Breaking News
Home / Dhubri / বিলাসীপাৰাত OBC মহিলাৰ মাজত চিলাই মেচিন,Water filter, fertilizer বিতৰণঃ বিধায়ক অশোক কুমাৰ সিংহীৰ

বিলাসীপাৰাত OBC মহিলাৰ মাজত চিলাই মেচিন,Water filter, fertilizer বিতৰণঃ বিধায়ক অশোক কুমাৰ সিংহীৰ

নামনি অসমৰ ধুবুৰী জিলাৰ ২৭ নং পূৱ বিধান সভা সমষ্টিত গৰীৱ-দুখীয়া মহিলা সকলোৰ মাজত আজি চিলাই মেচিন, Water filter,fertilizer বিতৰণ কৰে,বিজেপি দলৰ কৰ্মৰাজি বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীয়ে। উল্লেখ্য যে উক্ত বিতৰণী সভা খনত ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী,বিলাসীপাৰা মহকুমাধিপতি শ্ৰীযুত মৃদুল যাধৱ,আদিকে ধৰি দলীয় সতীৰ্থ বৃন্দৰ লগতে স্থানীয় গন্য মান্য ব্যক্তিও উপস্থিত থাকে।।

About Debrata Pyne

Check Also

বিলাসীপাৰাত (MGNREGA) আঁচনিৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *