Breaking News

সাপটগ্ৰামত ধুবুৰী পূৱ জিলা ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ কাৰ্য্যনিৰ্বাহ সভা অনুষ্ঠিত।।

ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূৱ জিলা মহিলা মৰ্চাৰ সাপটগ্ৰাম চেন্বাৰ হলত আজি এখন কাৰ্য্যনিৰ্বাহসভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে সভা খনত দলৰ সাংগঠনিক দিশত মূল্যৱান ভাষন প্ৰদান কৰে,ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূৱ জিলা মহিলা মৰ্চাৰ সভানেত্রী শ্ৰীমতীী বিউটি ৰায় অৰু লগতে ধুবুৰী পূৱ জিলা কমিটিৰ সভাপতি শ্ৰীযুত প্ৰফুল্ল্য কলিতা দেৱে। উক্ত …

Read More »

বিলাসীপাৰাত কৃষি আইন বাতিল আৰু EIA বাতিলৰ দাৱীত কৃষক মুক্তিৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘাট।

২ ডিচেম্বৰঃ নতুনকৈ গৃহীত কৃষি আইন আৰু EIA বাতিলৰ দাৱীত সমগ্ৰ অসমৰ লগত সংগতি ৰাখি ধুবুৰী জিলাতো বিলাসীপাৰা ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ চৌহদত সৰ্ব ভাৰতীয় সংঘৰ্ষ সমন্বয় সমিতি অসম অন্তভুৰ্ক্ত নিখিল ভাৰত কৃষক সভা,কৃষক সভা, কৃষক মহাসভা, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী মুৰ্দ্দাবাদ,অমিত শ্বাহ গো বেক শ্বলো গানেৰে …

Read More »

ভাৰতীয় জনতা যুৱ মৰ্চাৰ, মধুপুৰ মণ্ডলৰ যোৱা ৩০/১১/২০২০ ইং তাৰিখে প্ৰথম খন কাৰ্যনিৰ্বাহক সভা

৩৫ নং গাওঁ পঞ্চায়তৰ অন্তৰ্গত কৈঠালকুছি হাইস্কুলত অনুষ্ঠিত হৈ যায়, সভাপতি আসন অলংকৃত কৰে মণ্ডল যুৱ মৰ্চাৰ সভাপতি দ্বীপ জ্যোতি বৈশ্য ডাঙৰীয়াই ,উপস্থিত থাকে শ্ৰদ্ধাৰ বনদ্বিপ ডেকা ডাঙৰীয়া ,অধ্যক্ষ নলবাৰী নগৰ উন্নয়ন প্ৰাধীকৰন ,মাননীয় নিতুল ডেকা ডাঙৰীয়া ,অধ্যক্ষ নলবাৰী জিলা পৰিষদ, সভাপতি মণ্ডল বি জে পি সভাপতি হিৰণ্য বৰ্মন ডাঙৰীয়া,মাননীয় …

Read More »

দিল্লীৰ এছিয়ান লিটাৰেৰি চছাইটিৰ উদোগত ,”ভাষা ,২০২০ শৃংখলাৰ” অসমীয়া ভাষা,ক’লা,সংস্কৃতিৰ বাৰেৰহনীয়া উৎসৱৰ উদযাপন।

দিল্লীৰ প্ৰখ্যাত এছিয়ান লিটাৰেৰি চছাইটিয়ে,জাৰ্ণাল অফ এছিয়ান আৰ্ট,কালচাৰ এণ্ড লিটাৰেচাৰৰ সহযোগত ,(ভাষা শৃংখলাৰ ২০২০ )দিনটোযোৰা কায্য সূচীৰে অসমীয়া, ভাষা,ক’লা সংস্কৃতিৰ উৎসৱ উদযাপন কৰে। দিনটোযোৰা কায্য সূচী আৰম্ভনী হয়,সংস্থাৰ প্ৰতিষ্ঠাতা তথা প্ৰখ‍্যাত কবি,লিখক,চিত্ৰশিল্পী মনোজ কৃষ্ণনৰ আদৰণি ভাষনেৰে। অসমৰ বহুতো গুণী মানি প্ৰসিদ্ধ সাহিত্যিক তথা শিল্পীয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।সভা আৰম্ভ হয় …

Read More »

