More »

নলবাৰীত দুদিনীয়াকৈ অনুস্থিত হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰভাগ অধিবেশন।

অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ উনবিংশতিম বৰভাগ অধিবেশন নলবাৰীৰ বৰভাগৰ শ্বহীদ ভৱনত ২১ আৰু ২২ নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ।আজি প্ৰতিনিধি সভাৰ নলবাৰী জিলা সমিতিৰ সভাপতি মনোৰম কলিতাই সভাপতিত্ব কৰা সভাখনত উদ্ধোধক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই।আনহাতে কেন্দ্ৰীয় সমিতিৰ ক্ৰিয়া সম্পাদক ব্ৰজেন চৌধুৰী …

Read More »

টিহু সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী সভা সম্পন্ন

টিহুৰ এগৰাকী কৃতী শিক্ষক, লেখক, সমাজহিতৈষী, লোকসংস্কৃতিৰ অনুৰাগী ৰত্নেশ্বৰ শৰ্মাৰ জীৱন কীৰ্তি আলোকপাত কৰি আৰু অন্য প্ৰাসংগিক লেখাৰে সাংবাদিক–সাহিত্যকৰ্মী পংকজ বেজবৰুৱাই সম্পাদনা কৰা আৰু টিহু সাহিত্য সভাৰদ্বাৰা প্ৰকাশিত ‘স্মৃতিৰত্নতৰংগিণী’ নামৰ গ্ৰন্থ এখন আজি উন্মোচন কৰা হয় । এই উদ্দেশ্যে পুৱা ১০ বজাত টিহু মহাবিদ্যালয়ৰ আলোচনাকক্ষত কৃতী শিক্ষক ৰত্নেশ্বৰ শৰ্মাৰ প্ৰতিচ্ছবিৰ …

Read More »

বিলাসীপাৰাত ৰাইজৰ দলৰ ধুবুৰী জিলা আহ্বায়ক কমিটি গঠন কৰাক লৈ সভা অনুষ্ঠিত

ৰাইজেই ৰজা,ৰাইজেই প্ৰজা ,ৰাইজৰ বল,ৰাইজৰ দল বুলি অতিকৈ গুৰুত্বপূৰ্ণ লক্ষ্য আগত ৰাখি আমাৰ এই খন অসমত ঐক্যবদ্ধ আপোচবিহীন প্ৰগতিশীল আঞ্চলিক দল ৰাইজৰ দল বুলি গঠন হয় । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰী জিলাতো ৰাইজৰ দলৰ আহ্বায়ক কমিটি গঠন কৰাকলৈ বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্ৰন্থগাৰত ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া …

Read More »

বিলাসীপাৰাত OBC মহিলাৰ মাজত চিলাই মেচিন,Water filter, fertilizer বিতৰণঃ বিধায়ক অশোক কুমাৰ সিংহীৰ

নামনি অসমৰ ধুবুৰী জিলাৰ ২৭ নং পূৱ বিধান সভা সমষ্টিত গৰীৱ-দুখীয়া মহিলা সকলোৰ মাজত আজি চিলাই মেচিন, Water filter,fertilizer বিতৰণ কৰে,বিজেপি দলৰ কৰ্মৰাজি বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীয়ে। উল্লেখ্য যে উক্ত বিতৰণী সভা খনত ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী,বিলাসীপাৰা মহকুমাধিপতি শ্ৰীযুত মৃদুল যাধৱ,আদিকে ধৰি দলীয় সতীৰ্থ বৃন্দৰ লগতে স্থানীয় …

Read More »

আজি laharighat ত দেখা গৈছে অসম চৰকাৰৰ অপৰিসীম সহায় । কৃষক ৰাইজক সহায়ৰ চৰ্তে বিনামূলীয়াকৈ উন্নত মানৰ মাকৈ বীজ বিতৰণ ।

চৰকাৰৰ এনে সহায় ৰ বাবে আজি গাঁওখনৰ জনতাৰ মাজত দেখা গৈছে ফুৰ্টি । চাওক আমাৰ laharighat ৰ সাংবাদিক তামজিদুৰ ৰহমানৰ এক বিশেষ প্ৰতিবেদন মৰিগাঁও জিলাৰ ঔগুৰীপাম গাঁৱৰ শতাধিক কৃষকৰ মাজত মৰিগাঁও জিলা কৃষি বিভাগৰ তৰফৰ পৰা উন্নত মানৰ মাকৈৰ বীজ বিতৰণ কৰে। চৰকাৰে যোগান ধৰা বীজ যাতে মধ্যভোগী লোকে আত্মসাৎ …

Read More »

GAURIPUR RADHA GOVINDO MANDIR GEETA PATH.

মহামাৰী কৰোনাত আক্ৰান্ত সমগ্ৰ পৃথিৱী । বিজ্ঞান সন্মত ভাবে এতিয়াও ওলোৱা নাই প্ৰতিষেধক ঔষধ। কৰোনা আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই অহাৰ সময়তে কৰোনাৰ পৰা মুক্তি পোৱাৰ বাবে নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰত অনুষ্ঠিত কৰিছে ৰাধা গোবিন্দ পুজা ।গোটেই কাতিমাহ ধৰি হৰি নাম কৰাৰ পাছত গৌৰীপুৰত অনুষ্ঠিত কৰা ৰাধা গোবিন্দ …

Read More »

হিন্দী বোলছবিৰ কায়দাৰে নলবাৰীত বেংক ডকাইতি

নলবাৰীত বেংক ডকাইতৰ ঘটনা। দিন দুপৰতে পিষ্টল দেখুৱাই বেংকৰ পৰা নিলে ৬০ লাখ টকা। নলবাৰীৰ অমিয়াপুৰৰ পাঞ্জাৱ বেংক শাখাত এই ঘটনা। গুলি ফুটাই চাৰিজনীয়া দলে লৈ গল ধন ।ডকাইতৰ গুলীত আহত এজন৷আহত গৰাকী অময়াপুৰৰ এলেঙ্গী দলৰ নয়ন দাস বুলি জানিব পৰা গৈছে৷ বৰ্তমান ঘটনাস্থলীত নলবাৰী আৰক্ষী অধিক্ষক অমনজিৎ ক’ৰ সহ …

Read More »