Breaking News
Home / Morigaon / লাহৰীঘাটৰ কৃষকৰ মূখত হাঁহি বিৰিঙনি

লাহৰীঘাটৰ কৃষকৰ মূখত হাঁহি বিৰিঙনি

আপুনি বহুতৰে হাহি দেখিছে কিন্তু আজি আমি আপোনালোকক দেখুৱাম সদায় বেজাৰ মনে থকা কৃষকৰ হাঁহি। লকডাউনত খতিগ্ৰস্হ বহু দুখীয়া মানুহৰ মখত দেখা গৈছে হাঁহিৰ বজাৰ । এইবাৰ বানপানত অতি খতিগ্ৰস্হ লাহৰীঘাটৰ জৰিবৰ গাঁৱৰ কৃষক সকলৰ মাজত উলহ মালহ পৰিবেশ। ধান খেতিৰ গৰাকীৰ মনত কেৱল ফুৰ্তি আৰু ফুৰ্তি । বানপানী নোহোৱাৰ বাবে ধান খেতি সমূহত অতি পৰিমাণে ধান হোৱাত কৃষকৰ মাজত দেখা পোৱা গৈছে হাহি বিৰিঙনি । কোনোবাই ‌5 বিঘা আকৌ কোনোবাই 3 বিঘা মাটিত কৰিছে ধান খেতি । কোনোবাই আকৌ গোটেই দিন শিক্ষকতা কৰি বিঘাই বিঘাই মাটিত কৰিছে ধানখেতি । পোকে খাইছে যদিও কৃষকৰ মূখত কেৱল হাঁহি আৰু হাঁহি। শুনক এজন কৃষকৰ মুখৰে

About Debrata Pyne

Check Also

৭২ তম গণৰাজ্য দিবসত মৰিগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী পীয়ুজ হাজৰিকাই

সমগ্ৰ দেশৰ লগতে ৭২তম গণৰাজ্য দিৱসটি মৰিগাঁও জিলা প্ৰশাসনেও উলহ মালহেৰে উদযাপন কৰে। অনুষ্ঠানত মুখ্য …

Leave a Reply

Your email address will not be published. Required fields are marked *