বিলাসীপাৰা ২৩ ডিচেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ ৰঙাপানী দ্বিতীয় খণ্ডৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক জামাল আলীয়ে,যোৱা কেইটা মাহ মান পূৰ্বতে গৰু চুৰি কাণ্ড সংঘটিত কৰি জেল -হাজোতলৈ গৈছিল,ইয়াৰ উপৰিও এই গৰাকী গাওঁৰক্ষী বাহিনীৰ সম্পাদক জামাল আলীয়ে সদাশয় ব্যক্তিৰ পৰা দাৱী ধমকি দি ধন ঘটাৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে এই গৰাকী জামাল আলীয়ে ৰঙাপানী দ্বিতীয় খণ্ডত গাওঁৰক্ষী বাহিনীৰ সম্পাদকৰ পদত নিয়োজিত থাকি চুৰি কাণ্ড সংঘটিত কৰি অহা জামাল আলীক অনতি পলমে গাওঁৰক্ষী বাহিনীৰ সম্পাদকৰ পদৰ পৰা বহিষ্কাৰ কৰাৰ দাৱী তুলিছে ৰঙাপানীৰ সৰ্বসাধাৰণ স্থানীয় ৰাইজে।মনকৰিবলগীয়া কথা যে এই সন্দৰ্ভত ৰঙাপানীৰ সৰ্বসাধাৰণ ৰাইজে,ধুবুৰী জিলা উপায়ুক্তক আৰু…
Home / Dhubri / অসমাজিক কাৰ্য্যত লিপ্ত থকা গাওঁৰক্ষী বাহিনীৰ সম্পাদক জামাল আলীক সম্পাদকৰ পদৰ পৰা বহিষ্কাৰ দাৱী,ৰঙাপানী সৰ্বসাধাৰণ ৰাইজৰ।।
Check Also
বিলাসীপাৰাত (MGNREGA) আঁচনিৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন
নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তৰ …