Breaking News
Home / Dhubri

Dhubri

Road Accident

ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথ(গৌৰাং বজাৰ) ত আজি সন্ধিয়া আনুমানিক ৬:৩০বজাত As 01BL 2607 নম্বৰৰ এখন পালছাৰ বাইক আৰু As 14 J9746 নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ মুখামুখী সংঘৰ্ষ হয়, ঘটনাত পতিত হোৱা বাইক আৰহী দুজনৰ ভিতৰত এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা যায়৷

Read More »

বিলাসীপাৰাত ভাৰতীয় জনতা পাৰ্টিৰ পথযাত্রাৰে পৰিয়াল সন্পৰ্ক অভিযান শুভ আৰম্ভ,বিধায়ক অশোক কুমাৰ সিংহীৰ।।

ভাৰতীয় জনতা পাৰ্টিৰ ধুবুৰী পূৱ জিলা কমিটিৰ উদ্যোগত ২৭ নং বিলাসীপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীৰ উপস্থিতত বিলাসীপাৰাত আজি ২৩ ফেব্ৰুৱাৰীৰ পৰা পথযাত্রাৰে ১ মাৰ্চ লৈকে পৰিয়াল সন্পৰ্ক অভিযান শুভ আৰম্ভ কৰে , চাই আঁহক আমাৰ এই বিশেষ প্ৰতিবেদন।।

Read More »

ধুবুৰী জিলাৰ বিলাসীপাৰাত আনন্দৰ নগৰৰ পৰা সোনকোষ, আৰু সোনকোষৰ পৰা ডুৱাচুৰী লৈকে (PMGY)আঁচনিৰ প্ৰায় ১০ কোটি টকাৰ পকী ৰাস্তা নিৰ্মাণৰ আধাৰশিলা আজি শুভ উদ্বোধন কৰে,বিধায়ক হাফিছ বছিৰ কাছেমীয়ে ।।

উল্লেখ্য যে উক্ত আধাৰশিলা অনুষ্ঠানটোত উপস্থিত থাকে,এ আই ইউ ডি এফ দলৰ কেন্দ্ৰীয় কমিটিৰ যুৱ মৰ্চাৰ প্ৰশাসনিক সম্পাদক,আবুল বাছাৰ,ধুবুৰী জিলা কমিটিৰ সভাপতি, মুক্তি ইয়াহিয়া,উপ-সভাপতি শ্বেখ আবুল হাশেম,ধুবুৰী জিলা ছাত্র মৰ্চাৰ সভাপতি আবু হানিফা,ফজৰ আলী মণ্ডল, আব্দুৰ ৰশিদ,আদিকে ধৰি দলীয় সতীৰ্থ বৃন্দৰ লগতে স্থানীয় গন্য মান্য ব্যক্তিও উপস্থিত থাকে।।

Read More »

ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ

কাজাইকাটা ছুৱাপাতা গাওঁ পঞ্চায়তৰ অন্তৰ্গত কঠালদি দ্বিতীয় খণ্ড (গোৱালেৰচৰ) পাৰ ঘাটৰ স্বত্বাধিকাৰীৰ পৰা নায়েৰ আলগা আঞ্চলিক পঞ্চায়তৰ সভানেত্রী হাচিনা খাতুনৰ স্বামী মোছলিম উদ্দিনে পাৰ সংক্রান্তত ষাঠি হেজাৰ টকা লৈ উক্ত পাৰ ঘাটটোৰ ২০২১ বৰ্ষৰ বাবে স্বীকৃতি দিয়া বুলি ভূৱা বাতৰি সন্পপ্ৰচাৰি হোৱাক লৈ পাৰ ঘাটটোৰ স্বত্বাধিকাৰী ৰবিয়াল হুছাইনে প্ৰতিক্রিয়া প্ৰকাশ …

Read More »

বিলাসীপাৰাত (MGNREGA) আঁচনিৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তৰ গুটি পাৰা ৬ষ্ঠ খণ্ডৰ চৌধুৰীৰ চৰ গাওঁত আজি পঞ্চায়ত সভাপতি বাহাদূৰ ইছলামৰ নেতৃত্বত (NREGA)আঁচনিৰ ২০২০-২০২১ বিত্তীয় বৰ্ষৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন হয়।। মুঠৰ ওপৰত ৰাইজৰ প্ৰশ্ন হয় যে পঞ্চায়ত সভাপতি বাহাদুৰ ইছলামে গুটিপাৰা …

Read More »

ধুবুৰী জিলাৰ সাংবাদিক আজিজুৰ ৰহমানক দুৰ্নীতিৰ দৰ্পণ কাকতৰ বিশিষ্ট সংবাদসেৱাৰ বঁটা প্ৰদান।

