Breaking News

নতুন বছৰৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক্ষেত্রত নিয়ম সলনি হোৱাৰ সম্ভাৱনা।

নতুন বছৰত সাধাৰণ জীৱনত বহু পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছে। আৰু ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষ ভাবে পৰিব সাধাৰণ নাগৰিকৰ ওপৰত। জানিব পৰা মতে, গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত বহু নিয়ম সলনি কৰাৰ সম্ভাৱনা আছে। অনুমান কৰা হৈছে যে, অতি শীঘ্ৰে এল পি জি চিলিণ্ডাৰৰ দাম প্ৰতি সপ্তাহত ৰিভাইচ কৰা হ’ব। ডিচেম্বৰ মাহত …

Read More »

খোৱা পানী পাৰীক্ষা কৰাৰ বাবে প্ৰশিক্ষণ

প্ৰেৰক কমলেশ বৰ্মন, আমাৰ অসম ডোতমা – জল জীৱন মিছনৰ অধিনত ঘৰে ঘৰে খোৱা পানী পাৰীক্ষা কৰাৰ বাবে প্ৰশিক্ষণ কোকৰাঝাৰ জিলাৰ দোতমাস্থ জনস্বাস্থ্য কাৰীকৰি বিভাগ সংমণ্ডলৰ কাৰ্য্যালয়ত আজি দিনৰ ১১ বজাৰ পৰা খোৱা পানী পৰীক্ষা কৰাৰ বাবে এক প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত প্ৰশিক্ষনত ১২ টা ভিছিডিছিৰ ৬০ জন …

Read More »

মঙ্গলদৈ থানাৰ অন্তৰ্গত বৰসত্ৰত বোৱাৰী হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত আৰু দুজনক গ্ৰেপ্তাৰ !

ঘটনাৰ দিনাৰ পৰা পলাতক অৱস্থাত থকা মৃত মহিলা গৰাকীৰ স্বামী গৌতম বৈশ্যক আজাৰাৰ পৰা আটক কৰে মঙ্গলদৈ আৰক্ষীয়ে।আনহাতে মৃত মহিলা গৰাকীয়ে মৃত্যুৰ পূৰ্বে লিখি থৈ যোৱা চিঠিত উল্লেখ থকা বলো ৰাম ৰাজবংশীকো আটক।বৰ্তমানেও পলাতক অৱস্থাত কৃষ্ণা মণি ডেকাৰ শহুৰ খিতেশ্বৰ বৈশ্য আৰু শাহু দৈৱকী বৈশ্য।উক্ত ঘটনাৰ বুজ লবলৈ মঙ্গলদৈত উপস্থিত …

Read More »

ৰাইজৰ দলৰ মৰিগাঁও বিধান সভা সমষ্টি গঠন ।

সমাগত বিধান সভা নিৰ্বাচন । সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ । কোনে দলেই পিছ পঢ়ি থকা নাই । ইতিমধ্যে বহু দল সংগঠনৰ নেতৃত্বত গঠন হৈছে বিভিন্ন ৰাজনৈতিক দল । কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতৃত্বত গঠন হোৱা জাতীয়তাবদী , প্ৰগতিশীল দল ৰাইজৰ দলে বিভিন্ন জিলাই জিলাই গঠন কৰিছে আহ্বায়ক …

Read More »

অসম লোক সেৱা আয়োগত ২৬ নম্বৰ স্থান দখল কৰি নলবাৰী জিলা লৈ সুনাম কঢ়িয়াই আনিলে তুলসী ৰঞ্জন কলিতাই ।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ২৬ সংখ্যক স্থান দখল কৰি নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে বৰভাগৰ সু-সন্তান তুলসী ৰঞ্জন কলিতাই। বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধক্ষ্য ৰজত চন্দ্ৰ কলিতা আৰু শ্বহীদ মুকুন্দ কাকতি বিদ্যাপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰীণা মজুমদাৰ কলিতাৰ পুত্ৰ তুলসী ৰঞ্জন কলিতাৰ এই সাফল্যত নলবাৰী জিলাৰ লগতে সমগ্ৰ বৰভাগ অঞ্চলত আনন্দৰ …

Read More »

বিলাসীপাৰা কদমতোলা শান্তি নগৰ প্ৰাথমিক বিদ্যালয়ত পৰিচালনা কমিটিৰ সভাপতি পদকলৈ ভোটদান আৰু লগতে ফলাফল !

