Breaking News

Recent Posts

বিলাসীপাৰাত ভাৰতীয় জনতা পাৰ্টিৰ পথযাত্রাৰে পৰিয়াল সন্পৰ্ক অভিযান শুভ আৰম্ভ,বিধায়ক অশোক কুমাৰ সিংহীৰ।।

ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূৱ জিলা কমিটিৰ উদ্যোগত ২৭ নং বিলাসীপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীৰ উপস্থিতত বিলাসীপাৰাত আজি ২৩ ফেব্ৰুৱাৰীৰ পৰা পথযাত্রাৰে ১ মাৰ্চ লৈকে পৰিয়াল সন্পৰ্ক অভিযান শুভ আৰম্ভ কৰে , চাই আঁহক আমাৰ এই বিশেষ প্ৰতিবেদন।।

Read More »

লাহৰিঘাটলৈ গৌৰৱ অধিবক্তা ৰেজউল কৰিমৰ

লাহৰিঘাটলৈ গৌৰৱ কঢ়িয়ালে এজন জেষ্ঠ অধিবক্তাই । প্ৰায় দহ বছৰ ধৰি সমাজসেৱাৰ লগত জড়িত থাকি শংকৰ – আজান সমন্ধয় বঁটা লাভ কৰি লাহৰিঘাটলৈ গৌৰৱ কঢ়িযাই আনিলে অধিবক্তা ৰেজাউল কৰিমে । বানপানীৰ সময়ত দুখীয়াক কাপোৰ দিয়া , সাহায্য দিয়া , লকডাউনৰ সময়ত দুখীয়াক সহায় কৰা , D ভোটাৰক সহায় কৰা , …

Read More »

ধুবুৰী জিলাৰ বিলাসীপাৰাত আনন্দৰ নগৰৰ পৰা সোনকোষ, আৰু সোনকোষৰ পৰা ডুৱাচুৰী লৈকে (PMGY)আঁচনিৰ প্ৰায় ১০ কোটি টকাৰ পকী ৰাস্তা নিৰ্মাণৰ আধাৰশিলা আজি শুভ উদ্বোধন কৰে,বিধায়ক হাফিছ বছিৰ কাছেমীয়ে ।।

উল্লেখ্য যে উক্ত আধাৰশিলা অনুষ্ঠানটোত উপস্থিত থাকে,এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় কমিটিৰ যুৱ মৰ্চাৰ প্ৰশাসনিক সম্পাদক,আবুল বাছাৰ,ধুবুৰী জিলা কমিটিৰ সভাপতি, মুক্তি ইয়াহিয়া,উপ-সভাপতি শ্বেখ আবুল হাশেম,ধুবুৰী জিলা ছাত্র মৰ্চাৰ সভাপতি আবু হানিফা,ফজৰ আলী মণ্ডল, আব্দুৰ ৰশিদ,আদিকে ধৰি দলীয় সতীৰ্থ বৃন্দৰ লগতে স্থানীয় গন্য মান্য ব্যক্তিও উপস্থিত থাকে।।

Read More »