Breaking News

BREAKING NEWS:বিলাসীপাৰা বেলতলীত ট্ৰেক্টৰ দুৰ্ঘটনাত ট্ৰেক্টৰ চালক নিহত,আন এগৰাকী গুৰুত্ব ভাৱে আহত ।।

উল্লেখ্য যে ট্ৰেক্টৰ খনত মাটি ভৰ্তি আছিল।।মাটি ভৰ্তি থকা ট্ৰেক্কৰ খন চলাই থকা অৱস্থাতেই ওলটাই গৈ এনে দুৰ্ঘটনা সংঘটিত হৈছে।।প্ৰাক মৰ্হুত্ব সময়তে চিকিৎসাৰ বাবে দুয়ো গৰাকী ব্যক্তিক বিলাসীপাৰা সহকাৰী চিকিৎসালয়ত ভৰ্তি কৰিছিল, যদিও ট্ৰেক্টৰ চালক ওমৰ ফাৰুক ব্য়স (৩৮) নামৰ ব্যক্তি গৰাকীৰ ততালিকে মৃত্যু বুলি সাৱটি লয়, আৰু গুৰুত্ব ভাৱে …

Read More »

নলবাৰীত ডাম্পাৰ চুৰি ।

নলবাৰীত দিনে দিনে বৃদ্ধি পাব ধৰিছে চোৰৰ সন্ত্ৰাস । যোৱা সোমবাৰৰ নিশা পুনৰ জিলাখনৰ হৰিপুৰৰ পেট্ৰ’ল পাম্পৰ কেম্পাচৰ পৰা এখন AS 19 C 7194 এখন ডাম্পাৰ গাড়ী চোৰ হোৱাৰ লৈ নলবাৰীত চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনা অনুসৰি, নলবাৰী টাউনৰ ৫ নম্বৰ ৱাৰ্ডৰ নিবাসী অহেদুৰ ৰহমানৰ ডাম্পাৰ গাড়ী খন পূৰ্বৰ দৰে …

Read More »

চিৰাঙৰ ভোট গ্ৰহণ কেন্দ্রত উত্তপ্ত পৰিস্থিতি।

চিৰাঙৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ শূন্যলৈ গুলীচালনাপ্ৰিজাইডিং অফিচাৰকে ধৰি কৰ্তব্যৰত বিষয়াক শাৰীৰিকভাৱেঅপদস্থ কৰে ক্ষুব্ধ লোকসকলে৷ আজি বিটিচি নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। কোকৰাঝাৰ আৰু চিৰাং জিলাত পুৱাৰে পৰা অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। চিৰাং জিলাৰ সাতটা পৰিষদীয় সমষ্টিত ৩,৭১,০৩১ গৰাকী ভোটাৰে মুঠ ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব৷ জিলাখনৰ ৪৫৬টা ভোট …

Read More »

নিৰ্মাণ হ’ব নতুন সংসদ ভৱন

৯৭১ কোটি টকাৰে নিৰ্মাণ হ’ব নতুন সংসদ ভৱন।বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত বিভিন্ন ৰাজনৈতিক দলৰ নেতা, কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বহু দেশৰ ৰাষ্ট্ৰদূত উপস্থিত থাকে। চাৰি মহলাৰ নতুন সংসদ ভৱনৰ নিৰ্মাণকাৰ্য ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে সম্পন্ন কৰাৰ লক্ষ্য …

Read More »

৮ ডিচেম্বৰৰ ভাৰত বন্ধৰ প্ৰতি ৰাজা ফাউণ্ডেশ্যন অসমৰ পূৰ্ণ সমৰ্থন

অহা ৮ ডিচেম্বৰত কৃষকৰ অধিকাৰক লৈ আন্দোলন কৰা কৃষক সকলে আহ্বান জনোৱা ভাৰত বন্ধলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৰাজা ফাউণ্ডেশ্যন, অসমে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে The Essential Commodities Ammendment Bill, 2020, The Farmers produce trade and commers bill, 2020 আৰু The Farmers agreement of price assurance and farm service bill, 2020 …

Read More »

