Breaking News
Home / Political / শ্বচ্ছ ভাৰত অভিযানত নামিল বিটিচিৰ ২ নং গুমা পৰিষদী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নিলেশ্বৰ ৰায়।

শ্বচ্ছ ভাৰত অভিযানত নামিল বিটিচিৰ ২ নং গুমা পৰিষদী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী নিলেশ্বৰ ৰায়।

শ্বচ্চ ভাৰত অভিযান ভাৰত চৰকাৰৰ উদ্যেগত চলা এক অভিযান যাৰ উদ্দেশ্য লক্ষ্য ৰাখি দেশখনক চাফ-চিকুণ কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি জনসাধাৰণৰক সচেতন কৰি তোলাৰ মাজত সজাগতা বৃদ্ধিৰ বাবে যোৱা বুধবাৰে ২ নং গুমা পৰিষদীয় সমষ্টিৰ সত্যপুৰত বিজেপি দলৰ এখন বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হৈছিল সভাস্থলীত জাবৰ-আবৰ্জ্জনাৰে ভৰি থকাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা উক্ত উদ্দেশ্য আগত ৰাখি এই স্বচ্ছ ভাৰত অভিযানৰ শুভাৰম্ভণি কৰিছিল সেই নিতি মতে বিজেপি দলৰ ২ নং গুমা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী নিলেশ্বৰ ৰায়ে আৰু বিভিন্ন বিজেপি কৰ্মী সকলে চাফাই অভিযান চলাই। লগতে ৰাইজক সমাজত পৰিস্কাৰ পৰিচ্চন্ন কৰিবৰ বাবে আহব্বান জনাই প্ৰাৰ্থী গৰাকী।

About Debrata Pyne

Check Also

টিহুত বিজেপিৰ মুখপত্ৰ মনোজ বৰুৱাৰ সংবাদ মেল ,অসমত পুনৰ হব বিজেপি চৰকাৰ : মনোজ বৰুৱা

অসমত আগন্তুক ২৫৩০ বছৰলৈ কংগ্ৰেছ দল শাসনলৈ আহিব নোৱাৰে।” বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱাই আজি …

Leave a Reply

Your email address will not be published. Required fields are marked *