Breaking News
Home / Bilasipara

Bilasipara

বিলাসীপাৰা মুৰাবাড়ীত সমাজৰ কু সংস্কাৰ বিলাক নিৰ্মূল কৰাৰ বাবে নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাত্ত বিষয়াৰ সজাগতামুলক সভা।

ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অন্তৰ্গত নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাত্ত বিষয়া তথা উপ-পৰিদৰ্শক ছফিউল আলমৰ উদ্যোগত সমাজৰ কু সংস্কাৰ বিলাক নিৰ্মূল কৰাৰ বাবে সুবাশ চন্দ্ৰ সৰকাৰৰ সভাপতিত্বত নয়াহাট মুৰাবাৰীত আজি সজাগতামুলক সভা অনুষ্ঠিত হয়। উল্লেখ্য যে উক্ত সভা খনত উপস্থিত থাকে, নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাত্ত আৰক্ষী বিষয়া তথা উপ-পৰিদৰ্শক ছফিউল …

Read More »

বিলাসীপাৰাত দীৰ্ঘ দিনৰ পৰাই দুৰ্নীতি সংঘটিত কৰি অহা শিক্ষা খণ্ড বিষয়া মনোজ কুমাৰ ফুকনক ডি গ্ৰেড।

উল্লেখ্য যে বিলাসীপাৰা মহকুমা শিক্ষক সন্মিলনৰ অভিযোগৰ তদন্তৰ প্ৰতিবেদন অনুসৰি শিক্ষা বিষয়া মনোজ কুমাৰ ফুকনক ধুবুৰী জিলা আৰু অসম ৰাজ্যিক শিক্ষা সঞ্চালকে শাস্তিমুলক ভাৱে ডি গ্ৰেড কৰিবলৈ বাধ্যহৈছে ।।মনকৰিবলগীয়া কথা যে ধুবুৰী জিলা আৰু অসম ৰাজ্যিক শিক্ষা সঞ্চালকৰ প্ৰতিবেদনল নিৰ্দ্দেশ অনুসৰি প্ৰায় তিনি দিন সময় উকলি যোৱাৰ পিছতো চকী এৰিবলৈ …

Read More »

বিলাসীপাৰা শালবাড়ীত SUN SHINE (NGO)ৰ উদ্যোগত আজি মাক্স আৰু গছপূলি বিতৰণ কাৰ্য্যসূচী।।

বিলাসীপাৰাঃ ১২ নভেম্বৰঃ ভাৰত বৰ্ষৰ সমগ্ৰ ৰাজ্যত ক”ৰণা মহামাৰী বিয়পি পৰি থকাৰ পৰিপ্ৰেক্ষিতত ৰাইজক সজাগ আৰু সমাজৰ প্ৰতি লক্ষ্য ৰাখি নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা SUN SHINE (NGO)ৰ কৰ্ম-কৰ্ত্তা সকলে বগৰীবাৰী ৰাজহ-চক্র বিষয়াৰ উপস্থিতত আজি শালবাড়ীত ৰাইজৰ মাজত মাক্স আৰু গছপুলি বিতৰণ কাৰ্য্যসূচী হাতত লয়। উল্লেখ্য যে কাৰ্য্যসূচী খনত SUN …

Read More »

বিলাসীপাৰাত ১০ লাখ টকাৰ ছি চি ব্লক ৰাস্তাৰ কামৰ আধাৰশিলা শুভ উদ্বোধন,বিধায়ক অশোক কুমাৰ সিংহীৰ।

ধুবুৰী জিলাৰ শাসনাধিষ্টিত বিজেপি দলৰ কৰ্মৰাজি বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীৰ প্ৰচ্যুৰ দ্বায়াৱদ্বতাৰ ফলত আজিৰ দিনত বিলাসীপাৰাত অলিয়ে -গলিয়ে প্ৰায় সকলো ৰাস্তা ছি চি ব্লক,পকীকৰণ কৰি আহিছে।উল্লেখ্য যে পৰ্ঞ্চদশ বিৰ্ত্তীয আয়োগৰ ১০ লাখ টকাৰ ছি চি ব্লক ১২০ মিটাৰ ধীৰেন্দ্ৰ নাথ গৃহৰ পৰা খ্ৰীতৰা মন্দিৰ লৈকে ৰাস্তাৰ কাম বিলাসীপাৰা ১৩ …

Read More »

বিলাসীপাৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা ।

বিলাসীপাৰা জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি শ্ৰীযুত প্ৰণৱ অধিকাৰীৰ সভাপতিত্বত বিলাসীপাৰা ডঃ বি আৰ অন্বেদকাৰ ভৱনত আজি এখন প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত হয়। উক্ত সভা খনত উদ্দেশ্য ব্যাখ্যা কৰে বিলাসীপাৰা জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহঃ সম্পাদক নৱদয় চক্রৱতীয়ে। ইয়াৰ উপৰিও সভা খনত বিলাসীপাৰা জিলা …

Read More »