Breaking News
Home / National / আজি বিজয় দিৱস

আজি বিজয় দিৱস

বিজয় দিৱস ভাৰতত প্রতি ১৬ ডিসেম্বৰত স্মৰণ কৰা হয়। ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত পাকিস্তাৰ পৰা বাংলাদেশৰ স্বাধীনতাৰ বাবে পাকিস্তানৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ জয়ৰ বাবে উদযাপন কৰা হয় এই বিজয় দিৱস। যুদ্ধৰ সমাপ্তিৰ ফলশ্রুতিত পাকিস্তান সেনাবাহিনীৰ একতৰফা আৰু নিঃচর্ত আত্মসমর্পণ কৰে আৰু পৰবর্তীকালত পূর্ব পাকিস্তান, পাকিস্তান ৰাষ্ট্রৰ পৰা বিচ্ছিন্ন হোৱাৰ মাধ্যমত বাংলাদেশ গঠিত হয়।

ভাৰতত প্রতি বছৰ ১৬ ডিসেম্বৰ তাৰিখটোত “বিজয় দিবস” হিচাপে পালন কৰি অহা হৈছে।

About Debrata Pyne

Check Also

নিৰ্মাণ হ’ব নতুন সংসদ ভৱন

৯৭১ কোটি টকাৰে নিৰ্মাণ হ’ব নতুন সংসদ ভৱন।বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *