Breaking News

অসমাজিক কাৰ্য্যত লিপ্ত থকা গাওঁৰক্ষী বাহিনীৰ সম্পাদক জামাল আলীক সম্পাদকৰ পদৰ পৰা বহিষ্কাৰ দাৱী,ৰঙাপানী সৰ্বসাধাৰণ ৰাইজৰ।।

বিলাসীপাৰা ২৩ ডিচেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ ৰঙাপানী দ্বিতীয় খণ্ডৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক জামাল আলীয়ে,যোৱা কেইটা মাহ মান পূৰ্বতে গৰু চুৰি কাণ্ড সংঘটিত কৰি জেল -হাজোতলৈ গৈছিল,ইয়াৰ উপৰিও এই গৰাকী গাওঁৰক্ষী বাহিনীৰ সম্পাদক জামাল আলীয়ে সদাশয় ব্যক্তিৰ পৰা দাৱী ধমকি দি ধন ঘটাৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে এই …

Read More »

অসম গণ পৰিষদ, নলৱাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা !

আজি দেশপ্ৰাণ নগেন শৰ্মা ভৱন নলৱাৰী জিলা সমিতিৰ কাৰ্য্যলয়ত অগপ দলৰ সাংগঠনিক স্থিতি সৱলীকৰণত গুৰুত্ব প্ৰদান কৰি গুৰুত্বপূৰ্ণ ভাষণ দিয়ে অগপৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য দিলীপ কুমাৰ দাসে…দলটোৰ ভৱিষ্যতৰ স্থিতি সৱলীকৰণৰ কাৰণে বিভিন্ন গঠনাত্মক বক্তৃতা প্ৰদান কৰে নেতাগৰাকীয়ে… নলৱাৰীবাসীৰ মনত সোমায় থকা জাতীয় চেতনায়েই যে অগপক আগন্তুক নিৰ্বাচনত বিপুল ভোটত …

Read More »

Fire Incident Laharighat

লাহৰীঘাটৰ দক্ষিণ চেনিমাৰীত গাঁৱত বিধ্বংসী অগ্নিকাণ্ড। ৬ টাকৈ বাসগৃহৰ লগতে ১০ লক্ষাধিক টকাৰ সা-সামগ্ৰী অগ্নিকাণ্ডত ভস্মীভূত। স্থানীয় ৰাইজৰ তৎপৰতাত ৱাটাৰ পাম্পৰ সহায়ত অগ্নিনিৰ্বাপন। মৰিগাঁও জিলাৰ লাহৰিঘাট আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ চেনিমাৰী গাঁৱত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডটোত মুঠ ৬ টাকৈ পৰিয়ালৰ বাসগৃহ জুইত জাহ যোৱাৰ লগতে ১০ লক্ষাধিট টকাৰ সা-সম্পত্তি …

Read More »

Kaliabor fire awarness program

জুই যিকোনো ঠাইত যিকোনো সময়ত জ্বলি উঠিব পাৰে। হঠাৎ জুই জ্বলি উঠিলে কি কৰিব। জুই লাগিলে কি কৰিব , জুই নুমোৱা সঁজুলি এষ্টিংগুইচাৰ কিদৰে ব্যৱহাৰ কৰিব এই সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে অসম চৰকাৰৰ অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগে এলানি কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ অংশ হিচাবে শিলঘাট ক্ষুদ্ৰ প্ৰাথমিক …

Read More »

অসমত মাদ্ৰাছা বন্ধৰ সিদ্ধান্ত পুনৰ্বিবেচনা কৰা হওক

মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰী মাদ্ৰাছা বন্ধ কৰিবলৈ বৰ্তমানৰ চৰকাৰখনে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এই কথাৰ ওপৰত ৰাজা ফাউণ্ডেশ্যন, অসমৰ যোৱা ১৪ ডিচেম্বৰ তাৰিখে এখন সভা অনুষ্ঠিত হৈ যায়৷ সভাত বিষয়টি সন্দৰ্ভত গভীৰভাৱে অধ্যয়ন কৰি আৰু গৱেষণামূলক অধ্যয়ন সম্পন্ন কৰে৷ সংগঠনটোৰ সভাপতি মৌলানা আলহাজ মুহাম্মাদ আজিমুদ্দিন আহমেদ ৰেজৱী আৰু সম্পাদক মুহাম্মাদ …

