Breaking News

আজি চিৰাং জিলাৰ বিজনীত ৰাষ্ট্ৰীয় উলামা কাউন্সিল দলৰ এখনি গুৰুত্বপূৰ্ণ আলোচনা

আজি চিৰাং জিলাৰ বিজনীত ৰাষ্ট্ৰীয় উলামা কাউন্সিল চমুকৈ RUC দলৰ এখনি গুৰুত্বপূৰ্ণ আলোচনা হৈ যায় সভাত উপস্থিত থাকে কোকৰাঝাৰ জিলা আহ্বায়ক মো: ময়নুদ্দীন মণ্ডল লগতে চিৰাং জিলা সভাপতি সম্পাদক সহ দলৰ বহু কেইজন নেতা কৰ্মী উপস্থিত থাকি আগন্তুক2021ৰ বিধান সভা নিৰ্বাচন তথা btc ত mcla নিৰ্বাচন সম্পৰ্কে গুৰুত্ব পূৰ্ণ আলোচনা …

Read More »

গোসাঁইগাঁও মহকুমাৰ শিমুলটাপুত আৰক্ষীৰে গোপন খবৰৰে ভিত্তিত অভিযান চলাই গানজা কঢ়িওৱা এখন ট্ৰাক জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে। গানজাৰ বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা হব।

গোসাঁইগাঁৱৰ 31 নম্বৰ (গ) ৰাষ্ট্ৰীয় ঘাই পথেৰে গানজা লৈ এখন ট্ৰাক পশ্চিম বংগত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰে আৰক্ষী। লাভ কৰা তথ্যৰে ভিত্তিত নিশা ৰাষ্ট্ৰীয় পথত আৰক্ষী অভিযান চলাই শিমুলটাপুৰে পৰা এখন ট্ৰাক আটক কৰে। ট্ৰাকখনত তালাচী চলাই চেম্বাৰৰ ভিতৰত থকা ৩০ পেকেট গানজা জব্দ উদ্বাৰ কৰে। ইয়াৰ বজাৰ মূল্য …

Read More »

বিলাসীপাৰা শালবাড়ীত SUN SHINE (NGO)ৰ উদ্যোগত আজি মাক্স আৰু গছপূলি বিতৰণ কাৰ্য্যসূচী।।

বিলাসীপাৰাঃ ১২ নভেম্বৰঃ ভাৰত বৰ্ষৰ সমগ্ৰ ৰাজ্যত ক”ৰণা মহামাৰী বিয়পি পৰি থকাৰ পৰিপ্ৰেক্ষিতত ৰাইজক সজাগ আৰু সমাজৰ প্ৰতি লক্ষ্য ৰাখি নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা SUN SHINE (NGO)ৰ কৰ্ম-কৰ্ত্তা সকলে বগৰীবাৰী ৰাজহ-চক্র বিষয়াৰ উপস্থিতত আজি শালবাড়ীত ৰাইজৰ মাজত মাক্স আৰু গছপুলি বিতৰণ কাৰ্য্যসূচী হাতত লয়। উল্লেখ্য যে কাৰ্য্যসূচী খনত SUN …

Read More »

গোসাঁইগাঁৱত ৰঞ্জিত দাসৰ নিৰ্বাচনী প্ৰচাৰ ।

এইবেলি বিটিচিত বিজেপি চৰকাৰ গঠন কৰিব। ইয়াত কোনো সন্দেহ নাই। গোসাঁইগাঁৱত বিজেপি দলৰ ৰাজিক সভাপতি ৰঞ্জিত দাসৰে নিৰ্বাচনী প্ৰচাৰ। মটৰ চাইকেল সমদল । বিটিচিত কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা নাই। বিটিচি অঞ্চলৰ ৰাইজৰ সৈতে মিত্ৰতা । বিটিচি বিজেপি চৰকাৰ গঠন কৰিব। পঞ্চায়ত নিৰ্বাচনত বিপিএফ যিদৰে অকলে খেলিছে ঠিক বিটিচি নিৰ্বাচনত …

Read More »

কুৰি বছৰ ধৰি জৰাজীৰ্ণ অৱস্থা কাছাৰী গাঁৱৰ এখন দলং, আজিলৈকে কোনো এজন জনপ্ৰতিনীধিৰ দৃষ্টি আকৰ্ষণ হোৱা নাই দলং খনৰ। যাতায়তত যমৰ যাতনা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ। অনতি পলমে দলংখন নিৰ্মাণৰ দাবী ভুক্তভোগী ৰাইজৰ।