পৰ্বতঝোৰাত ভোটগণনা সম্পৰ্কীয় প্ৰশিক্ষণ।

১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টি (জনজাতি)ৰ সমাগত নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পন্ন হৈছে। আজি স্থানীয় কাজিগাঁও হাইস্কুলত ভোটগণনা সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। সমষ্টিটোত সমাগত বিটিচি নিৰ্বাচন যাতে সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আজি ‘কাউণ্টিং এছিষ্টেণ্ট’ আৰু ‘কাউণ্টিং ছুপাৰভাইজাৰ’সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়‌। …

Read More »

শ্বচ্ছ ভাৰত অভিযানত নামিল বিটিচিৰ ২ নং গুমা পৰিষদী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নিলেশ্বৰ ৰায়।

শ্বচ্চ ভাৰত অভিযান ভাৰত চৰকাৰৰ উদ্যেগত চলা এক অভিযান যাৰ উদ্দেশ্য লক্ষ্য ৰাখি দেশখনক চাফ-চিকুণ কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি জনসাধাৰণৰক সচেতন কৰি তোলাৰ মাজত সজাগতা বৃদ্ধিৰ বাবে যোৱা বুধবাৰে ২ নং গুমা পৰিষদীয় সমষ্টিৰ সত্যপুৰত বিজেপি দলৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হৈছিল সভাস্থলীত জাবৰ-আবৰ্জ্জনাৰে ভৰি থকাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ …

Read More »

৮ নং দোতমা পৰিষদীয় সমষ্টিত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। সভাত ৰাজ্যিক সভাপতি ৰঞ্জিত দাস: প্ৰাৰ্থী বিভুতি বৰগয়াৰীৰ জয় নিশ্চিত।

সমাগত বিটিচিত পৰিষদীয় নিৰ্বাচন সকলো ৰাজনৈতিক দলৰ মাজত অব্যাহত আছে প্ৰতিযোগিতা মূলক বাকযুদ্ধ। বুধবাৰে কোকৰাঝাৰ জিলাৰ ৮ নং দোতমা পৰিষদীয় সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাস উপস্থিত হৈ দোতমা(জনজাতী)পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বিভুতি বৰগয়াৰীৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ চলাই। এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ। প্ৰাৰ্থী গৰাকী জয়ী হলে তেওঁক EM দিয়া …

Read More »

সাপটগ্ৰামত ধুবুৰী পূৱ জিলা ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ কাৰ্য্যনিৰ্বাহ সভা অনুষ্ঠিত।।

ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূৱ জিলা মহিলা মৰ্চাৰ সাপটগ্ৰাম চেন্বাৰ হলত আজি এখন কাৰ্য্যনিৰ্বাহসভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে সভা খনত দলৰ সাংগঠনিক দিশত মূল্যৱান ভাষন প্ৰদান কৰে,ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূৱ জিলা মহিলা মৰ্চাৰ সভানেত্রী শ্ৰীমতীী বিউটি ৰায় অৰু লগতে ধুবুৰী পূৱ জিলা কমিটিৰ সভাপতি শ্ৰীযুত প্ৰফুল্ল্য কলিতা দেৱে। উক্ত …

Read More »

বিলাসীপাৰাত কৃষি আইন বাতিল আৰু EIA বাতিলৰ দাৱীত কৃষক মুক্তিৰ প্ৰতিবাদী অৱস্থান ধৰ্মঘাট।

২ ডিচেম্বৰঃ নতুনকৈ গৃহীত কৃষি আইন আৰু EIA বাতিলৰ দাৱীত সমগ্ৰ অসমৰ লগত সংগতি ৰাখি ধুবুৰী জিলাতো বিলাসীপাৰা ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ চৌহদত সৰ্ব ভাৰতীয় সংঘৰ্ষ সমন্বয় সমিতি অসম অন্তভুৰ্ক্ত নিখিল ভাৰত কৃষক সভা,কৃষক সভা, কৃষক মহাসভা, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী মুৰ্দ্দাবাদ,অমিত শ্বাহ গো বেক শ্বলো গানেৰে …

Read More »