Breaking News
Home / Udalguri / আজি ভোগালী বিহু‌ উপলক্ষ্যে ৰজাগড়ৰ উত্তম বস্তীৰ মিলন জ্যোতি সংঘৰ উদ্যোগত তিনিদিনীয়া ভোগালী বিহু

আজি ভোগালী বিহু‌ উপলক্ষ্যে ৰজাগড়ৰ উত্তম বস্তীৰ মিলন জ্যোতি সংঘৰ উদ্যোগত তিনিদিনীয়া ভোগালী বিহু

ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত সমস্যাৰ বুজ লোৱাৰ লগতে বহুকেইটা অনুষ্ঠানত উপস্থিত থাকে পানেৰীৰ বিশিষ্ট সমাজকৰ্মী বিকন চন্দ্ৰ ডেকা আৰু 33 নং ননৈ চেৰফাং সমষ্টিৰ নৱ নিৰ্বাচিত এমচিএলএ সঞ্জিত তাঁতী । আজি ভোগালী বিহু‌ উপলক্ষ্যে ৰজাগড়ৰ উত্তম বস্তীৰ মিলন জ্যোতি সংঘৰ উদ্যোগত তিনিদিনীয়া ভোগালী বিহু উৎসৱৰ অনুষ্ঠানত উপস্থিত থাকি কয় যে আগন্তুক দিনত ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত আগভাগ ল’ব । লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল ক সহায় সহযোগিতা কৰিবলৈ অনুৰোধ জনায় বিকন চন্দ্ৰ ডেকাই ।

About Debrata Pyne

Leave a Reply

Your email address will not be published. Required fields are marked *