
২ ডিচেম্বৰঃ নতুনকৈ গৃহীত কৃষি আইন আৰু EIA বাতিলৰ দাৱীত সমগ্ৰ অসমৰ লগত সংগতি ৰাখি ধুবুৰী জিলাতো বিলাসীপাৰা ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ চৌহদত সৰ্ব ভাৰতীয় সংঘৰ্ষ সমন্বয় সমিতি অসম অন্তভুৰ্ক্ত নিখিল ভাৰত কৃষক সভা,কৃষক সভা, কৃষক মহাসভা, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী মুৰ্দ্দাবাদ,অমিত শ্বাহ গো বেক শ্বলো গানেৰে ২ ঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘাট কাৰ্যসূচী ৰূপায়ণ কৰে,লগতে ইয়াৰ উপৰিও গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ ৰাজ্যিক সভাপতি অধিবক্তা শ্বাহনাছ হোসেন এই প্ৰতিবাদী অৱস্থান ধৰ্মঘাট কাৰ্যসূচী খনত অংশ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।।