শাসীত চৰকাৰ খনৰ কাৰ্য্যকালত ৰাজ্যত উন্নয়নৰ ঢাক ঢোল বজাই থকা সময়ত চৰকাৰৰ খনৰ উন্নয়নৰ এক বিপৰীত দৃশ্য জিলিকিছে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কাছাৰী গাঁৱত। যোৱা দীৰ্ঘ দিন কংগ্ৰেছৰ শাসনকালত সিহতৰ কৰ্মকাণ্ডত বিতিষণা ধৰি  ৰাইজে চৰকাৰৰ পৰিবৰ্তন ঘটালে যাতে ৰাইজৰ দুখ যন্ত্ৰণাৰ অংশীদাৰ হ’ব পাৰে, কিন্তু সেয়াও যেন অথলে যোৱা …

Read More »

বিলাসীপাৰাত ১০ লাখ টকাৰ ছি চি ব্লক ৰাস্তাৰ কামৰ আধাৰশিলা শুভ উদ্বোধন,বিধায়ক অশোক কুমাৰ সিংহীৰ।

ধুবুৰী জিলাৰ শাসনাধিষ্টিত বিজেপি দলৰ কৰ্মৰাজি বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীৰ প্ৰচ্যুৰ দ্বায়াৱদ্বতাৰ ফলত আজিৰ দিনত বিলাসীপাৰাত অলিয়ে -গলিয়ে প্ৰায় সকলো ৰাস্তা ছি চি ব্লক,পকীকৰণ কৰি আহিছে।উল্লেখ্য যে পৰ্ঞ্চদশ বিৰ্ত্তীয আয়োগৰ ১০ লাখ টকাৰ ছি চি ব্লক ১২০ মিটাৰ ধীৰেন্দ্ৰ নাথ গৃহৰ পৰা খ্ৰীতৰা মন্দিৰ লৈকে ৰাস্তাৰ কাম বিলাসীপাৰা ১৩ …

Read More »

লাহৰীঘাটৰ ধিঙৰ আটি গাঁৱত অগপ দলৰ যোগদান সভা। কংগ্ৰেছ দলক তীব্ৰ সমালোচনা অগপ নেতাৰ। কংগ্ৰেছ দল ত্যাগ কৰি অৰ্ধ শতাধিক পুৰুষ-মহিলাৰ অগপ দলত যোগদান।

আগন্তুক বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। কংগ্ৰেছ দলৰ ৪২ বছৰীয়া দুৰ্গ লাহৰীঘাট বিধান সভা সমষ্টিৰ আগন্তুক নিৰ্বাচনত অগপ দলৰ দখললৈ নিয়াৰ বাবে দলটোৰ নেতা কৰ্মী সকলে অগপ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। লাহৰীঘাট ধিঙৰ …

Read More »

ৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ গোস্বামীৰ মন্তব্য – নুৰুল হুদাৰ বিৰুদ্ধে আছে দূৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ।

ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ বিৰোদ্ধে দূৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ আছে। এই মন্তব্য ৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ গোস্বামীৰ। মঙ্গলবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে ৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ গোস্বামীয়ে। গোস্বামীয়ে বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় ৰাইজৰ দলে ৰাইজৰ হৈ কাম কৰি যাব।মংগলবাৰে ৰূপহীহাট সমষ্টিৰ জুৰীয়াত ৰাইজৰ দলৰ …

Read More »

ৰূপহী গড়াজানৰ পূৱ ফুটালঝাৰত আজি ৰাতিপুৱা ৮টা মান বজাত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল দুটা পকী আৱাসগৃহ।

আজি পূৱা ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত পূৱ ফুটালঝাৰত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত দুটাকৈ পকী গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। গাওঁ খনৰ ছাইফুল ইছলামৰ বাসগৃহত সংঘটিত হয় উক্ত অগ্নিকাণ্ড। বিদ্যূৎৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি সন্দেহ কৰিছে পৰিয়াল লোকে । লেলিহান জুইয়ে ছানি ধৰাত স্থানীয় ৰাইজৰ তৎপৰতাত জুই …

Read More »

পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত আজি অসমৰ জেষ্ঠ নেতা তথা শিক্ষা আৰু বিত্ত দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যটোৰ বিৰোধীতা কৰি কে এচ এ ‘ য়ে প্ৰতিবাদী সমদল উলিওৱাৰ লগতে পুত্বলিকা দাহ কৰে ।

পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত আজি্‌ কাৰ্বি ছাত্ৰ সংষ্ঠাৰ কেন্দ্ৰীয় সভাপতি ছেম চন তেৰণৰ নেত্ৰিত্বত এখনি প্ৰতিবাদী সমদলৰ আয়োজন কৰে ৷ এই সমদলত একাংশ ছাত্ৰছাত্ৰীৰ যোগদানেৰে অসমৰ জেষ্ঠ নেতা তথা শিক্ষা আৰু বিত্ত দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্বলিকা দাহ কৰে । অসমৰ বিতিএডি’ত ৬ নৱেম্বৰত এখন নিৰ্বাচনী সভাত স্বায়ত্ত্ব শাসিত …

Read More »