নিৰবচ্ছিন্নভাবে একনিষ্ঠাৰে কৰ্ম কৰি যোৱাৰ বাবে সংবাদ সেৱা আগবৰাই অহা ধুবুৰী জিলাৰ সাংবাদিক আজিজুৰ ৰহমানক গুৱাহাটী আৰু ধুবুৰীৰ পৰা প্ৰকাশিত অসমীয়া দৈনিক দুৰ্নীতিৰ দৰ্পণ বাতৰি কাকতৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে প্ৰয়াত সাংবাদিক দিলিপ কুমাৰ চক্ৰৱৰ্তী স্মৃতি বঁটা প্ৰদান কৰে। সাংবাদিক আজিজুৰ ৰহমানক এই সন্মান ১৭ জানুবাৰী দেওবাৰে ধুবুৰীৰ গৌৰীপুৰ প্ৰতাপ …

Read More »

নায়েৰ আলগা আঞ্চলিক পঞ্চায়তৰ সভানেত্রীৰ বিপৰীতে ভিত্তিহীন বাতৰি সন্পপ্ৰচাৰিত হোৱাক লৈ পঞ্চায়ত খনৰ স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া।

ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অধীনৰ মায়াৰ চৰ গাওঁ পঞ্চায়তৰ জৱ কাৰ্ড শ্ৰমিক সহৰ আলী কেইবা মাহ মান পূৰ্বতে জীৱিত আছিল।।যদিও জৱ কাৰ্ড শ্ৰমিক সহৰ আলী জীৱিত থকা অৱস্থাতেই গাওঁ পঞ্চায়তৰ আৰু আঞ্চলিক পঞ্চায়তৰ এম জি এন ৰেখাঁ ৰাস্তাৰ কাম দুয়োটাৰে তেওঁ নিজেই কৰি আহিছিল।।মনকৰিবলগীয়া কথা যে জৱ কাৰ্ড …

Read More »

ধুবুৰী জিলাৰ  তামাৰহাট থানাৰ অধীনস্থ সোনাহাটত  আৰক্ষীৰ অভিযান । অভিযান চলাই পাঁচজনক আটক।

তামাৰহাট থানাৰ অধীনত থকা  সোনাহাটত  নিশা অভিযান চলাই  আৰক্ষীয়ে পাঁচজন লোকক  আটক  কৰে। নিশা ম’বাইল গেমব্লিং জুৱা খেলি থকা সময়ত আৰক্ষীয়ে অভিযান চলাই  আটক কৰে জুৱাৰী কেইজনক । সিহঁতৰ পৰা টকা আৰু অন্যান্য সামগ্ৰী জব্দ। লোক কেইজন হৈছে – হুছেইন আলী, আমিৰ হুছেইন জাহিদুল হক, আজিজুল হক, আবু হুছেইন । আজি …

Read More »

তামাৰহাটত ১২৫০ গ্ৰাম নকল সোন উদ্ধাৰ, আৰক্ষীয়ে আটক কৰে দুজনক।

ধুবুৰী জিলাৰ তামাৰহাটত নকল সোন উদ্ধাৰ। যোৱা কালি ৰাতি আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি ১২৫০ গ্ৰাম নকল সোন উদ্ধাৰ কৰাৰ লগতে দুজনক আটক কৰিবলৈ সক্ষম হয়। নাওবৈচাৰ ৰশিদুল ইছলামে   সোন বিক্ৰী কৰিবলৈ পঠিওৱা লক্ষিমপুৰ জিলাৰ জিন্নাত আলীৰ পুত্ৰ আবুল কালাম আৰু মহাঘুলি-বৰগোলাৰ আকতাৰ আলীৰ পুত্ৰ আবুতাহেৰ আলী নামৰ ব্যক্তি দুজনে নকল …

Read More »

বিলাসীপাৰা কদমতোলা শান্তি নগৰ প্ৰাথমিক বিদ্যালয়ত পৰিচালনা কমিটিৰ সভাপতি পদকলৈ ভোটদান আৰু লগতে ফলাফল !

২৯ ডিচেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত কদমতোলা শাস্তি নগৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি পদকলৈ আজি ছাত্ৰ-ছাত্ৰী অৱিভাবক সকলৰ মাজত ভোটদান অনুষ্ঠিত হয়। উল্লেখ্য যে বিদ্যালয় খনৰ পৰিচালনা কমিটিৰ সভাপতি পদৰ প্ৰাৰ্থী দুগৰাকী ক্রমে- সাইদুল ইছলাম আৰু তফিছ উদ্দিন, মনকৰিবলগীয়া যে বিদ্যালয় খনত সৰ্বমুঠ অভিভাৱকৰ ভোটৰ সংখ্যা ৭৮ …

Read More »