ডিংডিঙা আঞ্চলিক আক্ৰাছুৰ নতুন কমিটি গঠন।

পশ্চিম কোকৰাঝাৰ জিলাৰ তথা গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত ডিংডিঙাত আঞ্চলিক আক্ৰাছুৰ ১৫ তম দ্বীবাৰষিক অধিবেশন অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলাৰ ডিংডিঙাত জিলা সমিতিৰ নিৰ্দেশ মৰ্মে ডিংডিংঙা এম, ভি স্কুল প্ৰাঙ্গনত আক্ৰাছুৰ  ১৫ তম দ্বীবাৰষিক অধিবেশন অনুষ্ঠিত হয়। অনুষ্ঠিত অধিবেশনত উপস্থিত থাকে পশ্চিম কোকৰাঝাৰ জিলাৰ সভাপতি মৃনাল কান্তি ৰায় আৰু চিলাৰায় সেনাৰ কেন্দ্ৰীয় …

Read More »

ইউ পি পি এল নেতা অনিল মোছাহাৰীয়ে আছাৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাক লৈ এতিয়া আদিবাসী অধ্যুষিত অঞ্চল সমূহত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

ইউ পি পি এল নেতা অনিল মোছাহাৰীয়ে আছাৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাক লৈ এতিয়া আদিবাসী অধ্যুষিত অঞ্চল সমূহত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷ ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাই অনিল মুছাহাৰীৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে পানেৰীৰ ঔৰংগাজুলিত ইউ পি পি এলৰ নেতাগৰাকীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল …

Read More »

কোকৰাঝাৰৰ শ্ৰীৰামপুৰত বিজেপিৰ নিৰ্বাচনী সভাত হিমন্ত বিশ্বৰ নিৰ্বাচনী হুংকাৰ, বিটিচিত বিজেপি চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি দাবী ড:  হিমন্ত বিশ্ব শৰ্মাৰ।

বিটিচিত পৰিষদীয় নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলৰ মাজত অব্যাহত আছে প্ৰতিযোগিতা মূলক বাকযুদ্ধ। সকলো ৰাজনৈতিক দলৰ এটাই সপোন গাদী দখলৰ। দীৰ্ঘ দিন ধৰি বিটিচিত পৰিষদীয় নিৰ্বাচনক লৈ নিৰ্বাচনী প্ৰচাৰ চলি থকা সময়ত আজি কোকৰাঝাৰ জিলাৰ ৩ নং শ্ৰীৰামপুৰ অ জনজাতি সমষ্টিৰ মৰনাই টি ইচষ্টেট প্ৰাঙ্গনত বিজেপি সমৰ্থীত নিৰ্দলীয় প্ৰাৰ্থী শ্ৰী …

Read More »

ধুবুৰীৰ গোলকগঞ্জৰ আলোকঝাৰী প্ৰস্তাবিত সংক্ষৰিত বনাঞ্চলত জৈৱবৈচিত্ৰ উদ্যানৰ শুভ উদ্বোধন ৰাজ্যিক বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

আজি ধুবুৰী জিলাৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ আলোকঝাৰীত এটা জৈৱবৈচিত্ৰ উদ্যানৰ আনুষ্ঠানিক ভাবে উদ্বোধন কৰে ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। উল্লেখ্য যে, ধুবুৰী বন বিভাগৰ অধীনস্থ আলোকঝাৰী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ৩ হেক্টৰ মাটিত বিভিন্ন আপুৰুগীয়া গছ ৰোপনেৰে ‘সাহিত্য মনিষী উপবন’ নামৰ এটি জৈৱবৈচিত্ৰ উদ্যানৰ নিৰ্মাণ খৰচ ৰূপে ‘ষ্টেট …

Read More »

Laharighat ত অখিল গগৈৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ

আপুনি নিশ্চয় এজন বলিষ্ঠ অসম সংগ্ৰামী নেতাৰ কথা গম পায়। যিজনে সুদীৰ্ঘ প্ৰায় এক বছৰ ধৰি কাৰাবাস খাটি আছে । সেইজন আজি অসমীয়া জাতিৰ কাৰণে কাৰাগাৰত থাকিব লগীয়া হৈছে । যিজনে আকৌ কেৱল অসমীয়া জাতি ৰখাৰ বাবে কাৰাগাৰত থাকি নেতৃত্ব প্ৰদান কৰী ৰাজনৈতিক দল গঠন কৰিছে । আমি যিজনৰ কথা …

Read More »

শ্ৰমিক কৃষক নিৱনুৱা যুৱক-যুৱতীৰ স্বাৰ্থবিৰোধী বিজেপি চৰকাৰৰ নীতি পৰিবৰ্তনৰ দাৱীত আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন শিল্পাভিত্ত্বিক কৰ্মচাৰী সংগঠনৰ যৌথ উদ্যোগত অহা ২৬ নভেম্বৰ ২০২০ বৃহস্পতিবাৰৰ দিনা দেশজোৰা ধৰ্মঘাট অব্যাহত থাকিব।।

Read More »