Breaking News
Home / Dhubri / ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ

ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ

কাজাইকাটা ছুৱাপাতা গাওঁ পঞ্চায়তৰ অন্তৰ্গত কঠালদি দ্বিতীয় খণ্ড (গোৱালেৰচৰ) পাৰ ঘাটৰ স্বত্বাধিকাৰীৰ পৰা নায়েৰ আলগা আঞ্চলিক পঞ্চায়তৰ সভানেত্রী হাচিনা খাতুনৰ স্বামী মোছলিম উদ্দিনে পাৰ সংক্রান্তত ষাঠি হেজাৰ টকা লৈ উক্ত পাৰ ঘাটটোৰ ২০২১ বৰ্ষৰ বাবে স্বীকৃতি দিয়া বুলি ভূৱা বাতৰি সন্পপ্ৰচাৰি হোৱাক লৈ পাৰ ঘাটটোৰ স্বত্বাধিকাৰী ৰবিয়াল হুছাইনে প্ৰতিক্রিয়া প্ৰকাশ কৰে।। মুঠতে প্ৰশ্ন হয় যে উক্ত পাৰ ঘাটটোৰ স্বত্বাধিকাৰী ৰবিয়াল হুছাইনে সভানেত্রী গৰাকীৰ স্বামী মোছলিম উদ্দিনক এটকাও দিয়া নাই বুলি সাংবাদিকক সদৰী কৰে, চাই আহঁক আমাৰ এই বিশেষ প্ৰতিবেদন।।

About Debrata Pyne

Check Also

ধুবুৰী জিলাৰ সাংবাদিক আজিজুৰ ৰহমানক দুৰ্নীতিৰ দৰ্পণ কাকতৰ বিশিষ্ট সংবাদসেৱাৰ বঁটা প্ৰদান।

নিৰবচ্ছিন্নভাবে একনিষ্ঠাৰে কৰ্ম কৰি যোৱাৰ বাবে সংবাদ সেৱা আগবৰাই অহা ধুবুৰী জিলাৰ সাংবাদিক আজিজুৰ ৰহমানক …

Leave a Reply

Your email address will not be published. Required fields are marked *