Breaking News
Home / Dhubri / বিলাসীপাৰা কদমতোলা শান্তি নগৰ প্ৰাথমিক বিদ্যালয়ত পৰিচালনা কমিটিৰ সভাপতি পদকলৈ ভোটদান আৰু লগতে ফলাফল !

বিলাসীপাৰা কদমতোলা শান্তি নগৰ প্ৰাথমিক বিদ্যালয়ত পৰিচালনা কমিটিৰ সভাপতি পদকলৈ ভোটদান আৰু লগতে ফলাফল !

২৯ ডিচেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত কদমতোলা শাস্তি নগৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি পদকলৈ আজি ছাত্ৰ-ছাত্ৰী অৱিভাবক সকলৰ মাজত ভোটদান অনুষ্ঠিত হয়। উল্লেখ্য যে বিদ্যালয় খনৰ পৰিচালনা কমিটিৰ সভাপতি পদৰ প্ৰাৰ্থী দুগৰাকী ক্রমে- সাইদুল ইছলাম আৰু তফিছ উদ্দিন, মনকৰিবলগীয়া যে বিদ্যালয় খনত সৰ্বমুঠ অভিভাৱকৰ ভোটৰ সংখ্যা ৭৮ টা, ইয়াৰে ছাইদুল ইছলামে ভোট লাভ কৰে ৪৫ টা আৰু তফিছ উদ্দিনে ভোট লাভ কৰে ৩১ টা যদিও ইয়াৰে ১৪ টা ভোটৰ ব্যৱধানত তফিছ উদ্দিনক পৰাজিত কৰি সাইদুল ইছলামে জয়লাভ কৰি বিদ্যালয় খনৰ পৰিচালনা কমিটিৰ সভাপতি পদত নিৰ্বাচিত হোৱা বুলি জানিব পৰা গৈছে।

About Debrata Pyne

Check Also

বিলাসীপাৰাত (MGNREGA) আঁচনিৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *