Breaking News
Home / Nagaon

Nagaon

কলিয়াবৰৰ ৰাজীৱ ভাগৱতীৰ সফলতা !

সদ‍্য ঘোষিত অসম লোকসেৱা আয়োগৰ প্ৰশাসনিক বিষয়া কৰ পৰিদৰ্শক ৰূপে নিৰ্বাচিত। দীৰ্ঘ দিনৰ বিৰতি পিচত কলিয়াবৰৰ ৰাজীৱ ভাগৱতীয়ে অসম লোকসেৱা আয়োগৰ প্ৰশাসনিক পৰীক্ষাত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। কলিয়াবৰৰ শ্ৰীশ্ৰীশ্ৰৱণী সত্ৰ নিৱাসী প্ৰয়াত তিলক ভাগৱতী আৰু বিজু ভাগৱতী পুত্ৰ ৰাজীৱ ভাগৱতীয়ে কলিয়াবৰৰ মাধৱ মজলীয়া বিদ‍্যালয়ত প্ৰাথমিক শিক্ষা সমাপ্ত …

Read More »

Kaliabor fire awarness program

জুই যিকোনো ঠাইত যিকোনো সময়ত জ্বলি উঠিব পাৰে। হঠাৎ জুই জ্বলি উঠিলে কি কৰিব। জুই লাগিলে কি কৰিব , জুই নুমোৱা সঁজুলি এষ্টিংগুইচাৰ কিদৰে ব্যৱহাৰ কৰিব এই সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে অসম চৰকাৰৰ অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগে এলানি কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ অংশ হিচাবে শিলঘাট ক্ষুদ্ৰ প্ৰাথমিক …

Read More »

নগাঁও জিলাৰ কলিয়াবৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত জব্দ হয় তিনিখনকৈ গৰু-মহ ভৰ্তি ট্ৰাক।

ৰাজ্যত ব্যাপক হাৰত বাঢ়িছে গৰু-ম’হৰ অবাধ বেহা। নগাঁও জিলাৰ চামগুৰিৰ আমনিত নিশা । উজনি অসমৰ দিশৰ পৰা নগাঁও অভিমুখে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা অৱস্থাত গোপন সূত্ৰৰ খবৰ অনুসৰি চামগুৰি আৰক্ষী, জখলাবন্ধা আৰক্ষী, আৰু বাগৰী আৰক্ষীৰ এটি দলে চামগুৰি থানাৰ সন্মুখত বেৰিকেড লগাই নিশা বাহন কেইখন জব্দ কৰাৰ চেষ্টা চলায় …

Read More »

ৰূপহীহাটত ভয়ংকৰ পথ দূৰ্ঘটনাত |

মাটি ভৰ্তি ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ৫৫ বছৰীয়া এজন লোক | লোকজন ৰূপহী ভকতগাৱৰ পল্টু শ্বাহা | চাৰি সন্তানৰ পিতৃ আছিল পল্টু শ্বাহা | হতাশাৰ হৈছে পৰিয়ালৰ লোক কাৰণ এখন হোটেলত কাম কৰি পোহপাল দি আছিল পৰিয়ালটোক | পল্টু শ্বাহাৰ আকস্মিক দুৰ্ঘটনাত হতবাঘা হৈ পৰিছে পৰিয়ালৰ লোক | ঘটনাস্থলীত ৰূপহীহাট …

Read More »

নগাঁও জিলাৰ লাওখোৱাত সাংবাদিকসকলৰ একক প্ৰচেষ্টাত হাতী মানুহৰ সংঘাত ৰোধৰ এক ব্যতিক্ৰমী প্ৰদক্ষেপ

দিনক দিনে বৃদ্ধি পায় অহা হাতী মানুহৰ সংঘাত ৰোধৰ এক ব্যতিক্ৰমী প্ৰদক্ষেপ গ্ৰহণ কৰে লাওখোৱাত সাংবাদিক সকলে। যোৱা কালি পোহৰৰ উৎসৱ দীপাৱলী সমগ্ৰ ৰাজ্যৰ লগতে লাওখোৱাতো পালন কৰাৰ অন্তত আজি পুৱা লাওখোৱাত সাংবাদিক সকল একত্ৰিত হৈ কলিয়াবৰৰ আমবাগান আৰু লাওখোৱা অঞ্চলৰ বজাৰ সমুহৰ লগতে বিভিন্ন প্ৰান্তত যোৱা কালি চাকি জ্বলাবলৈ …

