Breaking News
Home / Morigaon / সাংবাদিক পৰিষদ মৰিগাওঁ জিলা সমিতি সাধাৰণ সভা ও নতুন সমিতি গঠন।

সাংবাদিক পৰিষদ মৰিগাওঁ জিলা সমিতি সাধাৰণ সভা ও নতুন সমিতি গঠন।

মৰিগাওঁ পৱিতৰা হাট প্রেক্ষাগৃহত সৱাংগ সুন্দৰ সাধাৰণ সভা অনুষ্ঠিত হয় ! সভাৰ সভাপতিত্ব কৰে বিশিষ্ট সমাজ সেৱক সাংবাদিক শিক্ষাবিধ মহেন্দ্র নাথ হাজৰিকা, সভাৰ উদেশ্য বার্খ্যা কৰে আহবায়ক ধন্তী কাকতি !
উক্ত সভাত উপস্থিত থাকে মৰিগাওঁ জিলা বিশিষ্ঠ সাংবাদিক অজিত শৰ্মা, প্রণৱ ভট্রাচায্য ,বিশিষ্ট সমাজসেৱক বিমল জ্যোতি বৰদলৈ ,তিৱা স্বায়ত্ব পৰিষদৰ প্রাক্তন সদস্য ৰাজেন বৰদলৈ ,
মিন্তু কুমাৰ মেধি অসম ৰাজ্যিক সাংবাদিক সন্থা মৰিগাওঁ জিলা সমিতি সাধাৰণ সম্পাদক ,
বিশিষ্ট হোমিঅপ্রেথ্যিক চিকিতস্যক ডাঃ ৰঞ্জিত কুমাৰ নাথ ,সাংবাদিক পৰিষদ অসম কেন্দ্রীয় সমিতি আলোচনী সম্পাদক জুলহাজ আলি, মৰিগাওঁ আদালত অধিবক্তা ৰমনীমোহন বৰুৱা উপস্থিতি এখনি মুকলি সভা অনুষ্ঠিত হয় লগতে সভাৰ শেষত সুশীল নাথ সভাপতি, ধন্তী কাকতি সাধাৰণ সম্পাদক ,গৌতম কাকতি,আফটাৰ হুছেইন উপ:সভাপতি, সহ: সম্পাদক : কৃষ্ণ কুমাৰ নাথ, মৃগাংক মেধীক লগত লৈ 31 জনীয়া সৱল সমিতি গঠন কৰে !

About Debrata Pyne

Check Also

৭২ তম গণৰাজ্য দিবসত মৰিগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী পীয়ুজ হাজৰিকাই

সমগ্ৰ দেশৰ লগতে ৭২তম গণৰাজ্য দিৱসটি মৰিগাঁও জিলা প্ৰশাসনেও উলহ মালহেৰে উদযাপন কৰে। অনুষ্ঠানত মুখ্য …

Leave a Reply

Your email address will not be published. Required fields are marked *