Breaking News

TimeLine Layout

February, 2021

  • 23 February

    বিলাসীপাৰাত ভাৰতীয় জনতা পাৰ্টিৰ পথযাত্রাৰে পৰিয়াল সন্পৰ্ক অভিযান শুভ আৰম্ভ,বিধায়ক অশোক কুমাৰ সিংহীৰ।।

    ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূৱ জিলা কমিটিৰ উদ্যোগত ২৭ নং বিলাসীপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীৰ উপস্থিতত বিলাসীপাৰাত আজি ২৩ ফেব্ৰুৱাৰীৰ পৰা পথযাত্রাৰে ১ মাৰ্চ লৈকে পৰিয়াল সন্পৰ্ক অভিযান শুভ আৰম্ভ কৰে , চাই আঁহক আমাৰ এই বিশেষ প্ৰতিবেদন।।

    Read More »
  • 23 February

    লাহৰিঘাটলৈ গৌৰৱ অধিবক্তা ৰেজউল কৰিমৰ

    লাহৰিঘাটলৈ গৌৰৱ কঢ়িয়ালে এজন জেষ্ঠ অধিবক্তাই । প্ৰায় দহ বছৰ ধৰি সমাজসেৱাৰ লগত জড়িত থাকি শংকৰ – আজান সমন্ধয় বঁটা লাভ কৰি লাহৰিঘাটলৈ গৌৰৱ কঢ়িযাই আনিলে অধিবক্তা ৰেজাউল কৰিমে । বানপানীৰ সময়ত দুখীয়াক কাপোৰ দিয়া , সাহায্য দিয়া , লকডাউনৰ সময়ত দুখীয়াক সহায় কৰা , D ভোটাৰক সহায় কৰা , …

    Read More »
  • 21 February

    ধুবুৰী জিলাৰ বিলাসীপাৰাত আনন্দৰ নগৰৰ পৰা সোনকোষ, আৰু সোনকোষৰ পৰা ডুৱাচুৰী লৈকে (PMGY)আঁচনিৰ প্ৰায় ১০ কোটি টকাৰ পকী ৰাস্তা নিৰ্মাণৰ আধাৰশিলা আজি শুভ উদ্বোধন কৰে,বিধায়ক হাফিছ বছিৰ কাছেমীয়ে ।।

    উল্লেখ্য যে উক্ত আধাৰশিলা অনুষ্ঠানটোত উপস্থিত থাকে,এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় কমিটিৰ যুৱ মৰ্চাৰ প্ৰশাসনিক সম্পাদক,আবুল বাছাৰ,ধুবুৰী জিলা কমিটিৰ সভাপতি, মুক্তি ইয়াহিয়া,উপ-সভাপতি শ্বেখ আবুল হাশেম,ধুবুৰী জিলা ছাত্র মৰ্চাৰ সভাপতি আবু হানিফা,ফজৰ আলী মণ্ডল, আব্দুৰ ৰশিদ,আদিকে ধৰি দলীয় সতীৰ্থ বৃন্দৰ লগতে স্থানীয় গন্য মান্য ব্যক্তিও উপস্থিত থাকে।।

    Read More »
  • 21 February

    ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ

    কাজাইকাটা ছুৱাপাতা গাওঁ পঞ্চায়তৰ অন্তৰ্গত কঠালদি দ্বিতীয় খণ্ড (গোৱালেৰচৰ) পাৰ ঘাটৰ স্বত্বাধিকাৰীৰ পৰা নায়েৰ আলগা আঞ্চলিক পঞ্চায়তৰ সভানেত্রী হাচিনা খাতুনৰ স্বামী মোছলিম উদ্দিনে পাৰ সংক্রান্তত ষাঠি হেজাৰ টকা লৈ উক্ত পাৰ ঘাটটোৰ ২০২১ বৰ্ষৰ বাবে স্বীকৃতি দিয়া বুলি ভূৱা বাতৰি সন্পপ্ৰচাৰি হোৱাক লৈ পাৰ ঘাটটোৰ স্বত্বাধিকাৰী ৰবিয়াল হুছাইনে প্ৰতিক্রিয়া প্ৰকাশ …

