
সভা চলি থকাৰ সুযোগতে চুৰে চলালে তাণ্ডৱ।
সভাস্থলীৰ পৰা চুৰি তিনিখনকৈ বাইক।
চুৰি হোৱা বাইক তিনিখনৰ ভিতৰত দুখনৰ নম্বৰ জানিব পৰা গৈছে।AS 1D E2080 , AS 21E 8735
ঘটনা সন্দৰ্ভত বাইকৰ গৰাকীয়ে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
সভাস্থলীৰ পৰা তিনি খনকৈ বাইক চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।