Breaking News
Home / National

National

নতুন বছৰৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক্ষেত্রত নিয়ম সলনি হোৱাৰ সম্ভাৱনা।

নতুন বছৰত সাধাৰণ জীৱনত বহু পৰিৱৰ্তন আহিব বুলি ধাৰণা কৰা হৈছে। আৰু ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষ ভাবে পৰিব সাধাৰণ নাগৰিকৰ ওপৰত। জানিব পৰা মতে, গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত বহু নিয়ম সলনি কৰাৰ সম্ভাৱনা আছে। অনুমান কৰা হৈছে যে, অতি শীঘ্ৰে এল পি জি চিলিণ্ডাৰৰ দাম প্ৰতি সপ্তাহত ৰিভাইচ কৰা হ’ব। ডিচেম্বৰ মাহত …

Read More »

বৃদ্ধি পাব শীতৰ প্ৰকোপ

অহা ৪৮ ঘন্টাত বৃদ্ধি পাব শীতৰ প্ৰকোপ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্রৰ পৰা দিছে এই বিশেষ জাননী। দেশৰ ছয়ের ৰাজ্যত বৃদ্ধি পাব শীতৰ প্ৰকোপ, দিল্লী, হাৰিয়ানা, পঞ্জাৱ,চন্ডীগড়, উত্তৰ প্ৰদেশত বৃদ্ধি পাব শীত।

Read More »

বৰফে ঢকা হিমালয় আৰু দিল্লীৰ উজ্জ্বল পোহৰ।

বৰফে ঢকা হিমালয় আৰু দিল্লীৰ উজ্জ্বল পোহৰ, চাওক নাছাই তোলা সুন্দৰ ছবি এখন ।ছচিয়েল মিডিয়াত ভাইৰেল হৈছে নাছাই তোলা এখন ফটো। যিখন দেখি আপ্লুত সকলো। নাছাই তোলা ফটোখনত সুন্দৰ ৰূপ ধৰা দিছে বৰফে ঢকা হিমালয় আৰু দিল্লী চহৰৰ উজ্জ্বল পোহৰ।হিমালয়ৰ এই ফটো পোষ্ট কৰি নাছাৰ ছচিয়েল মিডিয়া হেণ্ডেলত লিখিছে – …

Read More »

আজি বিজয় দিৱস

বিজয় দিৱস ভাৰতত প্রতি ১৬ ডিসেম্বৰত স্মৰণ কৰা হয়। ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত পাকিস্তাৰ পৰা বাংলাদেশৰ স্বাধীনতাৰ বাবে পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ জয়ৰ বাবে উদযাপন কৰা হয় এই বিজয় দিৱস। যুদ্ধৰ সমাপ্তিৰ ফলশ্রুতিত পাকিস্তান সেনাবাহিনীৰ একতৰফা আৰু নিঃচর্ত আত্মসমর্পণ কৰে আৰু পৰবর্তীকালত পূর্ব পাকিস্তান, পাকিস্তান ৰাষ্ট্রৰ পৰা বিচ্ছিন্ন হোৱাৰ মাধ্যমত …

Read More »

নিৰ্মাণ হ’ব নতুন সংসদ ভৱন

৯৭১ কোটি টকাৰে নিৰ্মাণ হ’ব নতুন সংসদ ভৱন।বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত বিভিন্ন ৰাজনৈতিক দলৰ নেতা, কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বহু দেশৰ ৰাষ্ট্ৰদূত উপস্থিত থাকে। চাৰি মহলাৰ নতুন সংসদ ভৱনৰ নিৰ্মাণকাৰ্য ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বে সম্পন্ন কৰাৰ লক্ষ্য …

Read More »

৮ ডিচেম্বৰৰ ভাৰত বন্ধৰ প্ৰতি ৰাজা ফাউণ্ডেশ্যন অসমৰ পূৰ্ণ সমৰ্থন

অহা ৮ ডিচেম্বৰত কৃষকৰ অধিকাৰক লৈ আন্দোলন কৰা কৃষক সকলে আহ্বান জনোৱা ভাৰত বন্ধলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৰাজা ফাউণ্ডেশ্যন, অসমে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে The Essential Commodities Ammendment Bill, 2020, The Farmers produce trade and commers bill, 2020 আৰু The Farmers agreement of price assurance and farm service bill, 2020 …

Read More »

দিল্লীৰ এছিয়ান লিটাৰেৰি চছাইটিৰ উদোগত ,”ভাষা ,২০২০ শৃংখলাৰ” অসমীয়া ভাষা,ক’লা,সংস্কৃতিৰ বাৰেৰহনীয়া উৎসৱৰ উদযাপন।

দিল্লীৰ প্ৰখ্যাত এছিয়ান লিটাৰেৰি চছাইটিয়ে,জাৰ্ণাল অফ এছিয়ান আৰ্ট,কালচাৰ এণ্ড লিটাৰেচাৰৰ সহযোগত ,(ভাষা শৃংখলাৰ ২০২০ )দিনটোযোৰা কায্য সূচীৰে অসমীয়া, ভাষা,ক’লা সংস্কৃতিৰ উৎসৱ উদযাপন কৰে। দিনটোযোৰা কায্য সূচী আৰম্ভনী হয়,সংস্থাৰ প্ৰতিষ্ঠাতা তথা প্ৰখ‍্যাত কবি,লিখক,চিত্ৰশিল্পী মনোজ কৃষ্ণনৰ আদৰণি ভাষনেৰে। অসমৰ বহুতো গুণী মানি প্ৰসিদ্ধ সাহিত্যিক তথা শিল্পীয়ে সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।সভা আৰম্ভ হয় …

Read More »