পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত আজি্ কাৰ্বি ছাত্ৰ সংষ্ঠাৰ কেন্দ্ৰীয় সভাপতি ছেম চন তেৰণৰ নেত্ৰিত্বত এখনি প্ৰতিবাদী সমদলৰ আয়োজন কৰে ৷ এই সমদলত একাংশ ছাত্ৰছাত্ৰীৰ যোগদানেৰে অসমৰ জেষ্ঠ নেতা তথা শিক্ষা আৰু বিত্ত দপ্তৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্বলিকা দাহ কৰে । অসমৰ বিতিএডি’ত ৬ নৱেম্বৰত এখন নিৰ্বাচনী সভাত স্বায়ত্ত্ব শাসিত …
Read More »