Breaking News
Home / Dhubri / তামাৰহাটত ১২৫০ গ্ৰাম নকল সোন উদ্ধাৰ, আৰক্ষীয়ে আটক কৰে দুজনক।

তামাৰহাটত ১২৫০ গ্ৰাম নকল সোন উদ্ধাৰ, আৰক্ষীয়ে আটক কৰে দুজনক।

ধুবুৰী জিলাৰ তামাৰহাটত নকল সোন উদ্ধাৰ। যোৱা কালি ৰাতি আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি ১২৫০ গ্ৰাম নকল সোন উদ্ধাৰ কৰাৰ লগতে দুজনক আটক কৰিবলৈ সক্ষম হয়। নাওবৈচাৰ ৰশিদুল ইছলামে   সোন বিক্ৰী কৰিবলৈ পঠিওৱা লক্ষিমপুৰ জিলাৰ জিন্নাত আলীৰ পুত্ৰ আবুল কালাম আৰু মহাঘুলি-বৰগোলাৰ আকতাৰ আলীৰ পুত্ৰ আবুতাহেৰ আলী নামৰ ব্যক্তি দুজনে নকল সোন সহ আৰক্ষীৰ জালত পৰে। নকল সোন বিক্ৰী কৰিবলৈ অহা ব্যক্তি দুজনক  যোৱা ৰাতি ৯-৩০ মান বজাত তামাৰহাটৰ মধ্যপেটলা গাঁৱত ১২৫০ গ্ৰাম নকল সোন সহ তামাৰহাট আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

About Debrata Pyne

Check Also

বিলাসীপাৰাত (MGNREGA) আঁচনিৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *