Breaking News
Home / Dhubri / ধুবুৰী জিলাৰ সাংবাদিক আজিজুৰ ৰহমানক দুৰ্নীতিৰ দৰ্পণ কাকতৰ বিশিষ্ট সংবাদসেৱাৰ বঁটা প্ৰদান।

ধুবুৰী জিলাৰ সাংবাদিক আজিজুৰ ৰহমানক দুৰ্নীতিৰ দৰ্পণ কাকতৰ বিশিষ্ট সংবাদসেৱাৰ বঁটা প্ৰদান।

নিৰবচ্ছিন্নভাবে একনিষ্ঠাৰে কৰ্ম কৰি যোৱাৰ বাবে সংবাদ সেৱা আগবৰাই অহা ধুবুৰী জিলাৰ সাংবাদিক আজিজুৰ ৰহমানক গুৱাহাটী আৰু ধুবুৰীৰ পৰা প্ৰকাশিত অসমীয়া দৈনিক দুৰ্নীতিৰ দৰ্পণ বাতৰি কাকতৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে প্ৰয়াত সাংবাদিক দিলিপ কুমাৰ চক্ৰৱৰ্তী স্মৃতি বঁটা প্ৰদান কৰে। সাংবাদিক আজিজুৰ ৰহমানক এই সন্মান ১৭ জানুবাৰী দেওবাৰে ধুবুৰীৰ গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাকতৰ বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰদান কৰা হয়। তেওঁৰ এই সন্মান লাভ কৰাত তেওঁৰ গাওঁবাসীকে ধৰি সমগ্ৰ ধুবুৰী জিলাৰ বিভিন্ন-দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে বিশিষ্ট ব্যক্তি অন্যান্য ব্যক্তি সকলে সাংবাদিক গৰাকীক অভিনন্দন জ্ঞাঁপন কৰিছে।

About Debrata Pyne

Check Also

বিলাসীপাৰাত (MGNREGA) আঁচনিৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *