Breaking News
Home / Morigaon / Laharighat ত অখিল গগৈৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ

Laharighat ত অখিল গগৈৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ

আপুনি নিশ্চয় এজন বলিষ্ঠ অসম সংগ্ৰামী নেতাৰ কথা গম পায়। যিজনে সুদীৰ্ঘ প্ৰায় এক বছৰ ধৰি কাৰাবাস খাটি আছে । সেইজন আজি অসমীয়া জাতিৰ কাৰণে কাৰাগাৰত থাকিব লগীয়া হৈছে । যিজনে আকৌ কেৱল অসমীয়া জাতি ৰখাৰ বাবে কাৰাগাৰত থাকি নেতৃত্ব প্ৰদান কৰী ৰাজনৈতিক দল গঠন কৰিছে ।

আমি যিজনৰ কথা কব বিছাৰিছো নিশ্চয়কৈ সেইজনক আপুনি চিনি পাইছেই । পিছে ৰব সেইজনেই হৈছে অখিল গগৈ। অখিলৰ মুক্তিৰ দাবীত আজি laharighat ত দেখা গৈছে তীব্ৰ প্ৰতিবাদ। তেঙাগুৰি কৃষক মুক্তি সংগ্ৰাম সমিতৰ উদ্যোগত সম্পন্ন হয় এই প্ৰতিবাদ । প্ৰতিবাদ কাৰী সকলে তীব্ৰ ভাষাৰে bjp চৰকাৰক সমালোচনা কৰা দেখা যায় । অনাগত দিনবোৰত প্ৰতিবাদ আৰু তীব্ৰতৰ হৈ উঠিব বুলি শুঙ্কাৰ প্ৰদান কৰে প্ৰতিবাদ কাৰী সকলে।

About Debrata Pyne

Check Also

Fire Incident Laharighat

লাহৰীঘাটৰ দক্ষিণ চেনিমাৰীত গাঁৱত বিধ্বংসী অগ্নিকাণ্ড। ৬ টাকৈ বাসগৃহৰ লগতে ১০ লক্ষাধিক টকাৰ সা-সামগ্ৰী অগ্নিকাণ্ডত …

Leave a Reply

Your email address will not be published. Required fields are marked *