Breaking News
Home / Nagaon / কলিয়াবৰ প্ৰেছ ক্লাৱৰ কাৰ্য্যালয় মুকলি

কলিয়াবৰ প্ৰেছ ক্লাৱৰ কাৰ্য্যালয় মুকলি

ৰবিবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় কলিয়াবৰ প্ৰেছ ক্লাৱৰ কাৰ্য্যালয়।কাৰ্য্যালয় মুকলি অনুষ্ঠানত উপস্থিত থাকে জলসম্পদ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত।মন্ত্ৰী কেশৱ মহন্তই ফিটা কাটি কলিয়াবৰ প্ৰেছ ক্লাৱৰ জখলাবন্ধাস্থিত কাৰ্য্যালয় তো মুকলি কৰিলে ৰবিবাৰৰ দিনটোত।কলিয়াবৰ প্ৰেছ ক্লাৱৰ উপদেষ্টা নৃপেন কেওত,নৱ নিযুক্ত সভাপতি তপন শইকীয়া আৰু সম্পাদক জয়ন্ত শৰ্মা ৰ একান্ত প্ৰচেষ্টাত অনুষ্ঠিত এই কাৰ্য্যালয় মুকলি অনুষ্ঠানত কলিয়াবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসকে আদি কৰি উপস্থিত থাকে কলিয়াবৰৰ প্ৰেছক্লাব ৰ সদস্য সকল।

About Debrata Pyne

Check Also

নগাঁও জিলাৰ কলিয়াবৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত জব্দ হয় তিনিখনকৈ গৰু-মহ ভৰ্তি ট্ৰাক।

ৰাজ্যত ব্যাপক হাৰত বাঢ়িছে গৰু-ম’হৰ অবাধ বেহা। নগাঁও জিলাৰ চামগুৰিৰ আমনিত নিশা । উজনি অসমৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *