Breaking News
Home / Dhubri / নায়েৰ আলগা আঞ্চলিক পঞ্চায়তৰ সভানেত্রীৰ বিপৰীতে ভিত্তিহীন বাতৰি সন্পপ্ৰচাৰিত হোৱাক লৈ পঞ্চায়ত খনৰ স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া।

নায়েৰ আলগা আঞ্চলিক পঞ্চায়তৰ সভানেত্রীৰ বিপৰীতে ভিত্তিহীন বাতৰি সন্পপ্ৰচাৰিত হোৱাক লৈ পঞ্চায়ত খনৰ স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া।

ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অধীনৰ মায়াৰ চৰ গাওঁ পঞ্চায়তৰ জৱ কাৰ্ড শ্ৰমিক সহৰ আলী কেইবা মাহ মান পূৰ্বতে জীৱিত আছিল।।যদিও জৱ কাৰ্ড শ্ৰমিক সহৰ আলী জীৱিত থকা অৱস্থাতেই গাওঁ পঞ্চায়তৰ আৰু আঞ্চলিক পঞ্চায়তৰ এম জি এন ৰেখাঁ ৰাস্তাৰ কাম দুয়োটাৰে তেওঁ নিজেই কৰি আহিছিল।।মনকৰিবলগীয়া কথা যে জৱ কাৰ্ড শ্ৰমিক সহৰ আলী যোৱা ৩০-৬-২০২০ ইং তাৰিখে মৃত্যুক সাৱটি লয়।।মৃত্যু শ্ৰমিক গৰাকীৰ নিজ পুত্ৰৰ আৰু পঞ্চায়ত খনৰ স্থানীয় ৰাইজৰ ভাষ্য মতে জৱ কাৰ্ড শ্ৰমিক সহৰ আলী জীৱিত থকা অৱস্থাতেই চৰকাৰী আঁচনিৰ ধন জৱ কাৰ্ড একাউণ্টত আৱন্টিত হৈছিল,জৱ কাৰ্ড শ্ৰমিক সহৰ আলী মৃত্যু হোৱাৰ পিছত এম জি এন ৰেখাঁ আঁচনিৰ একো ধন জৱ কাৰ্ড একাউণ্টত আৱন্টণ হোৱা নাই বুলি সাংবাদ- মাধ্যমক অৱগত কৰে।।উল্লেখ্য যে নায়েৰ আলগা আঞ্চলিক পঞ্চায়তৰ সভানেত্রী হাছিনা খাতুনে চৰকাৰী আঁচনিৰ ধন দুৰ্নীতি সংঘটিত কৰি অহা বুলি ভিত্তিহীন বাতৰি সন্পপ্ৰচাৰিত হোৱাক লৈ পঞ্চায়ত খনৰ স্থানীয় ৰাইজৰ মাজত এক ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।।

About Debrata Pyne

Check Also

বিলাসীপাৰাত (MGNREGA) আঁচনিৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *