Breaking News
Home / Morigaon / ৰাইজৰ দলৰ মৰিগাঁও বিধান সভা সমষ্টি গঠন ।

ৰাইজৰ দলৰ মৰিগাঁও বিধান সভা সমষ্টি গঠন ।

সমাগত বিধান সভা নিৰ্বাচন । সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ । কোনে দলেই পিছ পঢ়ি থকা নাই । ইতিমধ্যে বহু দল সংগঠনৰ নেতৃত্বত গঠন হৈছে বিভিন্ন ৰাজনৈতিক দল । কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতৃত্বত গঠন হোৱা জাতীয়তাবদী , প্ৰগতিশীল দল ৰাইজৰ দলে বিভিন্ন জিলাই জিলাই গঠন কৰিছে আহ্বায়ক সমিতি । আজি মৰিগাঁও জিলা ৰাইজৰ দলৰ মৰিগাঁও বিধান সভা সমষ্টি কমিটি গঠন কৰে । উক্ত সভাত উপস্থিত থাকে ৰাইজৰ দলৰ ৰাজ্যিক সমন্বয়কৰ লগতে মৰিগাঁও জিলা ৰাইজৰ দলৰ জিলা সমন্বয় ৰ লগতে লাহৰিঘাট সমষ্টি, ধিং সমষ্টি, মৰিগাঁও সমষ্টিৰ বহুতো ৰাইজ ।
উক্ত সভাত সভা পতিত্ত কৰে ৰাজ্যিক সমন্নয়ক শ্ৰী: ৰত্নেশ্বৰী দেউৰী ।
মৰিগাঁও জিলাৰ জিলা সমন্বয়ক ৰাতুল হাজৰিকা উক্ত সভাত উত্তক্ত ভাহন ৰাখে। BJP চৰকাৰ হাই হাই, BJP ক ২০১২ চনত নিঃশেষ কৰাৰ পৰিকল্পনা লৈ আজিৰ সভাত ভাহণ ৰাখে। অসমীয়া জাতিৰ হকে অনবৰত মাত মাতি অহা বলিষ্ঠ সংগ্ৰামী নেতা অখিল গগৈক কাৰাগাৰৰ পৰা মুক্তি দিব লাগে। অখিল গগৈ জিন্দাবাদ , ৰাইজৰ দল জিন্দাবাদ, ২০২১ চৰকাৰ গঢ়াৰ প্ৰতিশ্ৰুতি লৈ আজিৰ সভাত।

About Debrata Pyne

Check Also

৭২ তম গণৰাজ্য দিবসত মৰিগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী পীয়ুজ হাজৰিকাই

সমগ্ৰ দেশৰ লগতে ৭২তম গণৰাজ্য দিৱসটি মৰিগাঁও জিলা প্ৰশাসনেও উলহ মালহেৰে উদযাপন কৰে। অনুষ্ঠানত মুখ্য …

Leave a Reply

Your email address will not be published. Required fields are marked *