Breaking News
Home / Dhubri / BREAKING NEWS:বিলাসীপাৰা বেলতলীত ট্ৰেক্টৰ দুৰ্ঘটনাত ট্ৰেক্টৰ চালক নিহত,আন এগৰাকী গুৰুত্ব ভাৱে আহত ।।

BREAKING NEWS:বিলাসীপাৰা বেলতলীত ট্ৰেক্টৰ দুৰ্ঘটনাত ট্ৰেক্টৰ চালক নিহত,আন এগৰাকী গুৰুত্ব ভাৱে আহত ।।

উল্লেখ্য যে ট্ৰেক্টৰ খনত মাটি ভৰ্তি আছিল।।
মাটি ভৰ্তি থকা ট্ৰেক্কৰ খন চলাই থকা অৱস্থাতেই ওলটাই গৈ এনে দুৰ্ঘটনা সংঘটিত হৈছে।।
প্ৰাক মৰ্হুত্ব সময়তে চিকিৎসাৰ বাবে দুয়ো গৰাকী ব্যক্তিক বিলাসীপাৰা সহকাৰী চিকিৎসালয়ত ভৰ্তি কৰিছিল, যদিও ট্ৰেক্টৰ চালক ওমৰ ফাৰুক ব্য়স (৩৮) নামৰ ব্যক্তি গৰাকীৰ ততালিকে মৃত্যু বুলি সাৱটি লয়, আৰু গুৰুত্ব ভাৱে আহত হোৱা জয়নুল হক নামৰ ব্যক্তি গৰাকীক উন্নত মানৰ চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।।

About Debrata Pyne

Check Also

বিলাসীপাৰাত (MGNREGA) আঁচনিৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *