Breaking News
Home / Bilasipara / বিলাসীপাৰা মুৰাবাড়ীত সমাজৰ কু সংস্কাৰ বিলাক নিৰ্মূল কৰাৰ বাবে নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাত্ত বিষয়াৰ সজাগতামুলক সভা।

বিলাসীপাৰা মুৰাবাড়ীত সমাজৰ কু সংস্কাৰ বিলাক নিৰ্মূল কৰাৰ বাবে নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাত্ত বিষয়াৰ সজাগতামুলক সভা।

ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষী নিৱেশৰ অন্তৰ্গত নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাত্ত বিষয়া তথা উপ-পৰিদৰ্শক ছফিউল আলমৰ উদ্যোগত সমাজৰ কু সংস্কাৰ বিলাক নিৰ্মূল কৰাৰ বাবে সুবাশ চন্দ্ৰ সৰকাৰৰ সভাপতিত্বত নয়াহাট মুৰাবাৰীত আজি সজাগতামুলক সভা অনুষ্ঠিত হয়। উল্লেখ্য যে উক্ত সভা খনত উপস্থিত থাকে, নয়াহাট আৰক্ষী চকীৰ ভাৰপ্ৰাত্ত আৰক্ষী বিষয়া তথা উপ-পৰিদৰ্শক ছফিউল আলম, মনাফ আলী,নওসাদ আলী,পিয়াৰ আলী,ছাদ্দাম হোসেন,সুশান্ত সাহা,গাওঁৰক্ষী বাহিনীৰ সম্পাদকদ্বয় উপৰিও লগতে দুৰ্নীতি বিৰোধী শ্ক্তি কমিটিৰ সদস্য-সদস্যা সকল আদিকে ধৰি স্থানীয় গন্য মান্য ব্যক্তিও সজাগতামুলক সভা খনত আগভাগ লয়।

About Debrata Pyne

Check Also

বিলাসীপাৰাত (MGNREGA) আঁচনিৰ দুটা ৰাস্তা নিৰ্মাণৰ কাম শুভ উদ্বোধন

নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তৰ …

Leave a Reply

Your email address will not be published. Required fields are marked *