Breaking News
Home / Political

Political

পথ নিৰ্মাণৰ নামত আচলতে কি চলিছে, উন্নয়ন নে ? লুন্ঠন ।।

✍🏿নিউজ বিলাসীপাৰাঃ২৫ এপ্ৰিলঃ ✍🏿ৰাজ্যৰ গড়কাপ্তানি বিভাগত✍🏿পথ নিৰ্মাণৰ নামত আচলতে কি চলিছে, উন্নয়ন নে ? লুন্ঠন ।।✍🏿উল্লেখ্য যে জানিব পৰা মতে বিলাসীপাৰা মহকুমা গড়কাপ্তানি সংমণ্ডল কাৰ্য্যালয় অধীনৰ ২০০৭-২০০৮ বিত্তীয বৰ্ষত পেকেজ নং (২৫) মাসানেৰ আলগা পাৰ ঘাটৰ পৰা ছুৱাপাতা চতুৰ্থ খণ্ড শ্বেখ পাৰা হৈ বাগান বজাৰ লৈ যোৱা পথ নিৰ্মাণৰ নামত …

Read More »

ইফতাৰ (ৰোজা ত্যাগ) কৰাৰ সময়ত কি কৰা উচিত?…

হয়, গোটেই দিনটো একো নোখোৱাকৈ লঘোণে থাকি ৰোজা (ব্ৰত) পালনৰ অন্তত সূর্যাস্ত হোৱাৰ লগে লগে, ‘আল্লাহুম্মা লাকা ছুমতু, ওয়া আ’লা ৰিযক্বিকা আফত্বাৰতু’ অর্থাৎ হে আল্লাহ, আমি আপোনাৰ উদ্দেশ্যেই ৰোজা (ব্ৰত) পালন কৰিছোঁ আৰু আপুনিয়েই দিয়া ৰিজিক (খাদ্য)ৰ দ্বাৰা ইফতাৰ (ৰোজা ত্যাগ) কৰিছোঁ,- এই দোৱা পঢ়ি খেজুৰ, পানি, চৰ্বত বা অইন …

Read More »

এক ডাঙৰ খবৰ! অসমতে এতিয়াৰ পৰা আৰম্ভ হৈছে এন্টি ভাইৰেজ ঔষধ ৰেমডেচিভিৰৰ উৎপাদন।

দেশজুৰি ক’ভিড-১৯ ভাইৰাছৰ কাৰণে চাহিদা বৃদ্ধি পাইছে এন্টি ভাইৰেল ড্ৰাগ ৰেমডেচিভিৰৰ। ইয়াৰ বাবে দেশজুৰি সৃষ্টি হৈছে অভাৱনীয় নাটনি। ইয়াৰ মাজতে ভাল খবৰ সকলো অসমবাসীৰ বাবে এতিয়াৰে পৰা অসমতে উৎপাদন আৰাম্ভ কৰা হব এই জীৱন ৰক্ষক ঔষধৰ। কামৰূপ জিলাৰ পলাশবাৰীত থকা চান ফাৰ্মাতে উৎপাদন হৈছে আছে ৰেমডেচিভিৰৰ ইনজেকচনৰ। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ …

Read More »

শ্বচ্ছ ভাৰত অভিযানত নামিল বিটিচিৰ ২ নং গুমা পৰিষদী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নিলেশ্বৰ ৰায়।

শ্বচ্চ ভাৰত অভিযান ভাৰত চৰকাৰৰ উদ্যেগত চলা এক অভিযান যাৰ উদ্দেশ্য লক্ষ্য ৰাখি দেশখনক চাফ-চিকুণ কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি জনসাধাৰণৰক সচেতন কৰি তোলাৰ মাজত সজাগতা বৃদ্ধিৰ বাবে যোৱা বুধবাৰে ২ নং গুমা পৰিষদীয় সমষ্টিৰ সত্যপুৰত বিজেপি দলৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হৈছিল সভাস্থলীত জাবৰ-আবৰ্জ্জনাৰে ভৰি থকাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ …

Read More »

৮ নং দোতমা পৰিষদীয় সমষ্টিত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। সভাত ৰাজ্যিক সভাপতি ৰঞ্জিত দাস: প্ৰাৰ্থী বিভুতি বৰগয়াৰীৰ জয় নিশ্চিত।

