
দোডমা ২৫ ডিচেম্বৰ- সমাগত বনভোজৰ বতৰ, নতুন বাছৰক আদৰাৰ বাবে সকলোয়ে কম বেছি পৰিমাণে চলাইছে প্ৰস্তুতি l জানুৱাৰী মাহ আহিবলৈ মাজত মাথো কেইটামান দিন বাকী l তেনে সময়তে আৰাম্ভ হৈছেঃ বনভোজৰ যোবাৰ l
সকলোয়ে এক লক হৈ ঘৰৰ বাহিৰত এসাঁজ খাই নতুন বছৰটো আদৰিবলৈ আয়োজন কৰিছেঃ বনভোজৰ l তাৰে বতিক্ৰম নহয় কোকৰাঝাৰতো, আজি কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানৰ লগতে কোকৰাঝাৰৰ মাগুৰমাৰিত পৰিলক্ষিত হল এনে ধৰণৰ বনভোজৰ l
এনে এক আনন্দময় বনভোজত অংশগ্ৰহণ কৰে ফকিৰাগ্ৰাম চিকিৎসালয়ৰ চিকিৎসক তথা কোছ ৰাজবংশী সন্মিলনীৰ কোকৰাঝাৰ জিলাৰ সভাপতি, ডক্টৰ মাণিক বৰুৱাৰ লগতে বিভিন্ন সহ কৰ্মী l
বনভোজত গাণ গাই, নাঁচি বাগি আনন্দ উলাহ কৰাও দেখা হল l
এনে এক আনন্দময় বনভোজৰ মাধ্যমেদি ডক্টৰ বৰুৱাই, অহা ২০২১ চনটো যাতে সমন্বয়ৰ বছৰ হয় মিলাপ্ৰীতিৰে সকলোয়ে অগবাঢ়ি যাব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে l বিগত দিনত যি কৰুণা মহামাৰীৰ সংহাৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিঘাত ৰাইজে পাৰ কৰিলে তাৰ বাবেও দুখ প্ৰকাশ কৰে l অনগাত দিনত যাতে মিলাপ্ৰীতি গঢ় লৈ উঠে তাৰে কামনা কৰে l