Breaking News
Home / Dhubri / বিলাসীপাৰাত (MGNREGA) আঁচনিৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

বিলাসীপাৰাত (MGNREGA) আঁচনিৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তৰ গুটি পাৰা ৬ষ্ঠ খণ্ডৰ চৌধুৰীৰ চৰ গাওঁত আজি পঞ্চায়ত সভাপতি বাহাদূৰ ইছলামৰ নেতৃত্বত (NREGA)আঁচনিৰ ২০২০-২০২১ বিত্তীয় বৰ্ষৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন হয়।।

মুঠৰ ওপৰত ৰাইজৰ প্ৰশ্ন হয় যে পঞ্চায়ত সভাপতি বাহাদুৰ ইছলামে গুটিপাৰা ষষ্ঠ খণ্ড চৌধুৰীৰ চৰ গাওঁত আজিৰ দিনত দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰাত,চৌধুৰীৰ চৰ গাওঁ বাসীৰ বাবে, সভাপতি গৰাকীয়ে ২৫ বছৰৰ ইতিহাসিক ৰচনা কৰিলে বুলি পঞ্চায়ত সভাপতি বাহাদুৰ ইছলামক সদৰী কৰে, ৰাইজে।।
👉🏼উল্লেখ্য যে উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে , অভিযন্তা ফৰিদুল হক, সদস্য জয়নাল আবেদীন, ৰাস্তা নিৰ্মাণ কাৰ্য্যৰ কমিটিৰ সভাপতি আব্দুল ৰশিদ মেম্বাৰ , হাসেম আলী, লগতে স্থানীয় গন্য-মান্য ব্যক্তিৰ উপৰিও শতাধিক ৰাইজ উপস্থিত থাকে।।

About Debrata Pyne

Check Also

ধুবুৰী জিলাৰ সাংবাদিক আজিজুৰ ৰহমানক দুৰ্নীতিৰ দৰ্পণ কাকতৰ বিশিষ্ট সংবাদসেৱাৰ বঁটা প্ৰদান।

নিৰবচ্ছিন্নভাবে একনিষ্ঠাৰে কৰ্ম কৰি যোৱাৰ বাবে সংবাদ সেৱা আগবৰাই অহা ধুবুৰী জিলাৰ সাংবাদিক আজিজুৰ ৰহমানক …

Leave a Reply

Your email address will not be published. Required fields are marked *