Breaking News
Home / Udalguri

Udalguri

আজি ভোগালী বিহু‌ উপলক্ষ্যে ৰজাগড়ৰ উত্তম বস্তীৰ মিলন জ্যোতি সংঘৰ উদ্যোগত তিনিদিনীয়া ভোগালী বিহু

ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত সমস্যাৰ বুজ লোৱাৰ লগতে বহুকেইটা অনুষ্ঠানত উপস্থিত থাকে পানেৰীৰ বিশিষ্ট সমাজকৰ্মী বিকন চন্দ্ৰ ডেকা আৰু 33 নং ননৈ চেৰফাং সমষ্টিৰ নৱ নিৰ্বাচিত এমচিএলএ সঞ্জিত তাঁতী । আজি ভোগালী বিহু‌ উপলক্ষ্যে ৰজাগড়ৰ উত্তম বস্তীৰ মিলন জ্যোতি সংঘৰ উদ্যোগত তিনিদিনীয়া ভোগালী বিহু উৎসৱৰ অনুষ্ঠানত উপস্থিত …

Read More »

Bhergaon wild elephant destroy house

এই দৃশ্য ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত ২ নং উত্তৰ ডিমাকুছি গাঁৱৰ ৷ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্যৰ খাদ্যৰ সন্ধানত নামি অহা শ শ হাতীয়ে বিগত দীৰ্ঘদিন ধৰি চলাই আহিছে উপদ্ৰৱ ৷অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহ ধংস কৰাৰ লগতে ভঁৰালৰ ধান , চাউল, খেতিপথাৰ শইচ,কলৰ বাগান আদি বিনষ্ট কৰিছে ৷ইতিমধ্যে …

Read More »

ইউ পি পি এল নেতা অনিল মোছাহাৰীয়ে আছাৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাক লৈ এতিয়া আদিবাসী অধ্যুষিত অঞ্চল সমূহত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

ইউ পি পি এল নেতা অনিল মোছাহাৰীয়ে আছাৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাক লৈ এতিয়া আদিবাসী অধ্যুষিত অঞ্চল সমূহত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷ ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাই অনিল মুছাহাৰীৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে পানেৰীৰ ঔৰংগাজুলিত ইউ পি পি এলৰ নেতাগৰাকীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল …

Read More »