২৯ ডিচেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত কদমতোলা শাস্তি নগৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি পদকলৈ আজি ছাত্ৰ-ছাত্ৰী অৱিভাবক সকলৰ মাজত ভোটদান অনুষ্ঠিত হয়। উল্লেখ্য যে বিদ্যালয় খনৰ পৰিচালনা কমিটিৰ সভাপতি পদৰ প্ৰাৰ্থী দুগৰাকী ক্রমে- সাইদুল ইছলাম আৰু তফিছ উদ্দিন, মনকৰিবলগীয়া যে বিদ্যালয় খনত সৰ্বমুঠ অভিভাৱকৰ ভোটৰ সংখ্যা ৭৮ …

Read More »

সৃষ্টি মাল্টিডেভলপমেন্ট অৰ্গেনাইজেছন ( এন জি অ ) ৰ উদ্যোগত মহিলা সবলীকৰনৰ ওপৰত সজাগতা সভা আৰু সম্বন্ধনা অনুষ্ঠান ।

নলবাৰী জিলাৰ বেচৰকাৰী স্বেচ্ছাসেৱী এন জি অ সৃষ্টি মাল্টি ডেভেলপমেন্ট অৰ্গেনাইজেছনৰ উদ্যোগত আৰু উক্ত NGO ৰ সভাপতি হিৰণ্য বৰ্মনৰ নেতৃত্বতআজি শংকৰদেৱ শিশু নিকেতন চেংনৈ ত এখন মহিলা সাবলীকৰনৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হৈ যায় ।অৱসৰপ্ৰাপ্ত শিক্ষক চানাৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখন আত ধৰে সৃষ্টি সংগীত বিদ্যালয়ৰ অধ্যক্ষ প্ৰতুল ৰাজবংশীয়ে। …

Read More »

তামাৰহাট, ডিংডিঙা আৰু কুমাৰগঞ্জ আঞ্চলিক আমচুৰ উদ্দোগত তথা ধুবুৰী জিলা আমচুৰ সহযোগত দুখীয়া ৰাইজৰ মাজত কম্বল বিতৰণ !

আজি ধুবুৰী জিলাৰ তামাৰহাটত আমচুৰ উদ্দোগত ‘মানুহে মানুহৰ বাবে’ এক প্ৰসংশনীয় অনুষ্ঠান সম্পন্ন হয়। জিলা খনৰ তামাৰহাট, ডিংডিঙা আৰু কুমাৰগঞ্জ আঞ্চলিক আমচুৰ উদ্দোগত তথা ধুবুৰী জিলা আমচুৰ সহযোগত তামাৰহাট দুৰ্গা মন্দিৰ প্ৰাঙ্গণত মানুহ মানুহৰ বাবে’ এক অনুষ্ঠানৰ জৰিয়তে প্ৰকোপ ঠাণ্ডাৰ পৰা কিছু সকাহ দিবলৈ তিনিখন আঞ্চলিকৰ বিভিন্ন কৰ্মী সকলে  তেনেই …

Read More »

কলিয়াবৰৰ ৰাজীৱ ভাগৱতীৰ সফলতা !

সদ‍্য ঘোষিত অসম লোকসেৱা আয়োগৰ প্ৰশাসনিক বিষয়া কৰ পৰিদৰ্শক ৰূপে নিৰ্বাচিত। দীৰ্ঘ দিনৰ বিৰতি পিচত কলিয়াবৰৰ ৰাজীৱ ভাগৱতীয়ে অসম লোকসেৱা আয়োগৰ প্ৰশাসনিক পৰীক্ষাত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কলিয়াবৰৰ শ্ৰীশ্ৰীশ্ৰৱণী সত্ৰ নিৱাসী প্ৰয়াত তিলক ভাগৱতী আৰু বিজু ভাগৱতী পুত্ৰ ৰাজীৱ ভাগৱতীয়ে কলিয়াবৰৰ মাধৱ মজলীয়া বিদ‍্যালয়ত প্ৰাথমিক শিক্ষা সমাপ্ত …

Read More »

কোকৰাঝাৰত বনভোজৰ আনন্দ উলাহ, নতুন বছৰক আদৰাৰ বাবে প্ৰস্তুতিত !

দোডমা ২৫ ডিচেম্বৰ- সমাগত বনভোজৰ বতৰ, নতুন বাছৰক আদৰাৰ বাবে সকলোয়ে কম বেছি পৰিমাণে চলাইছে প্ৰস্তুতি l জানুৱাৰী মাহ আহিবলৈ মাজত মাথো কেইটামান দিন বাকী l তেনে সময়তে আৰাম্ভ হৈছেঃ বনভোজৰ যোবাৰ l সকলোয়ে এক লক হৈ ঘৰৰ বাহিৰত এসাঁজ খাই নতুন বছৰটো আদৰিবলৈ আয়োজন কৰিছেঃ বনভোজৰ l তাৰে বতিক্ৰম …

Read More »