
৩৫ নং গাওঁ পঞ্চায়তৰ অন্তৰ্গত কৈঠালকুছি হাইস্কুলত অনুষ্ঠিত হৈ যায়, সভাপতি আসন অলংকৃত কৰে মণ্ডল যুৱ মৰ্চাৰ সভাপতি দ্বীপ জ্যোতি বৈশ্য ডাঙৰীয়াই ,উপস্থিত থাকে শ্ৰদ্ধাৰ বনদ্বিপ ডেকা ডাঙৰীয়া ,অধ্যক্ষ নলবাৰী নগৰ উন্নয়ন প্ৰাধীকৰন ,মাননীয় নিতুল ডেকা ডাঙৰীয়া ,অধ্যক্ষ নলবাৰী জিলা পৰিষদ, সভাপতি মণ্ডল বি জে পি সভাপতি হিৰণ্য বৰ্মন ডাঙৰীয়া,মাননীয় শ্ৰদ্ধাৰ মৃগাংক তালুকদাৰ,সভাপতি ভাৰতীয় জনতা পাৰ্টী নলবাৰী জিলা,শ্ৰদ্ধাৰ সভাপতি হেমন্ত বৰ্মন ডাঙৰীয়া , সভাপতি নলবাৰী জিলা যুৱ মৰ্চা ১০১ নং,বুথ সভাপতি ভুপেন বৰ্মন ,লগতে আন আন জিলা ,মণ্ডলৰ বিষয়ববীয়া, মন্দল যুৱ মৰ্চাৰ বিষয়ববীয়া সকল,যুৱ বুথ বাহিনী ৰ আহ্বায়ক সকল,আৰু পঞ্চায়ত প্ৰতিনিধিসকল।সভাখনত আগ ধৰে মন্দল যুৱ মৰ্চাৰ সাধাৰন সম্পাদক অনুপম বৰ্মনে।যুৱ শক্তি ৰাষ্ট্ৰ শক্তি।