    Read More »
  • 19 February

    All assam basis night cricket tournament at laharighat

    আপোনাৰ ক্ৰিকেট খেলত অংগ্ৰহণ কৰিবলৈ আগ্ৰহ আছে নেকি ? নে আপুনি ক্ৰিকেট খেল চাই ভাল পায় ? যদি আগ্ৰহ আছে তেন্তে আহক লাহৰিঘাটলৈ । মোবাইল ফোন বা টিভিত নহয় , বাস্তৱত চাব পৰিব আকৰ্ষণীয় ক্ৰিকেট খেল । পিছে আজি নহয় , আপোনাক খেল পৰিচালনা সমিতিয়ে নিমন্ত্ৰণ কৰিছে ২১,২২,২৩ তাৰিখে আহিবলৈ …

    Read More »
  • 7 February

    কলিয়াবৰ প্ৰেছ ক্লাৱৰ কাৰ্য্যালয় মুকলি

    ৰবিবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় কলিয়াবৰ প্ৰেছ ক্লাৱৰ কাৰ্য্যালয়।কাৰ্য্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে জলসম্পদ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত।মন্ত্ৰী কেশৱ মহন্তই ফিটা কাটি কলিয়াবৰ প্ৰেছ ক্লাৱৰ জখলাবন্ধাস্থিত কাৰ্য্যালয় তো মুকলি কৰিলে ৰবিবাৰৰ দিনটোত।কলিয়াবৰ প্ৰেছ ক্লাৱৰ উপদেষ্টা নৃপেন কেওত,নৱ নিযুক্ত সভাপতি তপন শইকীয়া আৰু সম্পাদক জয়ন্ত শৰ্মা ৰ একান্ত …

    Read More »

January, 2021

  • 28 January

    বিলাসীপাৰাত (MGNREGA) আঁচনিৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

    নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তৰ গুটি পাৰা ৬ষ্ঠ খণ্ডৰ চৌধুৰীৰ চৰ গাওঁত আজি পঞ্চায়ত সভাপতি বাহাদূৰ ইছলামৰ নেতৃত্বত (NREGA)আঁচনিৰ ২০২০-২০২১ বিত্তীয় বৰ্ষৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন হয়।। মুঠৰ ওপৰত ৰাইজৰ প্ৰশ্ন হয় যে পঞ্চায়ত সভাপতি বাহাদুৰ ইছলামে গুটিপাৰা …

    Read More »
  • 27 January

    লাহৰীঘাটত ঝাড়ু বাবাৰ আবিৰ্ভাৱ

    ভিৰ ! হাজাৰ হাজাৰ লোকৰ ভিৰ । পিছে কিহৰ এই ভিৰ ? আপুনি হয়তো ভাবিছে কোনো জনপ্ৰতিনিধি বা হিৰো হিৰুইন আহিছে । কিন্তু এয়া আপোনাৰ ভুল ধাৰণা । পিছে কি এয়া ? চাওক আমাৰ লাহৰীঘাটৰ সাংবাদিক তামজিদুৰ ৰহমানে প্ৰেৰণ কৰা এক বিশেষ প্ৰতিবেদন । আপোনাৰ পেটৰ বিষ , মূৰৰ বিষ …

    Read More »
  • 26 January

    ৭২ তম গণৰাজ্য দিবসত মৰিগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী পীয়ুজ হাজৰিকাই

    সমগ্ৰ দেশৰ লগতে ৭২তম গণৰাজ্য দিৱসটি মৰিগাঁও জিলা প্ৰশাসনেও উলহ মালহেৰে উদযাপন কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী পীয়ুজ হাজৰিকা সমন্নিতে মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁৱৰ উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলা …

    Read More »
  • 24 January

    কলিয়াবৰৰ নিজ-চিলাবন্ধা গাঁৱত উদ্ধাৰ হৈছে এডাল প্ৰকাণ্ড অজগৰ সাঁপ।

    গাঁওখনৰ এজনৰ ঘৰৰ পুখুৰীত উদ্ধাৰ হৈছে প্ৰকাণ্ড অজগৰটো।গাওঁখনৰ বিদ্যুৎ হাজৰিকা নামৰ যুৱকজনে উদ্ধাৰ কৰে প্ৰায় ৮ ফুট দৈঘ্যৰ¸ প্ৰায় ১৬ কেজি ওজনৰ অজগৰটো।গাওঁখনত উদ্ধাৰ হোৱা অজগৰটো চমজাই দিয়ে বনবিভাগৰ হাতত।পৰৱৰ্তী সময়ত বনবিভাগৰ লোকে শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে অজগৰ সাঁপটো।

    Read More »