Breaking News
Home / Dhubri / ধুবুৰীৰ গোলকগঞ্জৰ আলোকঝাৰী প্ৰস্তাবিত সংক্ষৰিত বনাঞ্চলত জৈৱবৈচিত্ৰ উদ্যানৰ শুভ উদ্বোধন ৰাজ্যিক বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ধুবুৰীৰ গোলকগঞ্জৰ আলোকঝাৰী প্ৰস্তাবিত সংক্ষৰিত বনাঞ্চলত জৈৱবৈচিত্ৰ উদ্যানৰ শুভ উদ্বোধন ৰাজ্যিক বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

আজি ধুবুৰী জিলাৰ গোলকগঞ্জ বিধান সভা সমষ্টিৰ আলোকঝাৰীত এটা জৈৱবৈচিত্ৰ উদ্যানৰ আনুষ্ঠানিক ভাবে উদ্বোধন কৰে ৰাজ্যৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। উল্লেখ্য যে, ধুবুৰী বন বিভাগৰ অধীনস্থ আলোকঝাৰী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ৩ হেক্টৰ মাটিত বিভিন্ন আপুৰুগীয়া গছ ৰোপনেৰে ‘সাহিত্য মনিষী উপবন’ নামৰ এটি জৈৱবৈচিত্ৰ উদ্যানৰ নিৰ্মাণ খৰচ ৰূপে ‘ষ্টেট কমপেনচেট’ৰি এফৰেষ্টেচন ফাণ্ড মেনেজমেন্ট এণ্ড প্লেনিং অ’থ’ৰিটি’ চমুকৈ চি.এ.এম.পি.এ. (CAMPA)আঁচনীৰ অধীনত মুঠ ২৩ লাখ ৭৯ হাজাৰ ৮শ ৭৮ টকা ধাৰ্য কৰা হৈছে।

About Debrata Pyne

Check Also

ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ

কাজাইকাটা ছুৱাপাতা গাওঁ পঞ্চায়তৰ অন্তৰ্গত কঠালদি দ্বিতীয় খণ্ড (গোৱালেৰচৰ) পাৰ ঘাটৰ স্বত্বাধিকাৰীৰ পৰা নায়েৰ আলগা …

Leave a Reply

Your email address will not be published. Required fields are marked *