Breaking News
Home / Morigaon

Morigaon

বদৰুদ্দিন আজমল অসমৰ বাবে আশীৰ্বাদ নে অভিশাপ?…

আন্তৰাষ্ট্ৰীয় ব্যৱসায়ী মৌলানা বদৰুদ্দীন আজমল সকলো দিশতে পাৰ্গত। নিকা, নিৰ্ম্মল, পৰিশ্ৰমী, কৰ্মদক্ষ, সৎ সাহসী, দানশীল বদৰুদ্দিন আজমল কেৱল এগৰাকী ৰাজনীতিবিদেই নহয় বৰং তেওঁ এজন সফল ব্যৱসায়ী, সমাজ সেৱাক হোৱাৰ লগে লগে ভাল ধৰ্মযাজকো। সকলো ক্ষেত্ৰতে বিচক্ষণতাৰ পৰিচয় দাঙি ধৰিব পৰা ভাৰতবৰ্ষৰ অন্যতম ধন কুবেৰ মৌলানা বদৰুদ্দিন আজমলে পলকতে যিকোনো সমস্যাৰ …

Read More »

লাহৰিঘাটলৈ গৌৰৱ অধিবক্তা ৰেজউল কৰিমৰ

লাহৰিঘাটলৈ গৌৰৱ কঢ়িয়ালে এজন জেষ্ঠ অধিবক্তাই । প্ৰায় দহ বছৰ ধৰি সমাজসেৱাৰ লগত জড়িত থাকি শংকৰ – আজান সমন্ধয় বঁটা লাভ কৰি লাহৰিঘাটলৈ গৌৰৱ কঢ়িযাই আনিলে অধিবক্তা ৰেজাউল কৰিমে । বানপানীৰ সময়ত দুখীয়াক কাপোৰ দিয়া , সাহায্য দিয়া , লকডাউনৰ সময়ত দুখীয়াক সহায় কৰা , D ভোটাৰক সহায় কৰা , …

Read More »

All assam basis night cricket tournament at laharighat

আপোনাৰ ক্ৰিকেট খেলত অংগ্ৰহণ কৰিবলৈ আগ্ৰহ আছে নেকি ? নে আপুনি ক্ৰিকেট খেল চাই ভাল পায় ? যদি আগ্ৰহ আছে তেন্তে আহক লাহৰিঘাটলৈ । মোবাইল ফোন বা টিভিত নহয় , বাস্তৱত চাব পৰিব আকৰ্ষণীয় ক্ৰিকেট খেল । পিছে আজি নহয় , আপোনাক খেল পৰিচালনা সমিতিয়ে নিমন্ত্ৰণ কৰিছে ২১,২২,২৩ তাৰিখে আহিবলৈ …

Read More »

লাহৰীঘাটত ঝাড়ু বাবাৰ আবিৰ্ভাৱ

ভিৰ ! হাজাৰ হাজাৰ লোকৰ ভিৰ । পিছে কিহৰ এই ভিৰ ? আপুনি হয়তো ভাবিছে কোনো জনপ্ৰতিনিধি বা হিৰো হিৰুইন আহিছে । কিন্তু এয়া আপোনাৰ ভুল ধাৰণা । পিছে কি এয়া ? চাওক আমাৰ লাহৰীঘাটৰ সাংবাদিক তামজিদুৰ ৰহমানে প্ৰেৰণ কৰা এক বিশেষ প্ৰতিবেদন । আপোনাৰ পেটৰ বিষ , মূৰৰ বিষ …

Read More »

৭২ তম গণৰাজ্য দিবসত মৰিগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী পীয়ুজ হাজৰিকাই

সমগ্ৰ দেশৰ লগতে ৭২তম গণৰাজ্য দিৱসটি মৰিগাঁও জিলা প্ৰশাসনেও উলহ মালহেৰে উদযাপন কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী পীয়ুজ হাজৰিকা সমন্নিতে মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, মৰিগাঁৱৰ উপায়ুক্ত লীনা দাস, আৰক্ষী অধীক্ষক ড০ নন্দ সিং বৰকলা …

Read More »

