Breaking News
Home / Morigaon / All assam basis night cricket tournament at laharighat

All assam basis night cricket tournament at laharighat

আপোনাৰ ক্ৰিকেট খেলত অংগ্ৰহণ কৰিবলৈ আগ্ৰহ আছে নেকি ? নে আপুনি ক্ৰিকেট খেল চাই ভাল পায় ? যদি আগ্ৰহ আছে তেন্তে আহক লাহৰিঘাটলৈ । মোবাইল ফোন বা টিভিত নহয় , বাস্তৱত চাব পৰিব আকৰ্ষণীয় ক্ৰিকেট খেল । পিছে আজি নহয় , আপোনাক খেল পৰিচালনা সমিতিয়ে নিমন্ত্ৰণ কৰিছে ২১,২২,২৩ তাৰিখে আহিবলৈ । যদি আপুনি খেলত অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে আজিযেই যোগাযোগ কৰক । লগতে লাভ কৰক আকৰ্ষণীয় পুৰস্কাৰ । বিজয়ী দলক নগদ ৫০ হাজাৰ টকাৰ লগতে ট্ৰফী আৰু বিজিত দলক নগদ ৩০ হাজাৰ টকাৰ লগতে ট্ৰফী দিয়া হব বুলি খেল পৰিচালনা সমিতিয়ে জানিব দিয়ে । তিনিচুকীয়া আঞ্চলিক জন সেৱা যুৱ সংঘৰ সৌজন্যত সদৌ অসম ভিত্তিত নৈশ ক্ৰিকেট প্ৰতিযোগিতাত যদি অংগ্ৰহণ কৰে তেন্তে পৰিচালনা সমিতিক মাছুল হিচাপে দিব লাগিব ৩৫০০ টকা । ইচ্ছুক খেলৈ সকলে 7896097973 আৰু 7002337484 নম্বৰত যোগাযোগ কৰিব পাৰিব । পুনৰবাৰ কৈছোঁ 7896097973 আৰু 7002337484 নম্বৰত যোগাযোগ কৰিব পাৰিব আপুনি । মাত্ৰ ৩৫০০ টকাৰ বিনিময়ত লাভ কৰক ৫০ হাজাৰ টকা । নৈপৰীয়াম অঞ্চল তিনিচুকীয়া । সদায় বেজাৰ মনে থকা এইখন গাঁৱৰ ৰাইজক উৎসাহিত কৰিবলৈ আগবাঢ়ি আহিছে তিনিচুকীয়াৰ যুৱ সমাজ ।

About Debrata Pyne

Check Also

৭২ তম গণৰাজ্য দিবসত মৰিগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী পীয়ুজ হাজৰিকাই

সমগ্ৰ দেশৰ লগতে ৭২তম গণৰাজ্য দিৱসটি মৰিগাঁও জিলা প্ৰশাসনেও উলহ মালহেৰে উদযাপন কৰে। অনুষ্ঠানত মুখ্য …

Leave a Reply

Your email address will not be published. Required fields are marked *