
সমাগত বিধান সভা নিৰ্বাচন । সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ । কোনে দলেই পিছ পঢ়ি থকা নাই । ইতিমধ্যে বহু দল সংগঠনৰ নেতৃত্বত গঠন হৈছে বিভিন্ন ৰাজনৈতিক দল । কৃষক মুক্তি সংগ্ৰাম সমিতৰ নেতৃত্বত গঠন হোৱা জাতীয়তাবদী , প্ৰগতিশীল দল ৰাইজৰ দলে বিভিন্ন জিলাই জিলাই গঠন কৰিছে আহ্বায়ক সমিতি । আজি মৰিগাঁও জিলা ৰাইজৰ দলৰ মৰিগাঁও বিধান সভা সমষ্টি কমিটি গঠন কৰে । উক্ত সভাত উপস্থিত থাকে ৰাইজৰ দলৰ ৰাজ্যিক সমন্বয়কৰ লগতে মৰিগাঁও জিলা ৰাইজৰ দলৰ জিলা সমন্বয় ৰ লগতে লাহৰিঘাট সমষ্টি, ধিং সমষ্টি, মৰিগাঁও সমষ্টিৰ বহুতো ৰাইজ ।
উক্ত সভাত সভা পতিত্ত কৰে ৰাজ্যিক সমন্নয়ক শ্ৰী: ৰত্নেশ্বৰী দেউৰী ।
মৰিগাঁও জিলাৰ জিলা সমন্বয়ক ৰাতুল হাজৰিকা উক্ত সভাত উত্তক্ত ভাহন ৰাখে। BJP চৰকাৰ হাই হাই, BJP ক ২০১২ চনত নিঃশেষ কৰাৰ পৰিকল্পনা লৈ আজিৰ সভাত ভাহণ ৰাখে। অসমীয়া জাতিৰ হকে অনবৰত মাত মাতি অহা বলিষ্ঠ সংগ্ৰামী নেতা অখিল গগৈক কাৰাগাৰৰ পৰা মুক্তি দিব লাগে। অখিল গগৈ জিন্দাবাদ , ৰাইজৰ দল জিন্দাবাদ, ২০২১ চৰকাৰ গঢ়াৰ প্ৰতিশ্ৰুতি লৈ আজিৰ সভাত।