Breaking News

বিলাসীপাৰা কাজাইকাটা তৃতীয় খণ্ডত গাওঁৰক্ষী বাহিনীৰ সভাপতি আৰু নায়ক বাছনি সন্পূৰ্ণঃ

বিলাসীপাৰাঃ ৭ নভেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অন্তৰ্গত কাজাইকাটা তৃতীয় খণ্ডত গাওঁৰক্ষী বাহিনীৰ সভাপতি আৰু নায়ক বাছনি কৰাৰ ফলত বিলাসীপাৰা আৰক্ষী নিৱেশত এখন সভা অনুষ্ঠিত হয়। উক্ত সভা খনত গাওঁৰক্ষী বাহিনীৰ সভাপতি পদৰ বাবে চাৰি গৰাকী ব্যক্তিৰ নাম প্ৰস্তাৱ সমৰ্থন আগবঢ়ায়, ইয়াৰে চাৰি গৰাকী ক্রমে, সাহা আলম, চমৰ আলী, …

Read More »

টিহুত বিজেপিৰ মুখপত্ৰ মনোজ বৰুৱাৰ সংবাদ মেল ,অসমত পুনৰ হব বিজেপি চৰকাৰ : মনোজ বৰুৱা

অসমত আগন্তুক ২৫৩০ বছৰলৈ কংগ্ৰেছ দল শাসনলৈ আহিব নোৱাৰে।” বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱাই আজি টিহুত এক সংবাদ মেলত এইদৰে কয়। বিজেপিৰ টিহু মণ্ডল সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত ৰাজ্যিক মুখপাত্ৰ বৰুৱাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সম্পাদক তথা অসমৰ তত্বাবধায়ক জিতেন্দ্ৰ সিঙে কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু …

Read More »

আদিবাসী সকলক বিজেপি চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে আদিবাসী ছাত্ৰ সন্থা ৷

ৰাজ্যৰ আদিবাসী সকলৰ দীৰ্ঘদীনিয়া জনজাতিকৰণৰ দাৱী আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে দেখুওৱা অনিহাত ক্ষোভিত হৈ শনিবাৰে ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাই ভেৰগাও আঞ্চলিক সমিতিৰ সহযোগত ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ওদালগুৰি জিলা আদিবাসী …

Read More »

পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল নলবাৰী।

নলবাৰীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰংগ দলৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী চহৰৰ মাজমজিয়াত বদৰুদ্দিন আজমলৰ প্ৰতিমূৰ্তি দাহ কৰে।উল্লেখযোগ্য যে নলবাৰী চহৰৰ মাজেৰে প্ৰতিবাদ কৰি আহি বাটা চকত এই কাৰ্যসূচী ৰূপায়ণ কৰে ।ইফালে সংগঠনটোৱে পাকিস্তান মুৰ্দাবাদ, বদৰুদ্দিন আজমল মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে।আনহাতে AIUDF ৰ নেতা বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰাৰ …

Read More »

হাহঁচৰা বড়ী প্ৰেছিডেঞ্ছি ক্লাৱৰ বিষয়-ববীয়াৰ সংবাদ মেল।

যোৱা ২ নৱেম্বৰ তাৰিখে হাহঁচৰা বড়ী প্ৰেছিডেঞ্ছি ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হৈছিল T20 ফাইনেল ক্ৰিকেট প্ৰতিযোগিতা । ফাইনেল খেল খন অনুষ্ঠিত হৈছিল চৈয়দ মোদী সংঘ দলৈগাঁও আৰু মিজান ১১ দাতিয়ালবড়ীৰ মাজত। দুই দলৰ খেলুৱৈৰ মাজত উত্তেজনাৰ সৃষ্টি হোৱাত খেল খন বন্ধ হৈ পৰাত দৰ্শকে ভাঙি লণ্ড-ভণ্ড কৰে বহু চকী। ভেলুগুৰি আৰক্ষী …

Read More »

ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ নলবাৰী জিলাৰ কাৰ্য্যনিৰ্বাহক সভা।

