Breaking News
Home / Kokrajhar

Kokrajhar

আধাৰ কাৰ্ডৰ নামত ৰাইজক লুণ্ঠন,ৰমৰমীয়া বেহা একাংশ চাকৰিয়ালৰ

ক্ৰমাৎ প্ৰহসনত পৰিণত হোৱাৰ দিশত তীব্ৰ গতিৰে ৰাজ্যত চলিছে আধাৰকাৰ্ড প্ৰস্তুতৰ কাম। ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি চলি থকা এই চৰকাৰী কামৰ হাজাৰটা বিসংগতি শেহতীয়াকৈ ৰাজ্যেৰ চাৰিওফালে পোহৰলৈ অহাৰ পিছতো একো কান সাৰ নাই ৰাজ্য চৰকাৰৰ। আধাৰ কাৰ্ডৰ মূল মাষ্টাৰ কাৰ্ডখন প্ৰস্তুত কৰি দিয়াৰ নামত যে এক ভয়ংকৰ দুৰ্নীতি …

Read More »

কচুগাঁওত থিতাতে ভস্মীভূত হৈ নিহত দুই শিশু ।

প্ৰেৰক পৰা কমলেশ বৰ্মন, ডোতমা:কোকৰাঝাৰ জিলাৰ কচুগাওঁ‌ থানাৰ অন্তৰ্গত নয়ানগৰ গাওঁত আজি ৰাতিপুৱা প্ৰায় 11 টা মান বজাত দুই গৰাকী শিশু মৰাপাতৰ শুকান খৰিত লুকা ভাকু খেলি থকা অৱস্তাত ভস্মিভূত হয় । মৰাপাতৰ শুকান ঠাৰিত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত থিতাতে অগগ্নিদগ্ধ হৈ দুই শিশু মৃত্যু মুখত পৰে । আৰু এই …

Read More »

খোৱা পানী পাৰীক্ষা কৰাৰ বাবে প্ৰশিক্ষণ

প্ৰেৰক কমলেশ বৰ্মন, আমাৰ অসম ডোতমা – জল জীৱন মিছনৰ অধিনত ঘৰে ঘৰে খোৱা পানী পাৰীক্ষা কৰাৰ বাবে প্ৰশিক্ষণ কোকৰাঝাৰ জিলাৰ দোতমাস্থ জনস্বাস্থ্য কাৰীকৰি বিভাগ সংমণ্ডলৰ কাৰ্য্যালয়ত আজি দিনৰ ১১ বজাৰ পৰা খোৱা পানী পৰীক্ষা কৰাৰ বাবে এক প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত প্ৰশিক্ষনত ১২ টা ভিছিডিছিৰ ৬০ জন …

Read More »

কোকৰাঝাৰত বনভোজৰ আনন্দ উলাহ, নতুন বছৰক আদৰাৰ বাবে প্ৰস্তুতিত !

দোডমা ২৫ ডিচেম্বৰ- সমাগত বনভোজৰ বতৰ, নতুন বাছৰক আদৰাৰ বাবে সকলোয়ে কম বেছি পৰিমাণে চলাইছে প্ৰস্তুতি l জানুৱাৰী মাহ আহিবলৈ মাজত মাথো কেইটামান দিন বাকী l তেনে সময়তে আৰাম্ভ হৈছেঃ বনভোজৰ যোবাৰ l সকলোয়ে এক লক হৈ ঘৰৰ বাহিৰত এসাঁজ খাই নতুন বছৰটো আদৰিবলৈ আয়োজন কৰিছেঃ বনভোজৰ l তাৰে বতিক্ৰম …

Read More »

পৰ্বতঝোৰাত ভোটগণনা সম্পৰ্কীয় প্ৰশিক্ষণ।

১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টি (জনজাতি)ৰ সমাগত নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পন্ন হৈছে। আজি স্থানীয় কাজিগাঁও হাইস্কুলত ভোটগণনা সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। সমষ্টিটোত সমাগত বিটিচি নিৰ্বাচন যাতে সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি আজি ‘কাউণ্টিং এছিষ্টেণ্ট’ আৰু ‘কাউণ্টিং ছুপাৰভাইজাৰ’সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়‌। …

Read More »

ডিংডিঙা আঞ্চলিক আক্ৰাছুৰ নতুন কমিটি গঠন।

পশ্চিম কোকৰাঝাৰ জিলাৰ তথা গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত ডিংডিঙাত আঞ্চলিক আক্ৰাছুৰ ১৫ তম দ্বীবাৰষিক অধিবেশন অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলাৰ ডিংডিঙাত জিলা সমিতিৰ নিৰ্দেশ মৰ্মে ডিংডিংঙা এম, ভি স্কুল প্ৰাঙ্গনত আক্ৰাছুৰ  ১৫ তম দ্বীবাৰষিক অধিবেশন অনুষ্ঠিত হয়। অনুষ্ঠিত অধিবেশনত উপস্থিত থাকে পশ্চিম কোকৰাঝাৰ জিলাৰ সভাপতি মৃনাল কান্তি ৰায় আৰু চিলাৰায় সেনাৰ কেন্দ্ৰীয় …

Read More »

কোকৰাঝাৰৰ শ্ৰীৰামপুৰত বিজেপিৰ নিৰ্বাচনী সভাত হিমন্ত বিশ্বৰ নিৰ্বাচনী হুংকাৰ, বিটিচিত বিজেপি চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি দাবী ড:  হিমন্ত বিশ্ব শৰ্মাৰ।

বিটিচিত পৰিষদীয় নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলৰ মাজত অব্যাহত আছে প্ৰতিযোগিতা মূলক বাকযুদ্ধ। সকলো ৰাজনৈতিক দলৰ এটাই সপোন গাদী দখলৰ। দীৰ্ঘ দিন ধৰি বিটিচিত পৰিষদীয় নিৰ্বাচনক লৈ নিৰ্বাচনী প্ৰচাৰ চলি থকা সময়ত আজি কোকৰাঝাৰ জিলাৰ ৩ নং শ্ৰীৰামপুৰ অ জনজাতি সমষ্টিৰ মৰনাই টি ইচষ্টেট প্ৰাঙ্গনত বিজেপি সমৰ্থীত নিৰ্দলীয় প্ৰাৰ্থী শ্ৰী …

Read More »

কোকৰাঝাৰ জিলাৰ কাজিগাওঁ থানাৰ অন্তৰ্গত কুৰশাকাটীত বি পি এফ দলৰ নিৰ্বাচনী সভা, একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দাবী হাগ্ৰামা মহিলাৰীৰ।

আজি কুৰশাকাটীত বি পি এফ দলৰ পৰিষদীয় নিৰ্বাচনৰ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত হাগ্ৰামা মহিলাৰীৰ ৰণ  হুংকাৰ। একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দাবী হাগ্ৰামা মহিলাৰীৰ। ক্ষমতালৈ আহিলে বি টি চি বাসী সকলক ভুমিপট্টাৰ অধিকাৰ দিয়াৰ লগতে আৰু বহুতো উন্নয়নমূলক প্ৰতিশ্ৰুতি দিয়ে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামাৰ শাসন কালত কোনো দুৰ্নীতি সংঘটিত নোহোৱাৰ …

Read More »