Read More »

জুৰীয়াৰ গুলিৰপাৰ চৰত
বনৰীয়া গাহৰিৰ ভয়ঙ্কৰ আক্ৰমন।

আহত ৪ আহত ক্ৰমে মৰজিনা বেগম ( ১০)শাহ আলী ৫৫সুলতানা বেগম (৫)শমৰ জান (৪০)এজনী শিশু মৰজিনা খাতুনৰ অবস্হা সংকটজনক ।খেতিত কাম কৰি থাকোতে লাওখোৱা অভয়াৰন্যৰ পৰা অহা এটা প্ৰকাণ্ড বনৰীয়া গাহৰিয়ে আক্ৰমন কৰে চাৰি জনক।মৰজিনা খাতুনৰ অবস্হা সংকট জনক।উন্নত চিকিৎসাৰ বাবে নগাওঁলৈ প্ৰেৰন।

Read More »

আবতৰীয়া দেৱালী, উল্লাস অসম সমবায় মৰাপাট কলৰ কৰ্মীৰ।

১২ দিনৰ অন্তত চৰকাৰী অনুদানৰ আনুষ্ঠানিক ঘোষণা উপ-সভাপতি পলাশ বৰাৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কল পৰিচালক মণ্ডলীৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত অসম চৰকাৰে ঘোষণা কৰা ১০ কোটি টকাৰ অনুদানে কলটোক গতিশীল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা প্ৰকাশ কৰে উপ-সভাপতি পলাশ বৰাই।এক বিশেষ চক্ৰৰ চক্ৰান্তত যোৱা ২ …

Read More »

কলিয়াবৰত চোৰাং কাঠ ভৰ্তি বাহন জব্দ কৰে বনবিভাগে ।

কাজিৰঙাৰ বাগৰি বনাঞ্চলিক বিষয়াই এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে চোৰাং কাঠ ভৰ্তি বাহন খন ।কাৰ্বি আংলংৰ ৰংমংৱেৰ পৰা চোৰাং ভাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৰহাট অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে কাঠ ভৰ্তি বাহন খন ।বাহন খনৰ পঞ্জীয়ন নং As 03 BC 3531 উল্লেখ্য যে ৰংমংৱে আৰক্ষী …

Read More »

ৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ গোস্বামীৰ মন্তব্য – নুৰুল হুদাৰ বিৰুদ্ধে আছে দূৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ।

ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ বিৰোদ্ধে দূৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগ আছে। এই মন্তব্য ৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ গোস্বামীৰ। মঙ্গলবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে ৰাইজৰ দলৰ মূখ্য সমন্বয়ক গিৰিশংকৰ গোস্বামীয়ে। গোস্বামীয়ে বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় ৰাইজৰ দলে ৰাইজৰ হৈ কাম কৰি যাব।মংগলবাৰে ৰূপহীহাট সমষ্টিৰ জুৰীয়াত ৰাইজৰ দলৰ …

Read More »

ৰূপহী গড়াজানৰ পূৱ ফুটালঝাৰত আজি ৰাতিপুৱা ৮টা মান বজাত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল দুটা পকী আৱাসগৃহ।

আজি পূৱা ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত পূৱ ফুটালঝাৰত সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত দুটাকৈ পকী গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। গাওঁ খনৰ ছাইফুল ইছলামৰ বাসগৃহত সংঘটিত হয় উক্ত অগ্নিকাণ্ড। বিদ্যূৎৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি সন্দেহ কৰিছে পৰিয়াল লোকে । লেলিহান জুইয়ে ছানি ধৰাত স্থানীয় ৰাইজৰ তৎপৰতাত জুই …

Read More »