
পশ্চিম কোকৰাঝাৰ জিলাৰ তথা গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত ডিংডিঙাত আঞ্চলিক আক্ৰাছুৰ ১৫ তম দ্বীবাৰষিক অধিবেশন অনুষ্ঠিত হয়। কোকৰাঝাৰ জিলাৰ ডিংডিঙাত জিলা সমিতিৰ নিৰ্দেশ মৰ্মে ডিংডিংঙা এম, ভি স্কুল প্ৰাঙ্গনত আক্ৰাছুৰ ১৫ তম দ্বীবাৰষিক অধিবেশন অনুষ্ঠিত হয়। অনুষ্ঠিত অধিবেশনত উপস্থিত থাকে পশ্চিম কোকৰাঝাৰ জিলাৰ সভাপতি মৃনাল কান্তি ৰায় আৰু চিলাৰায় সেনাৰ কেন্দ্ৰীয় উপ-সভাপতি দেৱ ৰায় আদিৰ উপস্থিতত বিভিন্ন কাৰ্য্যসূচীৰে অধিবেশন খন অনুষ্ঠিত হয়।