আজি ধৰ্মপুৰ সমষ্টিৰ বিজেপিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় সভাত উপস্থিত থাকি জয়ন্ত মল্ল বৰুৱাই কয় যে আগন্তুক বিজেপিৰ চৰকাৰ হলে খিলঞ্জীয়া মানুহৰ মাটি সেইসকল লোকে কাঢ়ি নিৱ নোৱাৰিৱ ,কিনিব নোৱাৰৰ বাবে নতুন আইনৰ ব্যৱস্থা কৰিব বিজেপিয়ে।উল্লেখযোগ্য য়ে চৰাঞ্চলত বাস কৰা লোকৰ কথা এইদৰেই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ উপ সভাপতি …

Read More »

ৰূপহীহাটত সূহৃদ আঁচনিৰ কেলেংকাৰীৰ প্ৰতিবাদত কংগ্ৰছী বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্তি দাহ কৰিলে বি জে পিয়ে।

ৰূপহী চাৰি আলিৰ মাজমজিয়াত দাউ দাউকৈ জ্বলি উঠিল কংগ্ৰছী বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্তি। ৰূপহী মন্ডল বি জে পিৰ উদ্যোগত দাহ হৈছে বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্তি। সমষ্টিটোত ছাত্ৰ ছাত্ৰীৰ জলপানিৰ বিপৰীতে আৱন্টিত হবলগীয়া সূহৃদ আঁচনিৰ ধন বিধায়ক নুৰুল হুদাৰ সাংগোপাংগোৰ পকেটত সোমোৱাৰ অভিযোগ তুলি দাহ কৰে জনৰ প্ৰতিমূৰ্তি। বি জে পিৰ …

Read More »

জাগৰাত ভূপেন হাজৰিকা দিৱস উদযাপন

ৰাজ্যৰ আন আন জিলাৰ লগতে আজি নলবাৰী জিলাৰ জাগৰাতো সুঠাকন্ঠ ড° ভুপেন হাজৰিকা দিৱস উদযাপন কৰা হয়৷ জিলা খনৰ এটা বিশেষ সামাজিক সাংস্কৃতিক অনুস্হান ধৰ্মপুৰ বিকাশ মঞ্চৰ উদ্যোগত দ্বাৰিকানাথ লক্ষ্মী প্ৰিয়া উচ্চ মাধ্যমিক বিদ্যালয় ,দক্ষিণ জাগৰাত উদযাপন কৰা উক্ত দিবসৰ লগত সংগতি ৰাখি ৰাতিপুৱা বৃক্ষৰোপনৰ পিছতে সুঠাকন্ঠৰ প্ৰতিকৃতিত মাল্যৰ্পন কৰে …

Read More »

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিমূৰ্তি দাহন ।

মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ চৰকাৰে ভাৰতৰ সংবাদ জগতৰ জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীক ভিত্তিহীণ আইনৰ গোচৰৰ গইনা লৈ নিজ বাসগৃহৰ পৰা দাগি আপৰাধীৰ দৰে কৰা ঘটনাক হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ নলবাৰী সমিতিয়ে তীব্ৰ গৰিহণা প্ৰকাশ কৰিছে । আজি নলবাৰী জিলাৰ ৰাজপথত হিন্দু যুৱ ছাত্ৰ পৰিষদ নলবাৰী সমিতিৰ অৰ্ধ শতাধিক কৰ্মীয়ে মহাৰাষ্ট্ৰৰ …

Read More »

বিলাসীপাৰাত ৫০ লাখ টকাৰ Sports, Mini Stadium কামৰ আধাৰশিলা শুভ উদ্বোধনী অনুষ্ঠানঃ

বিলাসীপাৰাঃ ৫ নভেম্বৰঃ নামনি অসমৰ ধুবুৰী জিলাত ২৭ নং বিলাসীপাৰা পূৱ বিধান সভাৰ সমষ্টি খনত বিগত ৭৪ বছৰৰ তুলনা মুলক ভাৱে সমষ্টি খনত যোৱা ৫ বছৰতে যথেষ্ঠ পৰিমাণে উন্নয়ন মুলক কাম কৰি আহিছে, কৰ্মপটু বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীয়ে। মনকৰিবলগীয়া কথা যে বিধায়ক সিংহীৰ গধুৰ তত্বাৱধানত আজিৰ দিনত বিলাসীপাৰাত ৫০ …

Read More »