Breaking News
Home / Morigaon / লাহৰীঘাটত এ আই ইউ ডি এফ দলৰ কৰ্মী সভাত বাইক চুৰি কাণ্ড।

লাহৰীঘাটত এ আই ইউ ডি এফ দলৰ কৰ্মী সভাত বাইক চুৰি কাণ্ড।

সভা চলি থকাৰ সুযোগতে চুৰে চলালে তাণ্ডৱ।

সভাস্থলীৰ পৰা চুৰি তিনিখনকৈ বাইক।

চুৰি হোৱা বাইক তিনিখনৰ ভিতৰত দুখনৰ নম্বৰ জানিব পৰা গৈছে।AS 1D E2080 , AS 21E 8735

ঘটনা সন্দৰ্ভত বাইকৰ গৰাকীয়ে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

সভাস্থলীৰ পৰা তিনি খনকৈ বাইক চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

About Debrata Pyne

Check Also

৭২ তম গণৰাজ্য দিবসত মৰিগাঁৱত পতাকা উত্তোলন কৰে মন্ত্ৰী পীয়ুজ হাজৰিকাই

সমগ্ৰ দেশৰ লগতে ৭২তম গণৰাজ্য দিৱসটি মৰিগাঁও জিলা প্ৰশাসনেও উলহ মালহেৰে উদযাপন কৰে। অনুষ্ঠানত মুখ্য …

Leave a Reply

Your email address will not be published. Required fields are marked *