Breaking News
Home / Udalguri / ইউ পি পি এল নেতা অনিল মোছাহাৰীয়ে আছাৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাক লৈ এতিয়া আদিবাসী অধ্যুষিত অঞ্চল সমূহত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

ইউ পি পি এল নেতা অনিল মোছাহাৰীয়ে আছাৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাক লৈ এতিয়া আদিবাসী অধ্যুষিত অঞ্চল সমূহত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

ইউ পি পি এল নেতা অনিল মোছাহাৰীয়ে আছাৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাক লৈ এতিয়া আদিবাসী অধ্যুষিত অঞ্চল সমূহত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷ ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাই অনিল মুছাহাৰীৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে পানেৰীৰ ঔৰংগাজুলিত ইউ পি পি এলৰ নেতাগৰাকীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে ওদালগুৰি জিলা আছাৰ সভাপতি টিংকু ওৰাঙে আদিবাসীক লৈ ঘৰিয়ালৰ চকুপানী নুটুকিবলৈ ইউ পি পি এলক সকীয়াই দিয়ে ৷

About Debrata Pyne

Leave a Reply

Your email address will not be published. Required fields are marked *