প্ৰবল ঠাণ্ডাৰ সুযোগতে লাহৰীঘাটত ডিজিটেল চোৰৰ চাফাই অভিযান

সকলো ঠাইতে দিনক দিনে বৃদ্ধি পাব ধৰিছে ঠাণ্ডাৰ প্ৰকোপ । ৰাতি ঠাণ্ডাৰ প্ৰকোপ অতিকৈ বৃদ্ধি পায় যাৰ বাবে ইচ্ছা অনুযায়ী টোপনি মাৰে আপুনি , নহয় নে বাৰু ? পিছে ৰব …. এনে টোপনিয়ে আন জনক কোটিপতি কৰি আপোনাক ভিক্ষাৰীত পৰিণত কৰিব পাৰে । এনে এক ঘটনা সংগঠিত হৈছে লাহৰীঘাটৰ দক্ষিণ …

Read More »

প্ৰাক্তন মন্ত্ৰী তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক ডা নজৰুল ইছলামৰ দুৰ্গত মোক্ষত আঘাত। কংগ্ৰেছ এৰি শাসকীয় বিজেপি দলত যোগদান প্ৰায় তিনি শতাধিক ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ-মহিলাৰ। আগন্তুক বিধান সভা নিৰ্বাচনত লাহৰীঘাট সমষ্টিত ৰাজনৈতিক জীৱনৰ সামৰণি পৰিব নেকি? ডা নজৰুল ইছলাম।

আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কংগ্ৰেছ দলৰ ৪২ বছৰীয়া দুৰ্গ হিচাপে খ্যাত লাহৰীঘাট বিধান সভা সমষ্টিত কংগ্ৰেছ দলত আৰম্ভ হৈছে ব্যাপক খহনীয়া। বিগত ২৫ বছৰে লাহৰীঘাট সমষ্টিৰ বান-গৰা খহনীয়া, যাতায়ত ব্যৱস্থা, শিক্ষা ব্যৱস্থা ইত্যাদি কোনো এটা সমস্যাৰে স্থায়ীভাৱে সমাধান নকৰা প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক …

Read More »

সাংবাদিক পৰিষদ মৰিগাওঁ জিলা সমিতি সাধাৰণ সভা ও নতুন সমিতি গঠন।

মৰিগাওঁ পৱিতৰা হাট প্রেক্ষাগৃহত সৱাংগ সুন্দৰ সাধাৰণ সভা অনুষ্ঠিত হয় ! সভাৰ সভাপতিত্ব কৰে বিশিষ্ট সমাজ সেৱক সাংবাদিক শিক্ষাবিধ মহেন্দ্র নাথ হাজৰিকা, সভাৰ উদেশ্য বার্খ্যা কৰে আহবায়ক ধন্তী কাকতি !উক্ত সভাত উপস্থিত থাকে মৰিগাওঁ জিলা বিশিষ্ঠ সাংবাদিক অজিত শৰ্মা, প্রণৱ ভট্রাচায্য ,বিশিষ্ট সমাজসেৱক বিমল জ্যোতি বৰদলৈ ,তিৱা স্বায়ত্ব পৰিষদৰ প্রাক্তন …

Read More »

ৰাইজৰ দলৰ মৰিগাঁও বিধান সভা সমষ্টি গঠন ।

সমাগত বিধান সভা নিৰ্বাচন । সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ । কোনে দলেই পিছ পঢ়ি থকা নাই । ইতিমধ্যে বহু দল সংগঠনৰ নেতৃত্বত গঠন হৈছে বিভিন্ন ৰাজনৈতিক দল । কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতৃত্বত গঠন হোৱা জাতীয়তাবদী , প্ৰগতিশীল দল ৰাইজৰ দলে বিভিন্ন জিলাই জিলাই গঠন কৰিছে আহ্বায়ক …

Read More »

Fire Incident Laharighat

লাহৰীঘাটৰ দক্ষিণ চেনিমাৰীত গাঁৱত বিধ্বংসী অগ্নিকাণ্ড। ৬ টাকৈ বাসগৃহৰ লগতে ১০ লক্ষাধিক টকাৰ সা-সামগ্ৰী অগ্নিকাণ্ডত ভস্মীভূত। স্থানীয় ৰাইজৰ তৎপৰতাত ৱাটাৰ পাম্পৰ সহায়ত অগ্নিনিৰ্বাপন। মৰিগাঁও জিলাৰ লাহৰিঘাট আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ চেনিমাৰী গাঁৱত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডটোত মুঠ ৬ টাকৈ পৰিয়ালৰ বাসগৃহ জুইত জাহ যোৱাৰ লগতে ১০ লক্ষাধিট টকাৰ সা-সম্পত্তি …

Read More »