Read More »

নগাঁও জিলাৰ কলিয়াবৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত জব্দ হয় তিনিখনকৈ গৰু-মহ ভৰ্তি ট্ৰাক।

ৰাজ্যত ব্যাপক হাৰত বাঢ়িছে গৰু-ম’হৰ অবাধ বেহা। নগাঁও জিলাৰ চামগুৰিৰ আমনিত নিশা । উজনি অসমৰ দিশৰ পৰা নগাঁও অভিমুখে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা অৱস্থাত গোপন সূত্ৰৰ খবৰ অনুসৰি চামগুৰি আৰক্ষী, জখলাবন্ধা আৰক্ষী, আৰু বাগৰী আৰক্ষীৰ এটি দলে চামগুৰি থানাৰ সন্মুখত বেৰিকেড লগাই নিশা বাহন কেইখন জব্দ কৰাৰ চেষ্টা চলায় …

Read More »

বৃদ্ধি পাব শীতৰ প্ৰকোপ

অহা ৪৮ ঘন্টাত বৃদ্ধি পাব শীতৰ প্ৰকোপ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্রৰ পৰা দিছে এই বিশেষ জাননী। দেশৰ ছয়ের ৰাজ্যত বৃদ্ধি পাব শীতৰ প্ৰকোপ, দিল্লী, হাৰিয়ানা, পঞ্জাৱ,চন্ডীগড়, উত্তৰ প্ৰদেশত বৃদ্ধি পাব শীত।

Read More »

বৰফে ঢকা হিমালয় আৰু দিল্লীৰ উজ্জ্বল পোহৰ।

বৰফে ঢকা হিমালয় আৰু দিল্লীৰ উজ্জ্বল পোহৰ, চাওক নাছাই তোলা সুন্দৰ ছবি এখন ।ছচিয়েল মিডিয়াত ভাইৰেল হৈছে নাছাই তোলা এখন ফটো। যিখন দেখি আপ্লুত সকলো। নাছাই তোলা ফটোখনত সুন্দৰ ৰূপ ধৰা দিছে বৰফে ঢকা হিমালয় আৰু দিল্লী চহৰৰ উজ্জ্বল পোহৰ।হিমালয়ৰ এই ফটো পোষ্ট কৰি নাছাৰ ছচিয়েল মিডিয়া হেণ্ডেলত লিখিছে – …

Read More »

Bhergaon wild elephant destroy house

এই দৃশ্য ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ২ নং উত্তৰ ডিমাকুছি গাঁৱৰ ৷ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্যৰ খাদ্যৰ সন্ধানত নামি অহা শ শ হাতীয়ে বিগত দীৰ্ঘদিন ধৰি চলাই আহিছে উপদ্ৰৱ ৷অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহ ধংস কৰাৰ লগতে ভঁৰালৰ ধান , চাউল, খেতিপথাৰ শইচ,কলৰ বাগান আদি বিনষ্ট কৰিছে ৷ইতিমধ্যে …

Read More »

আজি বিজয় দিৱস

বিজয় দিৱস ভাৰতত প্রতি ১৬ ডিসেম্বৰত স্মৰণ কৰা হয়। ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত পাকিস্তাৰ পৰা বাংলাদেশৰ স্বাধীনতাৰ বাবে পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ জয়ৰ বাবে উদযাপন কৰা হয় এই বিজয় দিৱস। যুদ্ধৰ সমাপ্তিৰ ফলশ্রুতিত পাকিস্তান সেনাবাহিনীৰ একতৰফা আৰু নিঃচর্ত আত্মসমর্পণ কৰে আৰু পৰবর্তীকালত পূর্ব পাকিস্তান, পাকিস্তান ৰাষ্ট্রৰ পৰা বিচ্ছিন্ন হোৱাৰ মাধ্যমত …

Read More »