Breaking News
Home / Kokrajhar / কচুগাঁওত থিতাতে ভস্মীভূত হৈ নিহত দুই শিশু ।

কচুগাঁওত থিতাতে ভস্মীভূত হৈ নিহত দুই শিশু ।

প্ৰেৰক পৰা কমলেশ বৰ্মন, ডোতমা:
কোকৰাঝাৰ জিলাৰ কচুগাওঁ‌ থানাৰ অন্তৰ্গত নয়ানগৰ গাওঁত আজি ৰাতিপুৱা প্ৰায় 11 টা মান বজাত দুই গৰাকী শিশু মৰাপাতৰ শুকান খৰিত লুকা ভাকু খেলি থকা অৱস্তাত ভস্মিভূত হয় ।

মৰাপাতৰ শুকান ঠাৰিত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত থিতাতে অগগ্নিদগ্ধ হৈ দুই শিশু মৃত্যু মুখত পৰে ।

আৰু এই অগ্নিকাণ্ডন নিহত শিশু কেইগৰাকী হৈছে আৰ্শিনা কিস্কু(৪) আৰু মনিৰাম হেম্ব্ৰ্ম(৫) বুলি জানিব পৰা গৈছে ।অঞ্চলজুৰি শোকৰ শাহ পৰিছে l

About Debrata Pyne

Check Also

পৰ্বতঝোৰাত ভোটগণনা সম্পৰ্কীয় প্ৰশিক্ষণ।

১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টি (জনজাতি)ৰ সমাগত নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে প্ৰায় সম্পন্ন হৈছে। …

Leave a Reply

Your email address will not be published. Required fields are marked *