Breaking News
Home / Nalbari / নলবাৰীত দুদিনীয়াকৈ অনুস্থিত হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰভাগ অধিবেশন।

নলবাৰীত দুদিনীয়াকৈ অনুস্থিত হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰভাগ অধিবেশন।

অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিৰ উনবিংশতিম বৰভাগ অধিবেশন নলবাৰীৰ বৰভাগৰ শ্বহীদ ভৱনত ২১ আৰু ২২ নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে ।আজি প্ৰতিনিধি সভাৰ নলবাৰী জিলা সমিতিৰ সভাপতি মনোৰম কলিতাই সভাপতিত্ব কৰা সভাখনত উদ্ধোধক হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই।আনহাতে কেন্দ্ৰীয় সমিতিৰ ক্ৰিয়া সম্পাদক ব্ৰজেন চৌধুৰী উপস্থিত থাকে।আনহাতে ৰাণা প্ৰতাপ বৰুৱাই কয় য়ে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে ভোট লৱ নালাগে।কাম কাজৰ জৰিয়তে ৰাইজৰ ওচৰলৈ য়াৱলৈ সকিয়াই দিয়ে।জাতি মাটিৰ ভেটিৰ কথা কোৱা চৰকাৰে জাতিক অপমান কৰিছে।এইখন চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ অসমৰ ৰাইজক আহবান জনাই। আঞ্চলিক ঐক্যবদ্ধ টোক অৰাজনৈতিক সংগঠন হিচাপে আগবঢ়াই নিবলৈ চিন্তা চৰ্চা কৰিছে।

About Debrata Pyne

Check Also

সৃষ্টি মাল্টিডেভলপমেন্ট অৰ্গেনাইজেছন ( এন জি অ ) ৰ উদ্যোগত মহিলা সবলীকৰনৰ ওপৰত সজাগতা সভা আৰু সম্বন্ধনা অনুষ্ঠান ।

নলবাৰী জিলাৰ বেচৰকাৰী স্বেচ্ছাসেৱী এন জি অ সৃষ্টি মাল্টি ডেভেলপমেন্ট অৰ্গেনাইজেছনৰ উদ্যোগত আৰু উক্ত NGO …

Leave a Reply

Your email address will not be published. Required fields are marked *