সমাগত বিটিচিত পৰিষদীয় নিৰ্বাচন সকলো ৰাজনৈতিক দলৰ মাজত অব্যাহত আছে প্ৰতিযোগিতা মূলক বাকযুদ্ধ। বুধবাৰে কোকৰাঝাৰ জিলাৰ ৮ নং দোতমা পৰিষদীয় সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাস উপস্থিত হৈ দোতমা(জনজাতী)পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বিভুতি বৰগয়াৰীৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ চলাই। এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ। প্ৰাৰ্থী গৰাকী জয়ী হলে তেওঁক EM দিয়া …

Read More »

গোসাঁইগাঁৱত ৰঞ্জিত দাসৰ নিৰ্বাচনী প্ৰচাৰ ।

এইবেলি বিটিচিত বিজেপি চৰকাৰ গঠন কৰিব। ইয়াত কোনো সন্দেহ নাই। গোসাঁইগাঁৱত বিজেপি দলৰ ৰাজিক সভাপতি ৰঞ্জিত দাসৰে নিৰ্বাচনী প্ৰচাৰ। মটৰ চাইকেল সমদল । বিটিচিত কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা নাই। বিটিচি অঞ্চলৰ ৰাইজৰ সৈতে মিত্ৰতা । বিটিচি বিজেপি চৰকাৰ গঠন কৰিব। পঞ্চায়ত নিৰ্বাচনত বিপিএফ যিদৰে অকলে খেলিছে ঠিক বিটিচি নিৰ্বাচনত …

Read More »

বিলাসীপাৰা কাজাইকাটা তৃতীয় খণ্ডত গাওঁৰক্ষী বাহিনীৰ সভাপতি আৰু নায়ক বাছনি সন্পূৰ্ণঃ

বিলাসীপাৰাঃ ৭ নভেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অন্তৰ্গত কাজাইকাটা তৃতীয় খণ্ডত গাওঁৰক্ষী বাহিনীৰ সভাপতি আৰু নায়ক বাছনি কৰাৰ ফলত বিলাসীপাৰা আৰক্ষী নিৱেশত এখন সভা অনুষ্ঠিত হয়। উক্ত সভা খনত গাওঁৰক্ষী বাহিনীৰ সভাপতি পদৰ বাবে চাৰি গৰাকী ব্যক্তিৰ নাম প্ৰস্তাৱ সমৰ্থন আগবঢ়ায়, ইয়াৰে চাৰি গৰাকী ক্রমে, সাহা আলম, চমৰ আলী, …

Read More »

টিহুত বিজেপিৰ মুখপত্ৰ মনোজ বৰুৱাৰ সংবাদ মেল ,অসমত পুনৰ হব বিজেপি চৰকাৰ : মনোজ বৰুৱা

অসমত আগন্তুক ২৫৩০ বছৰলৈ কংগ্ৰেছ দল শাসনলৈ আহিব নোৱাৰে।” বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱাই আজি টিহুত এক সংবাদ মেলত এইদৰে কয়। বিজেপিৰ টিহু মণ্ডল সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত ৰাজ্যিক মুখপাত্ৰ বৰুৱাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সম্পাদক তথা অসমৰ তত্বাবধায়ক জিতেন্দ্ৰ সিঙে কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু …

Read More »

আদিবাসী সকলক বিজেপি চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে আদিবাসী ছাত্ৰ সন্থা ৷

ৰাজ্যৰ আদিবাসী সকলৰ দীৰ্ঘদীনিয়া জনজাতিকৰণৰ দাৱী আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰে দেখুওৱা অনিহাত ক্ষোভিত হৈ শনিবাৰে ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাই ভেৰগাও আঞ্চলিক সমিতিৰ সহযোগত ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ওদালগুৰি জিলা আদিবাসী …

Read More »

পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল নলবাৰী।

নলবাৰীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰংগ দলৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী চহৰৰ মাজমজিয়াত বদৰুদ্দিন আজমলৰ প্ৰতিমূৰ্তি দাহ কৰে।উল্লেখযোগ্য যে নলবাৰী চহৰৰ মাজেৰে প্ৰতিবাদ কৰি আহি বাটা চকত এই কাৰ্যসূচী ৰূপায়ণ কৰে ।ইফালে সংগঠনটোৱে পাকিস্তান মুৰ্দাবাদ, বদৰুদ্দিন আজমল মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে।আনহাতে AIUDF ৰ নেতা বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰাৰ …

Read More »