Breaking News
Home / Morigaon (page 2)

Morigaon

আজি laharighat ত দেখা গৈছে অসম চৰকাৰৰ অপৰিসীম সহায় । কৃষক ৰাইজক সহায়ৰ চৰ্তে বিনামূলীয়াকৈ উন্নত মানৰ মাকৈ বীজ বিতৰণ ।

চৰকাৰৰ এনে সহায় ৰ বাবে আজি গাঁওখনৰ জনতাৰ মাজত দেখা গৈছে ফুৰ্টি । চাওক আমাৰ laharighat ৰ সাংবাদিক তামজিদুৰ ৰহমানৰ এক বিশেষ প্ৰতিবেদন মৰিগাঁও জিলাৰ ঔগুৰীপাম গাঁৱৰ শতাধিক কৃষকৰ মাজত মৰিগাঁও জিলা কৃষি বিভাগৰ তৰফৰ পৰা উন্নত মানৰ মাকৈৰ বীজ বিতৰণ কৰে। চৰকাৰে যোগান ধৰা বীজ যাতে মধ্যভোগী লোকে আত্মসাৎ …

Read More »

লাহৰীঘাটত এ আই ইউ ডি এফ দলৰ কৰ্মী সভাত বাইক চুৰি কাণ্ড।

সভা চলি থকাৰ সুযোগতে চুৰে চলালে তাণ্ডৱ। সভাস্থলীৰ পৰা চুৰি তিনিখনকৈ বাইক। চুৰি হোৱা বাইক তিনিখনৰ ভিতৰত দুখনৰ নম্বৰ জানিব পৰা গৈছে।AS 1D E2080 , AS 21E 8735 ঘটনা সন্দৰ্ভত বাইকৰ গৰাকীয়ে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। সভাস্থলীৰ পৰা তিনি খনকৈ বাইক চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Read More »

কংগ্ৰেছৰ ৪২ বছৰীয়া দুৰ্গ লাহৰীঘাট বিধান সভা সমষ্টিত এ আই ইউ ডি এফ দলৰ আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনৰ ৰণডংকা। কেইবা সহস্ৰাধিক কৰ্মীৰ উপস্থিতিত বিশাল কৰ্মী সভা।

আগন্তুক বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। কংগ্ৰেছ দলৰ দুৰ্গ হিচাপে খ্যাত লাহৰীঘাট বিধান সভা সমষ্টি আগন্তুক ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত এ আই ইউ ডি এফ দলৰ দখললৈ নিয়াৰ বাবে দলটোৰ নেতা-সকলে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব …

Read More »

লাহৰীঘাটৰ কৃষকৰ মূখত হাঁহি বিৰিঙনি

আপুনি বহুতৰে হাহি দেখিছে কিন্তু আজি আমি আপোনালোকক দেখুৱাম সদায় বেজাৰ মনে থকা কৃষকৰ হাঁহি। লকডাউনত খতিগ্ৰস্হ বহু দুখীয়া মানুহৰ মখত দেখা গৈছে হাঁহিৰ বজাৰ । এইবাৰ বানপানত অতি খতিগ্ৰস্হ লাহৰীঘাটৰ জৰিবৰ গাঁৱৰ কৃষক সকলৰ মাজত উলহ মালহ পৰিবেশ। ধান খেতিৰ গৰাকীৰ মনত কেৱল ফুৰ্তি আৰু ফুৰ্তি । বানপানী নোহোৱাৰ …

Read More »

লাহৰীঘাটত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা ।

লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ধূপগুৰি গাঁৱত পুৱাই মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। বোমতলা গাঁৱৰ ধীৰেন খাটনিয়াৰৰ পুত্ৰ জয়দেৱ খাটনিয়াৰ জলফাই গছত চিপ লৈ ওলমি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি লাহৰীঘাট আৰক্ষীক খবৰ দিয়ে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । জয়দেৱৰ আত্মহত্যাৰ ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও …

Read More »

লাহৰীঘাটৰ ধিঙৰ আটি গাঁৱত অগপ দলৰ যোগদান সভা। কংগ্ৰেছ দলক তীব্ৰ সমালোচনা অগপ নেতাৰ। কংগ্ৰেছ দল ত্যাগ কৰি অৰ্ধ শতাধিক পুৰুষ-মহিলাৰ অগপ দলত যোগদান।

আগন্তুক বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। কংগ্ৰেছ দলৰ ৪২ বছৰীয়া দুৰ্গ লাহৰীঘাট বিধান সভা সমষ্টিৰ আগন্তুক নিৰ্বাচনত অগপ দলৰ দখললৈ নিয়াৰ বাবে দলটোৰ নেতা কৰ্মী সকলে অগপ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। লাহৰীঘাট ধিঙৰ …

Read More »

মৰিগাঁওত ৰাইজৰ দলৰ আহবায়ক সমতি গঠন সভা ।

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন সংগঠনৰ নেতৃত্বত গঠন হবলৈ ধৰিছে বিভিন্ন ৰাজনৈতিক দল । সকলোৱে আৰম্ভ কৰিছে নিৰ্বাচনী কোচ কাৱাচ । জিলা জিলাই গঠন কৰিবলৈ আৰম্ভ কৰিছে বিভিন্ন আহবায়ক সমতি । কষক মুক্তি সংগ্ৰাম সমিতিৰ উদোগত গঠন হৈছে ঐক্যবদ্ধ, আপোচহীন প্ৰগতিশীল, জাতীয়তাবাদী আঞ্চলিক দল ৰাইজৰ দল । …

Read More »

আজি মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত ধোবাঙখাইতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থৰ উন্মোচন হয় ।

লাহৰীঘাট শিক্ষাখণ্ডৰ ভিতৰত এজন শ্ৰেষ্ঠ শিক্ষক হিচাপে পুৰস্কৃত মকবুল হুছেইনৰ মহৎ লোকৰ বাণী আৰু ৰেকিবুল আজাদৰ জ্ঞান সমুদ্ৰৰ কেইটামান টোপাল নামৰ গ্ৰন্থ দুখন উন্মোচন হয়।লাহৰীঘাট শিক্ষাখণ্ডৰ ভিতৰত এজন শ্ৰেষ্ঠ শিক্ষক হিচাপে পুৰস্কৃত মকবুল হুছেইনৰ মহৎ লোকৰ বাণী আৰু ৰেকিবুল আজাদৰ জ্ঞান সমুদ্ৰৰ কেইটামান টোপাল নামৰ গ্ৰন্থ দুখন উন্মোচন হয় । …

Read More »

New committee formation at Bishnu Rabha Primary School.

যোৱা ২৯ ছেপ্টেম্বৰত জাগীৰোড শিলভঙা স্থিত বিষ্ণুৰাভা স্মৃতি প্ৰাথমিক বিদ্যালয়ৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায়, উক্ত সভাত পুৰনা সমিতি ভঙ্গ কৰি ১৬ জনীয়া এখন নতুন গঠন কৰা হয়। স্থায়ী সভাপতি ছফিৰুদ্দিন আহমেদৰ সভাপতিত্বত বিষ্ণুৰাভা স্মৃতি প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হৈ যোৱা সাধাৰণ সভাত ছফিকুল ইছলামক সভাপতি, হাচনাহানা বেগমক উপ-সভানেত্ৰী …

Read More »