ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূৱ জিলা কমিটিৰ উদ্যোগত ২৭ নং বিলাসীপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীৰ উপস্থিতত বিলাসীপাৰাত আজি ২৩ ফেব্ৰুৱাৰীৰ পৰা পথযাত্রাৰে ১ মাৰ্চ লৈকে পৰিয়াল সন্পৰ্ক অভিযান শুভ আৰম্ভ কৰে , চাই আঁহক আমাৰ এই বিশেষ প্ৰতিবেদন।।
Read More »